• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শিৱসাগৰ ছোৱালী কলেজৰ উদ্যোগত ভোটাৰ সজাগতা সভা

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
April 6, 2019 9:09 pm
212
VIEWS
Share on FacebookShare on Twitter
শিৱসাগৰ ছোৱালী কলেজৰ ৰাজনীতি বিজ্ঞান বিভাগৰ উদ্যোগত আৰু শিৱসাগৰ জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্য়ালয়ৰ সহযোগত অহা ১১ এপ্ৰিলত অনুষ্ঠিত হ’ব লগীয়া প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত শুকুৰবাৰে বানমুখ দিহিঙ্গীয়া গাঁৱত ভোটাৰৰ সজাগতা সভা অনুষ্ঠিত হয়।
বানমুখ দিহিঙ্গীয়া গাঁৱৰ ভোগেশ্বৰ শইকীয়াই সভাপতিত্ব কৰা আৰু মহাবিদ্যালয়খনৰ অধ্যাপক মহান ৰঞ্জন দত্তই আঁত ধৰা সজাগতা সভাত কলেজৰ ৰাজনীতি বিজ্ঞান বিভাগৰ প্ৰবক্তাসকলে গণতন্ত্ৰত ভোটৰ মূল্য আৰু ভোটাৰৰ দ্বায়িত্ব সম্পৰ্কে বিস্তৃতভাৱে ব্যাখ্য কৰাৰ লগতে ই ভি এমত নতুনকৈ সংযোজন ঘটোৱা ভি ভি পি এ টিৰ জৰিয়তে কেনেকৈ ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰি সেই বিষয়ে অৱগত কৰে।
কলেজৰ অভ্যন্তৰীণ মান নিৰূপণ কোষৰ সমন্বয়ক বিমল দত্ত উপস্থিত থকা সজাগতা সভাত ৰাজনীতি বিজ্ঞান বিভাগৰ ছাত্ৰীসকলেও ভোটাৰসকলক উদ্দেশ্যি বক্তব্য প্ৰদান কৰে।

Recent News

হিমাচল উচ্চ ন্যায়ালয়ৰ হঠকাৰী সিদ্ধান্ত! ফলেৰে ভৰপূৰ ৩ হাজাৰৰো অধিক আপেল গছ কাটি পেলোৱাৰ নিৰ্দেশ

হিমাচল উচ্চ ন্যায়ালয়ৰ হঠকাৰী সিদ্ধান্ত! ফলেৰে ভৰপূৰ ৩ হাজাৰৰো অধিক আপেল গছ কাটি পেলোৱাৰ নিৰ্দেশ

জেলিপি-চিঙৰাতো চিগাৰেটৰ দৰে বিধিসন্মত সতৰ্কবাণী! কিয় স্বাস্থ্য মন্ত্ৰালয়ৰ এই সিদ্ধান্ত?

জেলিপি-চিঙৰাতো চিগাৰেটৰ দৰে বিধিসন্মত সতৰ্কবাণী! কিয় স্বাস্থ্য মন্ত্ৰালয়ৰ এই সিদ্ধান্ত?

ন্যায়াধীশ আশুতোষ কুমাৰক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ নিযুক্তি

ন্যায়াধীশ আশুতোষ কুমাৰক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ নিযুক্তি

ডেভলপমেণ্ট নহয়, ডেভিলপমেণ্ট: গুৱাহাটীৰ ধ্বংসাত্মক আন্তঃগাঁথনিৰ তীব্ৰ সমালোচনা দত্তত্ৰেয় টি দেৱৰেৰ

ডেভলপমেণ্ট নহয়, ডেভিলপমেণ্ট: গুৱাহাটীৰ ধ্বংসাত্মক আন্তঃগাঁথনিৰ তীব্ৰ সমালোচনা দত্তত্ৰেয় টি দেৱৰেৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd