• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিজেপিয়ে নিৰ্বাচনী ইস্তাহাৰত দোহাৰিলে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ প্ৰতিশ্ৰুতি

এন ই নাও নিউজ by এন ই নাও নিউজ
April 8, 2019 1:37 pm
e8d17d42-648e-44b5-b6a3-6b98c42f6fbe

ইস্তাহাৰ প্ৰকাশৰ মুহূৰ্তত মোদী আৰু অন্যান্যসকল।

826
VIEWS
Share on FacebookShare on Twitter

আজি বিজেপিয়ে আসন্ন লোকসভা নিৰ্বাচনৰ বাবে তেওঁলোকৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰে। বিজেপিৰ ইস্তাহাৰ ‘সংকল্প পত্ৰ’ ৰাজনাথ সিঙে প্ৰকাশ কৰে। ইস্তাহাৰত বিজেপিয়ে নাগৰিক সংশোধনী বিধেয়ক প্ৰসংগ উত্থাপন কৰি ক্ষমতাত আহিলে বিধেয়কখন গৃহীত কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।

ইস্তাহাৰ প্ৰকাশ কৰি ৰাজনাথ সিঙে ঘোষণা কৰে, ‘’নাগৰিক সংশোধনী বিধেয়ক গৃহীত কৰিবলৈ বিজেপি বদ্ধ পৰিকৰ। বিজেপি চৰকাৰ ক্ষমতালৈ আহিলে বিধেয়কখন গৃহীত কৰা হ’বই।‘’

আজি নতুন দিল্লীৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত প্ৰকাশ কৰা হয় এই নিৰ্বাচনী ইস্তাহাৰ। নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশৰ সময়ত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ আৰু ৰাজনাথ সিঙৰ লগতে দলটোৰ কেইবাজনো শীৰ্ষ নেতা উপস্থিত থাকে।

৬ কোটি লোকৰ মতামত লৈ প্ৰস্তুত কৰা ইস্তাহাৰত বিজেপিয়ে নতুন ভাৰত নিৰ্মাণৰ প্ৰতিশ্ৰুতি আগবঢ়াইছে।

এইবাৰ ক্ষমতালৈ আহিলে বিজেপিয়ে ৰাম মন্দিৰ নিৰ্মাণৰ বিষয়টো সমাধান কৰিব বুলিও প্ৰতিশ্ৰুতি দিছে। তদুপৰি, ৰাষ্ট্ৰীয় সুৰক্ষাৰ দিশত অধিক গুৰুত্ব দিয়াৰ কথাও ঘোষণা কৰা হৈছে ইস্তাহাৰত।

অবৈধ অনুপ্ৰৱেশ ৰোধ কৰাৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিয়াৰ লগতে দেশত ৰাষ্ট্ৰীয় বাণিজ্য আয়োগ গঠনৰ কথাও ঘোষণা কৰা হৈছে এই সংকল্প পত্ৰত।

গেৰুৱা দলটোৱে ২০২২ চনত সকলো প্ৰতিশ্ৰুতি পূৰণ কৰাৰ প্ৰতিশ্ৰুতি দাঙি ধৰি ভাৰতক অৰ্থনৈতিক দিশত বিশ্বৰ আগশাৰীত প্ৰতিষ্ঠা কৰাৰ চেষ্টা চলোৱা হ’ব বুলি ঘোষণা কৰিছে।

আনহাতে, মহিলা সবলীকৰণৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে ৬০ বছৰৰ সকলো কৃষকলৈ পেঞ্চনৰ ব্যৱস্থা কৰা হ’ব বুলিও ঘোষণা কৰিছে।

Tags: নিৰ্বাচন ২০১৯

Recent News

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd