• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমত নতুন ভেটি স্থাপনৰ প্ৰচেষ্টা চলাইছে নক্সালবাদীয়ে!

এন ই নাও নিউজ by এন ই নাও নিউজ
April 8, 2019 9:44 am
Maoists-750x375

প্ৰতিনিধিত্বমূলক ফটো। উৎস : ডেক্কান ক্ৰনিকল

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত অবৈধ অনুপ্ৰৱেশকাৰীক চিনাক্তকৰণৰ বাবে উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ নিৰীক্ষণত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণৰ কাম চলি থকাৰ মাজতে নক্সালবাদীয়ে পৰিস্থিতিৰ সম্পূৰ্ণ সুযোগ গ্ৰহণ কৰি ৰাজ্যখনত নতুন ভেটি স্থাপনৰ প্ৰচেষ্টা চলাই আছে।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, অসমত থাকি কাম কৰি থকা বিদ্ৰোহী আলফা (স্বাঃ)উগ্ৰপন্থী আৰু মুছলমান সংগঠনৰ মাজত ভেটি স্থাপনৰ বাবে শীৰ্ষ নক্সালবাদী নেতাই প্ৰচেষ্টা চলাই আছে।

Apply Now

বাতৰি অনুসৰি, নক্সালসকলে শাসকীয় চৰকাৰৰ বিৰুদ্ধে মুখৰ হৈ থকা গোড়া মুছলমান সংগঠনলৈ সমৰ্থন আগবঢ়াইছে আৰু তেওঁলোকৰ আন্দোলনক সাৰ পানী যোগাইছে।

‘জী নিউজ’ৰ এক বাতৰিত কোৱা হৈছে যে নক্সালসকলে তেওঁলোকৰ কৌশল সলনি কৰি আলফা (স্বাঃ)ৰ সৈতে সম্পৰ্ক স্থাপন কৰি এটা নতুন ‘ৰেড কৰিডৰ’ গঢ়াৰ প্ৰচেষ্টা চলাইছে যাতে তেওঁলোকে তেওঁলোকৰ কেডাৰসকলৰ বাবে নিয়মীয়া অস্ত্ৰ-শস্ত্ৰৰ যোগান লাভ কৰিব পাৰে।

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ এগৰাকী বিষয়াৰ উদ্ধৃতি দি কোৱা হৈছে : ‘’ অসমত মাওবাদীৰ উপস্থিতিৰ বিষয়ে প্ৰতিবেদন আছে। আমি অসমত সদস্যৰ সংখ্যা, তেওঁলোকৰ কাৰ্যকলাপৰ এলেকা, নেতৃত্ব তথা অৱস্থিতিকে ধৰি মাওবাদীৰ বৰ্তমান কি স্থিতি সেই সম্পৰ্কে জানিবলৈ চেষ্টা কৰি আছো।‘’

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰাত ৪০ লাখ লোকৰ নাম বাদ পৰিছিল আৰু এইটোৱে অসমৰ কেইবাটাও অংশত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। আনকি ইয়াৰ বিৰুদ্ধে কেইবাটাও সংগঠনে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাৱ্যস্ত কৰিছিল।

বাতৰিত কোৱা হৈছে যে বিদ্ৰোহী সংগঠনটোৰ জ্যেষ্ঠ নেতাসকলৰ বয়স বৃদ্ধি পোৱাৰ ফলত মাওবাদীসকলৰ বাবে চিন্তাৰ বিষয় হৈ পৰিছে আৰু ইয়াৰ কামকাজত প্ৰভাৱ পেলাইছে।

তদুপৰি, বিদ্ৰোহী সংগঠনটোৰ বহু জ্যেষ্ঠ নেতাৰ মৃত্যু তথা আত্মসমৰ্পনে ইতিমধ্যে ইয়াক ভীষণ ক্ষতি কৰিছে।

বাতৰিটোত লগতে বিষয়াৰ উদ্ধৃতিৰে কোৱা হৈছে : ‘’ মাওবাদী সংগঠনটোৰ মধ্যম স্তৰৰ নেতৃত্বত সংকটৰ সৃষ্টি হৈছে। সুৰক্ষা বাহিনীয়ে বিদ্ৰোহী সংগঠনটোৰ মূখ্য অঞ্চলসমূহত অভিযান বৃদ্ধি কৰাৰ ফলত তেওঁলোকৰ যোগানৰ ৰাস্তা স্থবিৰ হৈ পৰিছে। সেইকাৰণে নক্সালবাদীৰ শীৰ্ষ নেতৃত্বি এটা নতুন যোগান পথ গঢ়াৰ বাবে তৎপৰ হৈ পৰিছে।‘’

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাপিত আশা! ইউৰোপীয় মানৱ অধিকাৰ আদালতত পৰাজিত প্ৰৱঞ্চক নীৰৱ মোডী

নিৰ্বাপিত আশা! ইউৰোপীয় মানৱ অধিকাৰ আদালতত পৰাজিত প্ৰৱঞ্চক নীৰৱ মোডী

July 7, 2026 9:34 am
চিকিৎসাধীন স্বামীৰ কেনুলাৰে টয়লেট ক্লীনাৰ সুমুৱাই হত্যা পত্নীৰ! তেলেংগানাত চাঞ্চল্যকৰ ঘটনা

চিকিৎসাধীন স্বামীৰ কেনুলাৰে টয়লেট ক্লীনাৰ সুমুৱাই হত্যা পত্নীৰ! তেলেংগানাত চাঞ্চল্যকৰ ঘটনা

July 7, 2026 9:03 am
শেষ মুহূৰ্তৰ আঘাত! মেৰিনোৰ গ’লত ছিন্নভিন্ন ৰোনাল্ডোৰ বিশ্বকাপৰ সপোন, কোৱাৰ্টাৰ ফাইনেলত স্পেইন

শেষ মুহূৰ্তৰ আঘাত! মেৰিনোৰ গ’লত ছিন্নভিন্ন ৰোনাল্ডোৰ বিশ্বকাপৰ সপোন, কোৱাৰ্টাৰ ফাইনেলত স্পেইন

July 7, 2026 8:03 am
সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

July 7, 2026 6:36 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাপিত আশা! ইউৰোপীয় মানৱ অধিকাৰ আদালতত পৰাজিত প্ৰৱঞ্চক নীৰৱ মোডী

নিৰ্বাপিত আশা! ইউৰোপীয় মানৱ অধিকাৰ আদালতত পৰাজিত প্ৰৱঞ্চক নীৰৱ মোডী

July 7, 2026 9:34 am
চিকিৎসাধীন স্বামীৰ কেনুলাৰে টয়লেট ক্লীনাৰ সুমুৱাই হত্যা পত্নীৰ! তেলেংগানাত চাঞ্চল্যকৰ ঘটনা

চিকিৎসাধীন স্বামীৰ কেনুলাৰে টয়লেট ক্লীনাৰ সুমুৱাই হত্যা পত্নীৰ! তেলেংগানাত চাঞ্চল্যকৰ ঘটনা

July 7, 2026 9:03 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd