• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ছাৰ্ভিছেছৰ অনুজ কুমাৰৰ দখলত মিঃ শৰাইঘাটশ্ৰীৰ খিতাপ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 8, 2019 5:10 pm
Anuj Kumar Taliyan

৩১ সংখ্যক শৰাইঘাটশ্ৰীৰ দৃশ্য।

568
VIEWS
Share on FacebookShare on Twitter

চলিত বৰ্ষৰ ৰাধাগোবিন্দ বৰুৱা সোঁৱৰণী ক্লাছিক বডী বিল্ডিং প্ৰতিযোগিতাত শৰাইঘাটশ্ৰী খিতাপ দখল কৰে ছাৰ্ভিছেছৰ শৰীৰ চৰ্চা বিদ অনুজ কুমাৰ তালিয়ানে। ৰবিবাৰে মাছখোৱাৰ আই টি এ চেণ্টাৰত অনুষ্ঠিত হোৱা সৰ্বভাৰতীয় পৰ্য্যায়ৰ প্ৰতিযোগিতাখনত তালিয়ানে অপূৰ্ব শৰীৰ চৰ্চাৰ কলা প্ৰদৰ্শন কৰি শৰাইঘাটশ্ৰীৰ খিতাপ দখল কৰিবলৈ সক্ষম হয়।

প্ৰতিযোগিতাখন উদ্বোধন কৰে মিঃ ইউনিভাৰ্ছ আৰু পদ্মশ্ৰী প্ৰেমচান্দ ডোগৰাই।

আনহাতে, দিল্লীৰ শৰীৰচৰ্চাবিদ নৰেন্দ্ৰ যাদৱ আৰু ৰেলৱেৰ এন ছাটো সিঙে প্ৰতিযোগিতাখনত ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হয়। অসমৰ প্ৰতিভাৱান শৰীৰচৰ্চাবিদ দীপু দত্ত আৰু নয়নমণি নেওগে ক্ৰমে সপ্তম আৰু অষ্টম স্থানহে দখল কৰিবলৈ সক্ষম হয়।

প্ৰতিযোগিতাৰ অন্তত খেলুৱৈসকলক বঁটা প্ৰদান কৰে উদ্বোধক প্ৰেমচান্দ ডোগ্ৰা, চেতন পাথাৰ, সঞ্জীৱ কুমাৰ ফুকন, বসন্ত দাস আদি বিশিষ্ট ব্যক্তিসকলে।

উল্লেখযোগ্য যে, অসম ব’ডি বিল্ডাৰ্ছ আৰু ফিটনেছ সংস্থাৰ সৌজন্যত আৰু আই বি এফৰ সহযোগত শৰাইঘাট জিমে ৩১ সংখ্যক ৰাধাগোবিন্দ বৰুৱা সোঁৱৰণী শৰাইঘাটশ্ৰী প্ৰতিযোগিতাখন আয়োজন কৰিছিল।

Recent News

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd