• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চকা বন্ধ : ৮ আৰু ৯ এপ্ৰিলত ৰাজ্যজুৰি অচল হ’ব যাত্ৰীবাহী বাছ সেৱা

এন ই নাও নিউজ by এন ই নাও নিউজ
April 2, 2019 8:25 am
BharatBandh_2-570x320

চকাবন্ধৰ প্ৰভাৱ গুৱাহাটীত। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সদৌ অসম বাছ পৰিচালনা সমন্বয়ৰক্ষী সমিতিয়ে অহা ৮ আৰু ৯ এপ্ৰিলত চকা বন্ধ কাৰ্যসূচী ৰূপায়ন কৰিবলৈ সাজু হৈছে। সোমবাৰে তেজপুৰত সমিতিৰ যাত্ৰীবাহী পৰিবহণ ব্যৱসায়ীৰে অনুষ্ঠিত বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

সদৌ অসম বাছ পৰিচালনা সমন্বয়ৰক্ষী সমিতিৰ আহ্বায়ক দাদুল নাথে বৈঠকৰ সিদ্ধান্তৰ কথা সদৰী কৰি কয় যে সদৌ অসম মটৰ পৰিবহণ সন্থাই বাৰম্বাৰ চলিত বছৰৰ মাৰ্চ মাহৰ ভিতৰত নিৰ্বাচন আৰু আইন-শৃংখলা জনিত কাৰণত ভাড়াৰ বাবে অধিগ্ৰহণ কৰিবলগা গাড়ীসমূহৰ ভাৰা ৫০ শতাংশ বৃদ্ধিৰ লগতে কৰ্মচাৰীৰ ভাত্তা ১০০ শতাংশ বৃদ্ধিৰ দাবী জনাই আহিছে যদিও চৰকাৰে এতিয়ালৈকে কোনো ইতিবাচক সঁহাৰি নিদিলে।

Apply Now

আনহাতে, তেওঁ কয় যে ২৪ ঘণ্টাৰ বাবে এজন চালকৰ আৰু এজন পৰিচালকৰ নিৰ্ধাৰিত ভাত্তা হ’ল ক্ৰমে ২৫০ টকা আৰু ২০০ টকা। এই ন্যূনতম ভাত্তাৰে কৰ্মচাৰীসকলে পুৱা চাহ-জলপানৰ পৰা আৰম্ভ কৰি ৰাতিৰ ভাতসাঁজলৈ সকলো মেনেজ কৰিবলগীয়া হয়।

ইপিনে, পঞ্চায়ত নিৰ্বাচনৰ সময়তো চৰকাৰে এই দাবীসমূহৰ প্ৰতি কোনো সঁহাৰি নজনালে।

সেয়েহে সোমবাৰৰ বৈঠকত সমন্বয়ৰক্ষী সমিতিয়ে এজন চালকৰ নিৰ্ধাৰিত ভাত্তা ২৫০ টকাৰ পৰা ৮০০ টকা আৰু এজন পৰিচালকৰ নিৰ্ধাৰিত ভাত্তা ২০০ টকাৰ পৰা ৬০০ টকা কৰিবলৈ আৰু ২৪ ঘণ্টাৰ বাবে নিৰ্ধাৰণ কৰা ভাৰা ২ হাজাৰ টকাৰ পৰা ৩ হাজাৰ টকালৈ বৃদ্ধি কৰাৰ দাবী জনায়।

সমিতিয়ে স্পষ্ট কৰি দিয়ে যে যদিহে চৰকাৰে ৫ এপ্ৰিলৰ ভিতৰত এই দাবীসমূহৰ প্ৰতি কোনোধৰণৰ সঁহাৰি নিদিয়ে, তেনেহ’লে ৮ আৰু ৯ এপ্ৰিলত চকা বন্ধৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ’ব। তদুপৰি, বৈঠকত আসন্ন লোকসভা নিৰ্বাচনৰ বাবে বাছ অধিগ্ৰহণ কৰিবলৈ নিদিয়াৰো সিদ্ধান্ত গ্ৰহণ কৰা হয়।

চৰকাৰৰ পক্ষৰ পৰা এই সন্দৰ্ভত কোনো বুজাবুজি সম্ভৱ নহ’লে অহা ৮ আৰু ৯ এপ্ৰিলত ৰাজ্যজুৰি যাত্ৰীবাহী বাছ সেৱা অচল হৈ পৰিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd