• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘মিছন শক্তি’ৰ সফলতা : প্ৰধান মন্ত্ৰীৰ লগতে মুখ্য মন্ত্ৰী সোণোৱালৰো দেশৰ বিজ্ঞানী সকলক অভিনন্দন

এন ই নাও নিউজ by এন ই নাও নিউজ
March 27, 2019 6:13 pm
Mission Shakti

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ। উৎস-ইণ্টাৰনেট

683
VIEWS
Share on FacebookShare on Twitter

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেশৰ বিজ্ঞানীসকলক বিশেষকৈ প্ৰতিৰক্ষা গৱেষণা উন্নয়ন প্ৰতিষ্ঠানৰ বিজ্ঞানী সকলক এনটি চেটেলাইট মিছাইল সফলতাৰে পৰীক্ষণ সম্পন্ন কৰা বাবে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে।

মুখ্য মন্ত্ৰী সোণোৱালে এই পৰীক্ষা সফলতাৰে সম্পন্ন কৰাৰ জৰিয়তে ভাৰতবৰ্ষই যুদ্ধৰ বিপৰীতে শান্তিৰ পৰিবেশ অক্ষু্ণ্ণ ৰখাৰ দিশত বিশেষ মাত্ৰা লাভ কৰিলে বুলি প্ৰেছ বিজ্ঞপ্তি যোগে প্ৰকাশ কৰে। বিশ্বৰ চতুৰ্থখন ৰাষ্ট্ৰ হিচাপে এই শক্তিৰ অধিকাৰী হোৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিজ্ঞান আৰু উন্নয়নৰ দিশত লোৱা নেতৃত্বৰ শলাগ লয় সোণোৱালে।

বুধবাৰৰ দিনটোক ভাৰতৰ বাবে ঐতিহাসিক দিন হিচাপে উল্লেখ কৰি মুখ্য মন্ত্ৰীয়ে ইয়াৰ জৰিয়তে সমগ্ৰ বিশ্বতে ভাৰতবৰ্ষ এক অন্যতম মহাকাশ শক্তি হিচাপে পৰিগণিত হোৱাৰ লগতে ভাৰতবৰ্ষই ইয়াৰ নাগৰিকসকলক সুৰক্ষিত তথা উন্নয়নৰ যাত্ৰা অব্যাহত ৰখাৰ দিশটো এক নতুন দিগন্তৰ সূচনা কৰিলে বুলি কয়।

উল্লেখযোগ্য যে, ‘মিছন শক্তি’ৰ জৰিয়তে ভাৰতৰ বিজ্ঞানীসকলে আজি ভাৰতৰ নিম্ন কক্ষপথত থকা এটা লাইভ চেটেলাইট এন্টি চেটেলাইট মিছাইলেৰে ধ্বংস কৰিবলৈ সক্ষম হয়। অত্যন্ত কঠিন এই অভিযানত মাত্ৰ ৩ মিনিটত ৩০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি মিছাইলেৰে কক্ষপথত থকা চেটেলাইটতো ধ্বংস কৰিবলৈ সক্ষম হয়।

দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মিছন শক্তিৰ সফলতাৰ পাছতে দেশক সম্বোধন কৰি ভাৰতীয় বিজ্ঞানী সকলৰ পাৰদৰ্শিতাক প্ৰসংশা কৰে।

 

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd