• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লোকসভা সমষ্টিৰ নিৰ্বাচনী তথ্য : লখিমপুৰ লোকসভা সমষ্টি

এন ই নাও নিউজ by এন ই নাও নিউজ
March 31, 2019 5:01 pm
loksabha-election-information-on-lakhimpur-constituency
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ধেমাজি জিলাৰ সম্পূৰ্ণ অংশ আৰু লখিমপুৰ, মাজুলী, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ একাংশ সামৰি গঠন হৈছে লখিমপুৰ লোকসভা সমষ্টি। এই সমষ্টিটো অসংৰক্ষিত।

নিৰ্বাচন আয়োগে দিয়া তথ্য অনুসৰি সমষ্টিটোত এইবাৰ ভোটাৰৰ সংখ্যা তলত দিয়া ধৰণৰ

Apply Now
  • মুঠ ভোটাৰৰ সংখ্যা ১৬,৮১,৪৩৪ গৰাকী
  • পুৰুষ ভোটাৰ : ৮৫৬,৫১১জন
  • মহিলা ভোটাৰ : ৮২৪৮৭০গৰাকী
  • তৃতীয় লিংগৰ ভোটাৰ: ৫৩গৰাকী

মুঠ ভোটকেন্দ্ৰ আছে ২১১০টা

১৯৬৭ চনত সমষ্টিটোৰ প্ৰথমটো সাধাৰণ নিৰ্বাচনত কংগ্ৰেছৰ বিশ্বনাৰায়ণ শাস্ত্ৰী সমষ্টিটোৰ প্ৰথমজন সাংসদ হিচাপে নিৰ্বাচিত হৈছিল।

বৰ্তমান বিজেপিৰ দখলত থকা সমষ্টিটোৰ সাংসদ হৈছে প্ৰদান বৰুৱা। সৰ্বানন্দ সোণোৱালে অসমৰ মুখ্য মন্ত্ৰী হোৱাৰ বাবে সমষ্টিটো ত্যাগ কৰাত বৰুৱা ২০০১৬ চনৰ নৱেম্বৰত হোৱা উপ নিৰ্বাচনত সমষ্টিটোৰ সাংসদ হিচাপে নিৰ্বাচিত হৈ আহিছে। ইয়াৰ পূৰ্বে তেওঁ কংগ্ৰেছৰ পৰা জোনাইৰ বিধায়কৰূপে নিৰ্বাচিত হৈছিল।

লোকসভা সমষ্টিটোত বিধানসভাৰ ৮টা সমষ্টি অন্তৰ্গত। তাৰে জোনাই আৰু মাজুলী সমষ্টি অনুসূচিত জনজাতি সংৰক্ষিত–

১। মাজুলী  (বিজেপিৰ দখলত, বিধায়ক সৰ্বানন্দ সোণোৱাল)

২।নাওবৈচা (এ আই ইউ দি এফৰ দখলত, বিধায়ক মামুন ইমদাদুল হক চৌধুৰী)

৩। ঢকুৱাখনা (বিজেপিৰ দখলত, বিধায়ক নৱ কুমাৰ দলে)

৪। ধেমাজি (বিজেপিৰ দখলত, বিধায়ক ৰণোজ পেগু)

৫। জোনাই (নিৰ্দলীয়/ বিজেপিৰ সমৰ্থক, বিধায়ক ভুৱন পেগু)

৬। চাবুৱা (বিজেপিৰ দখলত, বিধায়ক বিনোদ হাজৰিকা)

৭। ডুমডুমা (কংগ্ৰেছৰ দখলত, বিধায়ক দুৰ্গা ভূমিজ)

৮। শদিয়া (বিজেপিৰ দখলত, বিধায়ক বলিন চেতিয়া)

উল্লেখযোগ্য যে বিগত নিৰ্বাচন সমূহত লোকসভা সমষ্টিটোত মূলত কংগ্ৰেছ দলৰ আধিপত্য চলি আহিছে যদিও ইয়াৰ মাজতে ’৮৫ত গকুল শইকীয়া, ’৯৬ আৰু ২০০৪ত অগপৰ অৰুণ কুমাৰ শৰ্মা, ২০১৪ আৰু ’১৬ত ক্ৰমে বিজেপিৰ সৰ্বানন্দ সোণোৱাল আৰু প্ৰদান বৰুৱা জয়লাভ কৰিছে।

২০১৬ চনৰ উপ নিৰ্বাচনত প্ৰদান বৰুৱাই ৫৫১৬৬৩টা ভোট লাভ কৰাৰ বিপৰীতে  দ্বিতীয় স্থানত থকা কংগ্ৰেছৰ হেম হৰিপ্ৰসন্ন পেগুৱে পাই ৩৬১৪৪৪টা ভোট। তদুপৰি নিৰ্দলীয় প্ৰাৰ্থী দিলীপ মৰাণে ৪২৬৬৭টা, চি পি আই (এম)ৰ অমিয় কুমাৰ সন্দিকৈয়ে ২০৬১৩টা, এচ ইউ চি আই (চি)ৰ হেম কান্ত মিৰিয়ে ১২৪০২টা ভোট পোৱাৰ বিপৰীতে ন’টাত পৰে ১৬,৪৩৮টা ভোট।

২০১৯ চনৰ দেশৰ সপ্তদশ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্য্যায়ত সমষ্টিটোত ভোটগ্ৰহণ সম্পন্ন হ’ব। প্ৰথম পৰ্য্যায়ৰ ভোটগ্ৰহণ অহা ১১ এপ্ৰিলত।

নিৰ্বাচনৰ বাবে সমষ্টিটোত এইবাৰ মুঠ ১২জন প্ৰাৰ্থীৰ মনোনয়ন বৈধ বিবেচিত হৈছে। তেওঁলোক হ’ল ক্ৰমে– কংগ্ৰেছৰ অনিল বৰগোহাঁই, বিজেপিৰ প্ৰদান বৰুৱা, চি পি আইৰ অৰূপ কলিতা, চি পি আই (এম)ৰ অমিয় কুমাৰ সন্দিকৈ, অসম দৃষ্টি পাৰ্তিৰ দিলীপ মৰাণ, ভোটাৰ্চ ইণ্টাৰনেচনেল পাৰ্টিৰ ভূপেন নৰহ, এচ ইউ চি আই (চি)ৰ হেম কান্ত মিৰি, এন পি পিৰ অনুপ প্ৰতীম বৰবৰুৱা, অসম জনমৰ্চাৰ উবেদুৰ ৰহমান আৰু নিৰ্দলীয় পূৰ্ণকান্ত দেউৰী, প্ৰভু লাল বৈষ্ণৱ আৰু আম্বাজ উদ্দিন।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd