• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লোভনীয় চাকৰি এৰি খড়গপুৰ আইআইটিৰ স্নাতকে শিক্ষাৰ পোহৰ বিলাইছে মাজুলীত

এন ই নাও নিউজ by এন ই নাও নিউজ
March 27, 2019 12:55 pm
images-2-554x430

নিজ বিদ্যালয়ৰ শিশুসকলৰ সৈতে বিপিন ধানে। ফটো উৎস: টুইটাৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰ্তমান বাণিজ্যিক বিশ্বৰ লোভনীয় হাত বাউলিক বিদায় দি আই আই টি খড়গপুৰৰ এগৰাকী স্নাতকে শিক্ষাৰ পোহৰ বিলাবলৈ আহি উপস্থিত হৈছে অসমৰ দুৰ্গম অঞ্চল মাজুলীত। ছিংগাপুৰৰ এটা বহুজাতিক কোম্পানীৰ আকৰ্ষণীয় চাকৰি বাদ দি তেওঁ দৰিদ্ৰ শ্ৰেণীৰ শিশুসকলক সেৱা আগবঢ়াবলৈ অসমলৈ আহিছে।

মহাৰাষ্ট্ৰৰ ছাটাৰাৰ বিপিন ধানে ২০১৫ চনৰ অক্টোবৰত লোভনীয় চাকৰি ত্যাগ কৰি তেওঁৰ সপোন লৈ মাজুলীলৈ আহে। তেওঁ এতিয়া কুলামু গাঁৱৰ পিছপৰা মিচিং সম্প্ৰদায়ৰ শিশুসকলৰ বাবে হামিংবাৰ্ড স্কুল নামৰ এখন সহ পাঠ্যক্ৰমৰ বিদ্যালয় চলাই আছে।

Apply Now

বৰ্তমান পঞ্চম শ্ৰেণীলৈকে থকা বিদ্যালয়খনত মুঠতে ২৪০জন ছাত্ৰ-ছাত্ৰী আছে। বৰ্তমানলৈ বিদ্যালয়খন কোনো শিক্ষা পৰিষদৰ অধীনতলৈ যোৱা নাই। তদুপৰি, শিশুসকলক নিৰ্দিষ্ট পাঠক্ৰমতে আবদ্ধ কৰি ৰখাৰ বিপৰীতে স্থানীয় বিষয়ৰ ওপৰত ভিত্তি কৰি শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰা হয়।

জীৱন সংগ্ৰামত অৱতীৰ্ণ হোৱাৰ বাবে প্ৰয়োজনীয় দক্ষতাৰ শিক্ষা তথা কৃষি বিষয়ক শিক্ষাৰ ওপৰতো গুৰুত্ব প্ৰদান কৰা হৈছে। শিশুসকলে যাতে অতিৰিক্ত পাঠ্যক্ৰম (খেল-ধেমালিকে ধৰি অন্যান্য জীৱনাদীপ্ত ক্ৰীড়াসমূহ আৰু সৃষ্টিমূলক কাম)ৰ অনুশীলন কোনো কাৰণতে পাহৰি নাযায় তালৈ ধানে অত্যন্ত খেয়াল ৰাখে।

বিদ্যালয়খনে নিজেই ইয়াৰ ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষাৰ সমস্ত খৰচ বহন কৰে। শিশুসকলৰ মনোযোগ ধৰি ৰখাৰ বাবে সকলো পৰ্যায়তে আকৰ্ষণীয় শিক্ষণ পদ্ধতিৰ প্ৰয়োগ কৰা হয়।

উল্লেখযোগ্য যে বিদ্যালয়খন সুকলমে পৰিচালনাৰ বাবে স্থানীয় সম্প্ৰদায়টোৱে যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে। সম্প্ৰদায়টোৰ মাজৰ পৰাই শিক্ষক নিৰ্বাচন কৰাৰ লগতে বিদ্যালয়খনৰ ভূমি দান কৰাকে আদি কৰি ঘৰ সজাসৈকে সকলো কামতে তেওঁলোকে যোগাইছে অনবদ্য অৰিহনা।

আই আই টিৰ স্নাতক ডিগ্ৰীধাৰী উচ্চ শিক্ষিত বিপিন ধানে এনে এটা কাম বাচি লৈছে য’ত অৰ্থকৰী চিন্তাৰ অৱকাশ নাই, আছে মাথোঁ জীৱনৰ উদ্দেশ্য বিচাৰি পোৱাৰ মানসিক তাড়না।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আগষ্টৰ পৰাই আৰম্ভ জনগণনাৰ কাম : ঘৰে ঘৰে গৈ ৩৪টা প্ৰশ্ন সুধিব গণনাকৰ্মীয়ে

আগষ্টৰ পৰাই আৰম্ভ জনগণনাৰ কাম : ঘৰে ঘৰে গৈ ৩৪টা প্ৰশ্ন সুধিব গণনাকৰ্মীয়ে

July 9, 2026 2:49 pm
পুনৰ চৰ্চাত যোগী ৰাজৰ ‘এনকাউণ্টাৰ মডেল’ : ৯ বছৰত সংঘটিত ১৭ হাজাৰ এনকাউন্টাৰৰ ঘটনা

পুনৰ চৰ্চাত যোগী ৰাজৰ ‘এনকাউণ্টাৰ মডেল’ : ৯ বছৰত সংঘটিত ১৭ হাজাৰ এনকাউন্টাৰৰ ঘটনা

July 9, 2026 1:09 pm
‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

July 9, 2026 12:18 pm
ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

July 9, 2026 10:54 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আগষ্টৰ পৰাই আৰম্ভ জনগণনাৰ কাম : ঘৰে ঘৰে গৈ ৩৪টা প্ৰশ্ন সুধিব গণনাকৰ্মীয়ে

আগষ্টৰ পৰাই আৰম্ভ জনগণনাৰ কাম : ঘৰে ঘৰে গৈ ৩৪টা প্ৰশ্ন সুধিব গণনাকৰ্মীয়ে

July 9, 2026 2:49 pm
পুনৰ চৰ্চাত যোগী ৰাজৰ ‘এনকাউণ্টাৰ মডেল’ : ৯ বছৰত সংঘটিত ১৭ হাজাৰ এনকাউন্টাৰৰ ঘটনা

পুনৰ চৰ্চাত যোগী ৰাজৰ ‘এনকাউণ্টাৰ মডেল’ : ৯ বছৰত সংঘটিত ১৭ হাজাৰ এনকাউন্টাৰৰ ঘটনা

July 9, 2026 1:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd