• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শাসনলৈ আহিলে কলিয়াবৰ হাতীমুৰা মথাউৰি নিৰ্মাণ আৰু ক্ষতিপূৰণ বিতৰণৰ কেলেংকাৰীৰ চিবিআই তদন্ত কৰা হ’ব : গৌৰৱ গগৈ

উত্তম শইকীয়া by উত্তম শইকীয়া
April 6, 2019 5:43 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘ভাৰতীয় জাতীয় কংগ্ৰেছ শাসনলৈ আহিলে জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ সমষ্টি কলিয়াবৰত হাতীমুৰা মথাউৰি কেনেকৈ চিঙিল আৰু এই মথাউৰিটো চিঙাৰ পিছত ক্ষতিগ্ৰস্তৰ মাজত ক্ষতিপূৰণ বিতৰণত হোৱা কেলেংকাৰীৰ চি বি আই তদন্ত কৰা হ’ব।’ এই মন্তব্য কলিয়াবৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ।

আজি কলিয়াবৰ লোকসভা সমষ্টিৰ বোকাখাতত কংগ্ৰেছৰ এক নিৰ্বাচনী প্ৰচাৰত অংশ গ্ৰহণ কৰি কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে কলিয়াবৰ সমষ্টিত আপোনালোকে পদুম ফুল দেখিছেনে বুলি প্ৰশ্ন কৰি কয় যে এইবাৰ কলিয়াবৰত পদুম ফুলা নাই। লগতে গোটেইবোৰ ফাঁকি কথা কৈ ৰাইজৰ ৰোষত পৰাৰ ভয়ত এইবাৰ নিৰ্বাচনত পদুমফুল হাতীৰ আঁৰত লুকাল বুলি গৌৰৱ গগৈয়ে মন্তব্য কৰে।

Apply Now

কোন চকীদাৰে বাৰে বাৰে বিদেশলৈ যায়। দামী আৰু বিলাসী পোচাক পিন্ধে আৰু তাৰ বাবে আপোনালোকৰ পৰা টেক্স কাটে বুলিও মন্তব্য কৰে গৌৰৱ গগৈয়ে। বৰজুৰিৰ নিৰ্বাচনী সভাত গৌৰৱ গগৈৰ উপৰিও প্ৰদেশ কংগ্ৰেছৰ বিধায়িনী দলৰ সভাপতি দেবব্ৰত শইকীয়া, বোকাখাতৰ প্ৰাক্তন বিধায়ক অৰুণ ফুকন, ব্লক সভাপতি ধৰ্মেশ্বৰ কুৰ্মীৰ উপৰিও বিভিন্ন কৰ্মকৰ্তা উপস্থিত থাকে।

এই সভাতে মধ্য কাজিৰঙাৰ অগপ দলৰ আঞ্চলিক পঞ্চায়তৰ বাবে নিৰ্বাচিত প্ৰাৰ্থী হোমেন ভূমিজৰ আৰু কাজিৰঙা সমবায় সমিতিৰ প্ৰাক্তন সম্পাদক মৃদুল গগৈৰ সৈতে ২০ জন ব্যক্তি আৰু বিমান দলেৰ নেতৃত্বত মৰিধনশিৰি অঞ্চলৰ ১৬ ব্যক্তিয়ে কংগ্ৰেছ দলত যোগদান কৰে।

নিৰ্বাচনী প্ৰচাৰত অংশ গ্ৰহণ কৰি বিধায়িনী দলপতি দেবব্ৰত শইকীয়াই নৰেন্দ্ৰ মোডীৰ চৰকাৰে অসমৰ প্ৰতিখন চাহ বাগিছাত এ টি এম স্থাপন কৰিম বুলি প্ৰতিশ্ৰুতি দিও এ টি এম স্থাপন কৰিব নোৱাৰি টেবুলতে দৰমহা দি আছে আৰু চাহ বাগিছাত ১০০ স্কুল দিম বুলিও দিব নোৱাৰিলে বুলি উল্লেখ কৰি বিজেপি দলক সমালোচনা কৰে।

Tags: নিৰ্বাচন ২০১৯
উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

September 15, 2026 9:31 pm
মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

September 15, 2026 9:11 pm
নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

September 15, 2026 8:15 pm
যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

September 15, 2026 7:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

September 15, 2026 9:31 pm
মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

September 15, 2026 9:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd