• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজ্যত পুনৰ ঘণ্টাত ৬০-৭০ কিলোমিটাৰ বেগত ধুমুহাৰ সম্ভাৱনা : বতৰ বিজ্ঞান কেন্দ্ৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 4, 2019 7:25 pm
প্ৰতিনিধিত্বমূলক ফটো

প্ৰতিনিধিত্বমূলক ফটো

588
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ বিভিন্ন ঠাইত আজি কেইবাদনিনো ধৰি ধুমুহাই বিধ্বংসী ৰূপ ধাৰণ কৰি থকাৰ সময়তে পুনৰ ৰাজ্যত বিধ্বংসী ধুমুহা অহাৰ সম্ভাৱনা ব্যক্ত কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই।  এই বিধ্বংসী ধুমহাই উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত সংহাৰ ৰূপ ধাৰণ কৰিব বুলি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে বৃহস্পতিবাৰে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই এই আগজাননী সদৰী কৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিয়া ৰাজ্যখনৰ বিভিন্ন ঠাইত অহা ৭ আৰু ৮ এপ্ৰিলত প্ৰতি ঘণ্টাত ৬০-৭০ কিলোমিটাৰ বেগত ধুমুহা অহাৰ সম্ভাৱনা আছে। তাৰোপৰি প্ৰৱল বৰষুণ আৰু বজ্ৰপাত পৰাৰো সম্ভাৱনা ব্যক্ত কৰিছে।

বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই অহা ৭-৮ এপ্ৰলিত আহিব লগীয়া এই বিধ্বংসী ধুমুহাৰ প্ৰভাৱ বিশেষকৈ অসম, অৰুণাচল প্ৰদেশ আৰু মেঘালয়ত বৈছিকৈ পৰিব বুলি আশংকা প্ৰকাশ কৰিছে।

Recent News

ইৰাণত ইজৰাইলৰ সামৰিক অভিযানক আমেৰিকাৰ সমৰ্থনৰ বিৰুদ্ধে প্ৰতিবাদঃ হায়দৰাবাদৰ আমেৰিকান দূতাবাসৰ বাহিৰত আটক ৭০ জন

ইৰাণত ইজৰাইলৰ সামৰিক অভিযানক আমেৰিকাৰ সমৰ্থনৰ বিৰুদ্ধে প্ৰতিবাদঃ হায়দৰাবাদৰ আমেৰিকান দূতাবাসৰ বাহিৰত আটক ৭০ জন

ইন্ধন কম, বিপদৰ পৰা হাত সাৰিবলৈ ঘুৰি গৈ বেংগালুৰুত নামিল গুৱাহাটী-চেন্নাই ইণ্ডিগো বিমান

ইন্ধন কম, বিপদৰ পৰা হাত সাৰিবলৈ ঘুৰি গৈ বেংগালুৰুত নামিল গুৱাহাটী-চেন্নাই ইণ্ডিগো বিমান

শিশুৰ যৌনগন্ধী ভিডিঅ’ আপলোড! আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ আই আই টিৰ ছাত্ৰসহ আন ১৫ অভিযুক্ত

শিশুৰ যৌনগন্ধী ভিডিঅ’ আপলোড! আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ আই আই টিৰ ছাত্ৰসহ আন ১৫ অভিযুক্ত

মোডীৰ ক’লা ধন ঘুৰাই অনাৰ প্ৰতিশ্ৰুতি! চুইছ বেংকত ৩০০ শতাংশ বৃদ্ধি পাইছে ভাৰতীয়ৰ ‘জমা’ ধন

মোডীৰ ক’লা ধন ঘুৰাই অনাৰ প্ৰতিশ্ৰুতি! চুইছ বেংকত ৩০০ শতাংশ বৃদ্ধি পাইছে ভাৰতীয়ৰ ‘জমা’ ধন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd