• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চামগুৰিৰ নিৰ্বাচনী সভাত বিজেপিক কঠোৰ সমালোচনা প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ

ভাৰ্গব হাজৰিকা by ভাৰ্গব হাজৰিকা
April 1, 2019 8:02 pm
Tarun Gogoi

চামগুৰিত নিৰ্বাচনী সভাত তৰুণ গগৈ

252
VIEWS
Share on FacebookShare on Twitter

আগন্তক লোকসভা নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলে কলিয়াবৰ লোকসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। আজি চামগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত বাজিয়াগাঁও ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত ভেলেউগুৰিত অনুষ্ঠিত হোৱা বিশাল নিৰ্বাচনী সভাত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে বিজেপি চৰকাৰক কঠোৰ সমালোচনা কৰে।

গগৈয়ে নৰেন্দ্ৰ মোদীৰ চৰকাৰখনে মিছা প্ৰতিশ্ৰুতি দি আহিছে বুলি সমালোচনা কৰে। এইবাৰ মোদীয়ে নিৰ্বাচনৰ সময়ত চকীদাৰৰ ভাওঁ দিছে কিন্তু আমাক চকীদাৰ নালাগে কাৰণ এইখন চোৰৰ দেশ নহয় বুলি কয় প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে।

আনহাতে, সোণোৱালে ব্ৰহ্মপুত্ৰ আৰু বৰাক খন্দাৰ কথা কৈছিল কিন্তু এতিয়ালৈ তেওঁ সেই কাম কিয় আৰম্ভ কৰিবলৈ নোৱাৰিলে বুলি প্ৰশ্ন কৰে। বৰ্তমান বিজেপি ধ্বংসৰ গৰাহত পৰিছে আৰু সেই ধ্বংসৰ মূল পূজাৰী হৈছে হিমন্ত বিশ্ব শৰ্মা। এইদৰে বিজেপিক সমালোচনা কৰে গগৈয়ে।

তৰুণ গগৈয়ে কলিয়াবৰ লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী মণিমাধৱ মহন্তৰ গাত তেজ নাই তেওঁ এনিমিয়াত ভুগিছে বুলি কয়।

বাজিয়াগাঁও ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি প্ৰদীপ হাজৰিকাৰ সভাপতিত্ব অনুষ্ঠিত হোৱা সভাখনত তৰুণ গগৈৰ লগতে কলিয়াবৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী গৌৰৱ গগৈ আৰু প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে অংশ গ্ৰহণ কৰে।

সভাত ভাষণ দি গৌৰৱ গগৈয়ে বিজেপি দল ধনীৰ দল কিন্তু কংগ্ৰেছ ৰাইজৰ দল বুলি কয়। বিগত কাৰ্য্যকালত কলিয়াবৰ লোকসভা সমষ্টিত যিমান কাম কৰা হৈছে তাতকৈও অধিক কাম পুনৰ বাৰ সাংসদ হ’লে ৰাইজৰ বাবে কৰিম বুলিও প্ৰতিশ্ৰুতি দিয়ে গৌৰৱে।

আনহাতে, কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে দুখীয়া লোকসকলৰ বাবে ঐতিহাসিক ন্যায়ৰ আঁচনি গ্ৰহণ কৰিছে এই আঁচনিৰ দ্বাৰা প্ৰতিবছৰে দুখীয়া পৰিয়ালে ৭২ হাজাৰ টকাকৈ লাভ কৰিব বুলি কয় কংগ্ৰেছ প্ৰাৰ্থীজনে।

নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰসংগত অগপক তীব্ৰ সমালোচনা কৰি গৌৰৱ গগৈয়ে কয় যে একমাত্ৰ মন্ত্ৰিত্বৰ লোভত অগপই বিজেপিৰ লগত মিত্ৰতা কৰিছে।

Recent News

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd