• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ন্যায়াধীকৰণে বিদেশী ঘোষিত ব্যক্তিৰ নাম এনআৰচিত অন্তৰ্ভুক্ত প্ৰসংগ : ৰায়দান সংৰক্ষিত

এন ই নাও নিউজ by এন ই নাও নিউজ
March 29, 2019 8:34 am
supreme-court_of_India-750x375-1

উচ্চতম ন্যায়ালয়। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিদেশী ন্যায়াধীকৰণে বিদেশী বুলি ঘোষণা কৰা ব্যক্তিৰ নাম এনআৰচিত অন্তৰ্ভুক্ত হ’লে চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া জানিব বিচাৰি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বাধীন বিচাৰপীঠে বৃহস্পতিবাৰে শুনানি গ্ৰহণ কৰে।

ৰাজ্যিক জমিয়ত উলেমা-ই-হিন্দৰ লগতে মুঠ ১৭টা পক্ষই দাখিল কৰা এক লেখ আৱেদনৰ ভিত্তিত গ্ৰহণ কৰা শুনানিৰ পাছত ন্যায়ালয়ে ৰায়দান সংৰক্ষিত ৰাখে। আনহাতে, ন্যায়াধীকৰণে ঘোষণা কৰা বিদেশীৰ নিজকে ভাৰতীয় প্ৰমাণ কৰাৰ বাবে পুনৰ আৱেদন জনোৱাৰ অধিকাৰ থাকিব নে নাই সেই সন্দৰ্ভত পৰৱৰ্তী সময়ত ন্যায়ালয়ে ৰায়দান কৰিব।

Apply Now

উল্লেখযোগ্য যে বিদেশী ন্যায়ধিকৰণে এজন ব্যক্তিক বিদেশী বুলি ৰায়দান কৰাৰ পাছত ন্যায়াধীকৰণৰ ৰায়দানক প্ৰত্যাহ্বান জনাই উচ্চ আদালতত পুনৰ আৱেদন কৰাৰ কোনো আইনী ব্যৱস্থা নাই। বিদেশী ন্যায়াধীকৰণ কাৰ্যপালিকাৰ অধীনস্থ আৰু ন্যায়ালয় ন্যায়পালিকাৰ বিষয়বস্তু হোৱাৰ বাবেই ন্যায়ালয়ে ন্যায়াধীকৰণৰ ৰায়দানত সততে হস্তক্ষেপ নকৰে বুলি জ্যেষ্ঠ অধিবক্তা কপিল ছিবালে বৃহস্পতিবাৰে উল্লেখ কৰে।

আনহাতে, আৱেদনকাৰীসকলে এইক্ষেত্ৰত বিদেশী ন্যায়াধীকৰণত এক উত্তৰবিচাৰদায়ী (এপেলেট) ব্যৱস্থাপনা গঠনৰ পোষকতা কৰিছে।

যোৱা মঙলবাৰে অনুষ্ঠিত শুনানিত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে ন্যায়াধীকৰণে ঘোষণা কৰা বিদেশীৰ নাম এনআৰচিত অন্তৰ্ভুক্ত হ’লে কি ব্যৱস্থা গ্ৰহণ কৰা হ’ব সেই বিষয়া চৰকাৰৰ পৰা জানিব বিচাৰিছিল।

তদুপৰি, ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে বৃহস্পতিবাৰে ন্যায়ালয়ত ৰাজ্যৰ মুখ্য সচিবো উপস্থিত থাকে। ইপিনে, আৱেদনকাৰী আৰু চৰকাৰৰ প্ৰতিনিধিৰ মাজত বৃহস্পতিবাৰে হোৱা যুক্তিতৰ্কৰ পাছত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ, ন্যায়াধীশ দীপক গুপ্তা আৰু সঞ্জীৱ খান্নাৰে গঠিত তিনিজনীয়া খণ্ড বিচাৰপীঠখনে ৰায়দান সংৰক্ষিত ৰাখে।

বিদেশী ন্যায়াধীকৰণত বিদেশী বুলি ঘোষণা কৰা বহু ব্যক্তিৰ নাম এনআৰচিত অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা থকা বিষয়টোত ন্যায়ালয়ৰ পৰা সমিধান বিচাৰি দাখিল কৰা আবেদনৰ পৰিপ্ৰেক্ষিতত বিষয়টো গুৰুত্বসহকাৰে লৈ উচ্চতম ন্যায়ালয়ে বিষয়টো চাৰিজাৰি চাইছে।

তদুপৰি, ন্যায়াধীকৰণে বিদেশী বুলি ঘোষণা কৰা এজন ব্যক্তিৰ নাম এনআৰচিত অন্তৰ্ভুক্ত হোৱাৰ পাছত সৃষ্টি হোৱা সমস্যাটোৰ সমাধান চৰকাৰৰ হাতত আছেনে? উচ্চতম ন্যায়ালয়ে চৰকাৰৰ পৰা পোনপোটীয়াকৈ ইয়াৰ উত্তৰ জানিব বিচাৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

October 17, 2026 9:43 pm
পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

October 17, 2026 8:42 pm
জুবিন গাৰ্গৰ ন্যায় বিচাৰি নতুন পদক্ষেপ: অখিল গগৈৰ নেতৃত্বত ২১জনীয়া সমিতি গঠন, ৰাজনীতিকৰণ নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান

জুবিন গাৰ্গৰ ন্যায় বিচাৰি নতুন পদক্ষেপ: অখিল গগৈৰ নেতৃত্বত ২১জনীয়া সমিতি গঠন, ৰাজনীতিকৰণ নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান

October 17, 2026 7:14 pm
পদমৰ্যাদা বা ক্ষমতা যিয়েই নহওক, কোনো লোকেই আইনৰ ঊৰ্ধ্বত নহয়: গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

পদমৰ্যাদা বা ক্ষমতা যিয়েই নহওক, কোনো লোকেই আইনৰ ঊৰ্ধ্বত নহয়: গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

October 17, 2026 5:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

October 17, 2026 9:43 pm
পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

October 17, 2026 8:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd