• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

তেজপুৰৰ বিভিন্ন স্থানত অৰ্ধ কোটিৰো অধিক টকা জব্দ নিৰ্বাচনী পৰ্য্যৱেক্ষকৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 5, 2019 10:38 pm
Amid loksabha election hullabaloo, huge amount of cash seized in Guwahati

প্ৰতীকী ছবি।

184
VIEWS
Share on FacebookShare on Twitter

অৰুণাচল প্ৰদেশৰ মুখ্য মন্ত্ৰী পেমা খান্দুৰ কনভয়ৰ বাহনৰ পৰা ১.৮ কোটি টকা জব্দ কৰাৰ চাঞ্চল্যকৰ অভিযোগৰ মাজতে লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত তেজপুৰৰ বিভিন্ন স্থানত শুকুৰবাৰে জব্দ কৰা হৈছে অৰ্ধকোটিৰো অধিক টকা।

তেজপুৰ চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেলৰ সমীপত নৈমিত্তিক তালাচীৰ মাজত এজন বাইক আৰোহীৰ পৰা জয়ৰাম হাজৰিকাৰ নেতৃত্বৰ পৰ্য্যৱেক্ষক দলে ২৯৭০৯৯০টকা জব্দ কৰে। বাইকাৰোহীজনে অৱশ্যে ধনখিনি এটা মাইক্ৰ’ ফিনান্স কোম্পানিৰ আৰু সেয়া তেওঁ বেংকত জমা থ’বলৈ অনা বুলি মন্তব্য কৰিছে।

কিন্তু ধনভাৰীজনে কোনো নথি-পত্ৰ দেখুৱাব নোৱাৰা বাবে ধনখিনি দণ্ডাধীশৰ উপস্থিতিত হিচাপ কৰি জিলা কোষাগাৰত জমা কৰা হয়।

আন এটা ঘটনাত প্ৰাঞ্জল বৰদলৈ নেতৃত্বাধীন পৰ্য্যৱেক্ষক দলে বিহগুৰিৰ ৰঙামাটিত এজন লোকৰ পৰা ২২লাখ টকা জব্দ কৰে। ধনখিনি মাজবাট চাহ বাগিচাৰ কৰ্মচাৰীৰ দৰমহাৰ ধন বুলি লোকজনে দাবী কৰিছে। নথি-পত্ৰ দাখিল কৰি তেওঁক ধনখিনি মোকলাই নিবলৈ কোৱা হৈছে।

ৰঙাপাৰা বিধানসভা সমষ্টিত আন দুজন লোকৰ পৰা ১.৫ আৰু ১.২ লাখ টকা জব্দ কৰে। বাতৰি লিখাৰ পৰলৈকে ধনখিনি সন্দৰ্ভত বিচাৰ কৰি থকা হৈছে।

Recent News

কেৰালাত নিপা ভাইৰাচৰ আতংক! জাৰি কৰা হৈছে সতৰ্কবাণী

কেৰালাত নিপা ভাইৰাচৰ আতংক! জাৰি কৰা হৈছে সতৰ্কবাণী

দুবাৰৰ চেম্পিয়ন কাৰ্লোছ আলকাৰাজক পৰাস্ত কৰি উইম্বলডন জয় ইটালীৰ আনিক ছিনাৰৰ

দুবাৰৰ চেম্পিয়ন কাৰ্লোছ আলকাৰাজক পৰাস্ত কৰি উইম্বলডন জয় ইটালীৰ আনিক ছিনাৰৰ

য়েমেনত নিমিছা প্ৰিয়াৰ মৃত্যুদণ্ডৰ ক্ষেত্ৰত একো কৰিব নোৱাৰে ভাৰতে! উচ্চতম ন্যায়ালয়ত সদৰী কৰিলে কেন্দ্ৰীয় চৰকাৰে  

য়েমেনত নিমিছা প্ৰিয়াৰ মৃত্যুদণ্ডৰ ক্ষেত্ৰত একো কৰিব নোৱাৰে ভাৰতে! উচ্চতম ন্যায়ালয়ত সদৰী কৰিলে কেন্দ্ৰীয় চৰকাৰে  

মিথ্যা চৰকাৰৰ অৰ্থনৈতিক বিকাশৰ দাবী! আন্তঃগাঁথনিৰ অখণ্ডতাক লৈ উদ্বেগ প্ৰকাশ মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰীৰ

মিথ্যা চৰকাৰৰ অৰ্থনৈতিক বিকাশৰ দাবী! আন্তঃগাঁথনিৰ অখণ্ডতাক লৈ উদ্বেগ প্ৰকাশ মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd