• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

৩ মাহ উকলি যোৱাৰ পিছতো পাঠ্যপুথিৰ পৰা বঞ্চিত প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী

এন ই নাও নিউজ by এন ই নাও নিউজ
March 28, 2019 12:06 pm
STUDENTS_PROTEST

প্ৰতিনিধিত্বমূলক ছবি

388
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ উন্নয়ন সাধনৰ প্ৰতি ন্যূনতম সদিচ্ছা নাই সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰৰ। এফালে যদি প্ৰাপ্য বিচাৰি শিক্ষকে আন্দোলন কৰিব লগীয়া হৈছে আনফালে শিক্ষাবৰ্ষৰ ৩টা মাহ উকলি যোৱাৰ পিছতো পাঠ্যপুথিৰ পৰা বঞ্চিত হৈ আছে হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰী।

অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে এক বিবৃতি যোগে বিষয়টোত গভীৰ উদ্বেগ প্ৰকাশ কৰি কয় যে প্ৰত্যেক শিক্ষাখণ্ডত ২ৰ পৰা ৩ হাজাৰ কিতাপৰ প্ৰয়োজন, এই তথ্য মিছন কাৰ্যালয়ত জিলা মিছন কাৰ্যালয়যোগে প্ৰদান কৰা হৈছে যদিও তিনিমাহ উকলি যোৱাৰ পিছতো শিক্ষা বিভাগে কিতাপৰ যোগান দিয়া নাই। ঊৰ্ধ্বতন বিষয়াসকলে কেৱল মিলাই লওক বুলি কৈয়ে দায় সাৰিছে বুলি সন্মিলনীয়ে অভিযোগ কৰে।

উল্লেখযোগ্য যে শিক্ষা অধিকাৰ আইনৰ অধীনত সকলো ছাত্ৰ-ছাত্ৰীয়ে বছৰটোৰ প্ৰথমটো দিনতে পাঠ্যপুঠি পাব লাগে যদিও ৩টাকৈ মাহ উকলি পিছতো সিদ্ধার্থ ভট্টাচাৰ্য নেতৃত্বাধীন শিক্ষা বিভাগ কিতাপৰ যোগান ধৰিবলৈ সক্ষম নহ’ল।

আনহাতে অহা ২ এপ্ৰিলৰ পৰা হ’বলগীয়া প্ৰাথমিক বিদ্যালয়ৰ চলিত শিক্ষাবৰ্ষৰ প্ৰথমটো মূল্যায়নলৈ আৰু মাত্ৰ ৪টা দিনহে বাকী আছে যদিও এইপৰ্যন্ত প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ বাবে কোনো মূল্যায়ন বহী যোগান নিদিয়াত বিপাঙত পৰিছে শিক্ষকসকল। তৃতীয় শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ কিছু শিক্ষাখণ্ডত মূল্যায়ন বহী জমা হৈছে যদিও সেইসমূহো বিদ্যালয় পোৱাগৈ নাই।

Recent News

যুদ্ধ এটা ৰোমাণ্টিক বিষয় নতুবা বলীউডৰ ছবি নহয়: প্ৰাক্তন সেনা প্ৰধান নৰৱাণ

যুদ্ধ এটা ৰোমাণ্টিক বিষয় নতুবা বলীউডৰ ছবি নহয়: প্ৰাক্তন সেনা প্ৰধান নৰৱাণ

এটাও ভোট নাপালে বঙাইগাঁৱত পঞ্চায়তৰ এইজন প্ৰাৰ্থীয়ে

এটাও ভোট নাপালে বঙাইগাঁৱত পঞ্চায়তৰ এইজন প্ৰাৰ্থীয়ে

ভাৰত-পাকিস্তানৰ ডিজিএমঅ’ৰ বৈঠক! কি স্থিতি সিন্ধু জল সন্ধিৰ?

ভাৰত-পাকিস্তানৰ ডিজিএমঅ’ৰ বৈঠক! কি স্থিতি সিন্ধু জল সন্ধিৰ?

স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে পৰিস্থিতি! প্ৰায়বোৰ বিদ্যালয়-মহাবিদ্যালয় খোলা হৈছে জম্মু-কাশ্মীৰত

স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে পৰিস্থিতি! প্ৰায়বোৰ বিদ্যালয়-মহাবিদ্যালয় খোলা হৈছে জম্মু-কাশ্মীৰত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd