• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশ্ব হিন্দু পৰিষদৰ নেতাৰ দাবী : ২কোটি ৫০ লাখ হিন্দু বাংলাদেশীক আদৰিব বিচাৰিছে কেন্দ্ৰই

এন ই নাও নিউজ by এন ই নাও নিউজ
April 5, 2019 12:01 pm
11969138-gobinda-pramanik1

বাংলাদেশ নেশ্যনেল হিন্দু গ্ৰেণ্ড এলায়েন্সৰ সম্পাদক প্ৰধান গোবিন্দ চন্দ্ৰ প্ৰামানিক। ফটো: উৎস ইন্টাৰনেট

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে হিন্দু বাংলাদেশীক সংস্থাপনৰ বিৰোধিতা কৰি অসমৰ বিভিন্ন জাতীয় দল-সংগঠনে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ পাছত বিজেপিয়ে বিষয়টো অস্বীকাৰ কৰি আহিছে। তদুপৰি, বিধেয়কখনৰ জৰিয়তে কেৱল শৰণাৰ্থীসকলকহে নাগৰিকত্ব দিয়া হ’ব বুলি উল্লেখ কৰি তেওঁলোকে এই সংখ্যা বহু কম হ’ব বুলিও দাবী কৰি আহিছে।

বিজেপিৰ এনে দাবীৰ বিপৰীতে অসমৰ জাতীয় দল-সংগঠনে প্ৰকাশ কৰি অহা আশংকাক সত্য প্ৰমানিত কৰি বিশ্ব হিন্দু পৰিষদৰ অধীনৰ বাংলাদেশ নেশ্যনেল হিন্দু গ্ৰেণ্ড এলায়েন্সৰ সম্পাদক প্ৰধান গোবিন্দ চন্দ্ৰ প্ৰামানিকে বিধেয়কখনৰ প্ৰকৃত দিশটো ফাদিল কৰিছে।

Apply Now

প্ৰামানিকে দাবী কৰে যে বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত হ’লে প্ৰায় ২কোটি ৫০ লাখ বাংলাদেশী ভাৰতলৈ অহাৰ বাবে সাজু হৈ আছে। তেওঁ লগতে দাবী কৰে যে সেয়া হ’লে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জনগাঁথনি সম্পূৰ্ণ সলনি হৈ পৰিব। আজি এখন শীৰ্ষ স্থানীয় দৈনিক কাকতত এই বাতৰি প্ৰকাশ পাইছে।

হিন্দু ধৰ্মীয় নেতাগৰাকীৰ স্পষ্ট অভিযোগ যে বিজেপি নেতৃত্বাধীন ভাৰতৰ চৰকাৰখনে হিন্দু বাংলাদেশীসকলক ভাৰতলৈ অহাৰ বাবে প্ৰৰোচিত কৰিছে।

আনহাতে, ধৰ্মীয় নিৰ্যাতন সন্দৰ্ভত প্ৰামানিকে কয় যে বিজেপি চৰকাৰে বাংলাদেশ চৰকাৰক সংখ্যালঘুৰ ওপৰত নিৰ্যাতন বন্ধ কৰাৰ বাবে এটা কঠোৰ সকীয়নি দিয়া উচিত।

তেওঁ লগতে কয় যে সংখ্যালঘুৰ প্ৰতি বাংলাদেশ চৰকাৰ অতি সহানুভুতিশীল আৰু বিজেপিয়ে যদি এইক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰে তেনেহ’লে ই আৰু অধিক ফলপ্ৰসু হৈ উঠিব। প্ৰামানিকে লগতে হিন্দু শৰণাৰ্থীসকলক বাংলাদেশ চৰকাৰে যাতে ঘুৰাই লয় তাৰ বাবে ভাৰতে হেঁচা দিব লাগে বুলিও মত পোষণ কৰে।

ইপিনে,বিজেপিৰ অভিভাৱক সংগঠন বিশ্ব হিন্দু পৰিষদৰ বাংলাদেশ শাখাৰ দায়িত্বত থকা গোবিন্দ চন্দ্ৰ প্ৰামানিকে এন আৰ চিত নাম নথকা লোকসকলক বাংলাদেশলৈ পঠিয়াই দিব লাগে বুলিও মন্তব্য কৰিছে।

বিজেপিয়ে বিচৰাধৰণে যদি আগবাঢ়ে তেতিয়াহ’লে চুবুৰীয়া ৰাষ্ট্খন এখন মৌলবাদী ৰাষ্ট্ৰত পৰিণত হ’ব বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় নেতাগৰাকীয়ে। সি যি কি নহওঁক, বিশ্ব হিন্দু পৰিষদৰ নেতাগৰাকীৰ বক্তব্যই নাগৰিকত্ব সংশোধনী বিধেয়কখনে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণৰ বাবে কঢ়িয়াই আনিব পৰা অশনি সংকেতৰ কথাকে উদঙাই দিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এনচিইআৰটিৰ পাঠ্যক্ৰমত ডাঙৰ সালসলনি: বাদ পৰিল হিটলাৰ, অন্তৰ্ভুক্ত হ’ল সাভাৰকাৰৰ স্বৰাজৰ দাবী

এনচিইআৰটিৰ পাঠ্যক্ৰমত ডাঙৰ সালসলনি: বাদ পৰিল হিটলাৰ, অন্তৰ্ভুক্ত হ’ল সাভাৰকাৰৰ স্বৰাজৰ দাবী

July 9, 2026 7:31 pm
সংগীত জগতৰ অন্যতম শ্ৰেষ্ঠ আৰু বিখ্যাত গায়িকা বনি টেইলৰৰ দেহাৱসান

সংগীত জগতৰ অন্যতম শ্ৰেষ্ঠ আৰু বিখ্যাত গায়িকা বনি টেইলৰৰ দেহাৱসান

July 9, 2026 6:31 pm
লৰেন্স বিষ্ণোইক ভাৰতৰ পৰা প্ৰত্যাৰ্পণৰ পথত আমেৰিকা? নিজ্জৰ হত্যাকাণ্ডত বৃহৎ পদক্ষেপৰ প্ৰস্তুতি

লৰেন্স বিষ্ণোইক ভাৰতৰ পৰা প্ৰত্যাৰ্পণৰ পথত আমেৰিকা? নিজ্জৰ হত্যাকাণ্ডত বৃহৎ পদক্ষেপৰ প্ৰস্তুতি

July 9, 2026 6:19 pm
মোবাইল টাৱাৰ নোহোৱা ঠাইতো চলিব ফোন, বিএছএনএলে আনিলে ১,৩৪,১৬৬ টকীয়া বিশেষ ছেটেলাইট ফোন

মোবাইল টাৱাৰ নোহোৱা ঠাইতো চলিব ফোন, বিএছএনএলে আনিলে ১,৩৪,১৬৬ টকীয়া বিশেষ ছেটেলাইট ফোন

July 9, 2026 6:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এনচিইআৰটিৰ পাঠ্যক্ৰমত ডাঙৰ সালসলনি: বাদ পৰিল হিটলাৰ, অন্তৰ্ভুক্ত হ’ল সাভাৰকাৰৰ স্বৰাজৰ দাবী

এনচিইআৰটিৰ পাঠ্যক্ৰমত ডাঙৰ সালসলনি: বাদ পৰিল হিটলাৰ, অন্তৰ্ভুক্ত হ’ল সাভাৰকাৰৰ স্বৰাজৰ দাবী

July 9, 2026 7:31 pm
সংগীত জগতৰ অন্যতম শ্ৰেষ্ঠ আৰু বিখ্যাত গায়িকা বনি টেইলৰৰ দেহাৱসান

সংগীত জগতৰ অন্যতম শ্ৰেষ্ঠ আৰু বিখ্যাত গায়িকা বনি টেইলৰৰ দেহাৱসান

July 9, 2026 6:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd