• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা হিচাপে মনোনীত অসম সন্তান অৰিজিৎ প্ৰসাদ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 1, 2019 8:22 am
Arijit-750x375

অৰিজিৎ প্ৰসাদ।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ অধ্যক্ষতাত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ এখন পূৰ্ণাংগ ন্যায়িক বৈঠকত অসমৰ তৰুণ অধিবক্তা অৰিজিৎ প্ৰসাদক উচ্চতম ন্যায়ালয়ৰ এগৰাকী জ্যেষ্ঠ অধিবক্তালৈ মনোনীত কৰা হয়।

তথ্য অনুসৰি, উচ্চতম ন্যায়ালয়ৰ দ্বাৰা জ্যেষ্ঠ অধিবক্তালৈ এইদৰে এতিয়ালৈকে মনোনীত কৰাসকলৰ ভিতৰত উত্তৰ পূৰ্বাঞ্চলৰ পৰা দ্বিতীয়গৰাকী আৰু আটাইতকৈ কনিষ্ঠতম অধিবক্তা।

Apply Now

এগৰাকী মেধাবী ছাত্ৰ হিচাপে লণ্ডন স্কুল অফ ইক’নমিকছৰ পৰা এল এল এম ডিগ্ৰাধাৰী অৰিজিৎ প্ৰসাদ অসমৰ প্ৰাক্তন মন্ত্ৰী বিষ্ণু প্ৰসাদৰ পুত্ৰ।

বাতৰি অনুসৰি, ভাৰতৰ উচ্চতম ন্যায়ালয়ে অৰিজিৎ প্ৰসাদক আন ৩২ গৰাকী অধিবক্তাৰ সৈতে জ্যেষ্ঠ অধিবক্তালৈ মনোনীত কৰিছে।

২০১৮ৰ আগষ্ট মাহত জাৰি কৰা ‘’ছুপ্ৰীম কোৰ্ট গাইডলাইনছ টু ৰেগুলেট কনফাৰমেন্ট অফ ডেজিগনেশ্যন অফ ছিনিয়ৰ এডভোকেটছ,২০১৮’’ অনুসৰি উচ্চতম ন্যায়ালয়ে জ্যেষ্ঠ অধিবক্তা পদলৈ মনোনীত কৰা এইটো হ’ল দ্বিতীয়টো উদাহৰণ।

বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহত উচ্চতম ন্যায়ালয়ে সৰ্বোচ্চ আদালতখনত প্ৰেক্টিছ আৰম্ভ কৰা ২৫গৰাকী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশক জ্যেষ্ঠ অধিবক্তালৈ মনোনীত কৰিছিল।

গাইডলাইনসমূহে ‘’কমিটি ফৰ ডেজিগনেশ্যন অফ ছিনিয়ৰ এডভোকেটছ’’ নামৰ স্থায়ী কমিটিখনক এনেধৰণৰ মৰ্যাদা প্ৰদানৰ বিষয়সমূহ চোৱাচিতা কৰাৰ বাবে ক্ষমতা প্ৰদান কৰিছে।

উক্ত কমিটিখনত ভাৰতৰ মুখ্য ন্যায়াধীশ অধ্যক্ষ হিচাপে থকাৰ লগতে উচ্চতম ন্যায়ালয়ৰ দুগৰাকী আটাইতকৈ জ্যেষ্ঠ ন্যায়াধীশ, ভাৰতৰ এটৰ্ণি জেনেৰেল, অধ্যক্ষই মনোনীত কৰা বাৰ কাউন্সিলৰ এগৰাকী সদস্যৰ লগতে আন সদস্য আছে।

এটা কেলেণ্ডাৰ বৰ্ষত এই কমিটিখনে কমেও দুবাৰ বৈঠক অনুষ্ঠিত কৰিব লাগে। তদুপৰি, কমিটিৰ আন সদস্যসকলৰ লগত আলোচনা কৰি ভাৰতৰ মুখ্য ন্যায়াধীশে সিদ্ধান্ত গ্ৰহণ কৰা আৰ্হি অনুসৰি ইয়াৰ এখন স্থায়ী সচিবালয়ো থাকিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নেপালৰ ভয়ংকৰ বানত অসমৰ ৯জন সন্ধানহীন : আন ৯জনক সুৰক্ষিতভাৱে উদ্ধাৰ

নেপালৰ ভয়ংকৰ বানত অসমৰ ৯জন সন্ধানহীন : আন ৯জনক সুৰক্ষিতভাৱে উদ্ধাৰ

August 31, 2026 10:03 am
কিয়েভৰ ওচৰত ৰাছিয়াৰ ড্ৰ’ন আক্ৰমণৰ পিছত গুলী-বাৰুদ ডিপোত বিস্ফোৰণ, ৩৮ জন লোক নিহত

কিয়েভৰ ওচৰত ৰাছিয়াৰ ড্ৰ’ন আক্ৰমণৰ পিছত গুলী-বাৰুদ ডিপোত বিস্ফোৰণ, ৩৮ জন লোক নিহত

August 31, 2026 9:33 am
স্কুল বাছ সদায় হালধীয়া কিয়? প্ৰায় ৯০ বছৰৰ পুৰণি এই ৰহস্য জানিলে আপুনিও হ’ব

স্কুল বাছ সদায় হালধীয়া কিয়? প্ৰায় ৯০ বছৰৰ পুৰণি এই ৰহস্য জানিলে আপুনিও হ’ব

August 31, 2026 9:18 am
জৰ্ডানত ইৰানৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ; আমেৰিকাৰ দুটা সামৰিক ঘাটি ধ্বংস কৰাৰ দাবী, উত্তপ্ত পশ্চিম এছিয়া

জৰ্ডানত ইৰানৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ; আমেৰিকাৰ দুটা সামৰিক ঘাটি ধ্বংস কৰাৰ দাবী, উত্তপ্ত পশ্চিম এছিয়া

August 31, 2026 8:27 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নেপালৰ ভয়ংকৰ বানত অসমৰ ৯জন সন্ধানহীন : আন ৯জনক সুৰক্ষিতভাৱে উদ্ধাৰ

নেপালৰ ভয়ংকৰ বানত অসমৰ ৯জন সন্ধানহীন : আন ৯জনক সুৰক্ষিতভাৱে উদ্ধাৰ

August 31, 2026 10:03 am
কিয়েভৰ ওচৰত ৰাছিয়াৰ ড্ৰ’ন আক্ৰমণৰ পিছত গুলী-বাৰুদ ডিপোত বিস্ফোৰণ, ৩৮ জন লোক নিহত

কিয়েভৰ ওচৰত ৰাছিয়াৰ ড্ৰ’ন আক্ৰমণৰ পিছত গুলী-বাৰুদ ডিপোত বিস্ফোৰণ, ৩৮ জন লোক নিহত

August 31, 2026 9:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd