• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিৱসাগৰত হিমন্ত বিশ্ব শৰ্মাৰ ৰ’ডশ্বোত কোনে কৰিলে এককভাৱে প্ৰতিবাদ?

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
April 9, 2019 6:37 am
IMG-20190409-WA0000

শিৱসাগৰত সোমবাৰে হিমন্ত হিশ্ব শৰ্মাৰ ৰোডশ্ব'ত এগৰাকী প্ৰাক্তন ছাত্ৰনেতাৰ প্ৰতিবাদ। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সোমবাৰে শিৱসাগৰৰ ৰংঘৰ বাকৰিৰ পৰা অসমৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অংশ লৈছিল এখন ৰ’ডশ্বোত। যোৰহাট লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ অভিযানৰ অংশ হিচাপে উলিওৱা এই ৰ’ডশ্বোত কেইবাহাজাৰ বিজেপি আৰু মিত্ৰজোঁট অগপৰ নেতা-কৰ্মীয়ে অংশ লৈছিল।

কিন্ত এই ৰ’ডশ্বোৰ মাজতে ঘটিল এক অঘটন। শিৱসাগৰৰ প্ৰাক্তন আছু নেতা সুমেশ ডেকাই নিজৰ ঘৰৰ সন্মুখত হাতত এখন বেনাৰ লৈ এককভাৱে প্ৰতিবাদ কৰি আদৰণি জনায় নেডাৰ আহ্বায়ক তথা প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক।

Apply Now

মন্ত্ৰী জনে পদযাত্ৰা কৰি আহি থাকোতে তেখেতৰ সন্মুখত থিয় হৈ হাতত এখন কাগজত ‘মিছা কথা নকব’ বুলি লিখি প্ৰতিবাদ জনায়। মন্ত্ৰীজনেও প্ৰাক্তন আছুৰ নেতাজনৰ বেনাৰখন পঢ়িলে, আৰু বেকাকৈ হাঁহি এটা মাৰি আঁতৰি আহিল। হয়তো এইদৰে ৰ’ডশ্বোত প্ৰতিবাদৰ সন্মুখীন হ’ব বুলি ভৱাই নাছিল।

প্ৰাক্তন আছু নেতা গৰাকীয়ে পাছত সাংবাদিকৰ আগত কয়, ‘’আমি অসম আন্দোলন কৰা মানুহ, সেই আন্দোলনত আমাৰ বহু সতীৰ্থ শ্বহীদ হৈছিল আৰু আমিও বহু নিৰ্যাতনৰ সন্মুখীন হৈছিলো। আমাৰ লগত আন্দোলন কৰা বহু লোক এতিয়া নেতা বা মন্ত্ৰী হৈ আছে।”

তেওঁ পূৰ্বৰ প্ৰতিশ্ৰুতিৰ কথা সোঁৱৰাই কয়, ‘’মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছ চৰকাৰৰ দিনত ১৫ বছৰ স্বাস্থ্য মন্ত্ৰী হৈ থাকোতে তেওঁ মোক কৈছিল, ‘সুমেশদা মই শিৱসাগৰত মেডিকেল কলেজ দিম’। কিন্তু মেডিকেল কলেজ শিৱসাগৰলৈ নাহিল।‘’

প্ৰাক্তন ছাত্ৰনেতাগৰাকীয়ে নিজৰ ক্ষোভ উজাৰি লগতে কয়,‘’আজি নিৰ্বাচনী সভাত কোৱাৰ দৰে আগতেও কৈছিল শিৱসাগৰ অসমৰ প্ৰাণ কেন্দ্ৰ। কিন্তু অসমৰ এই প্ৰাণ কেন্দ্ৰ শিৱসাগৰত আজি কোনো এটা ভাল অনুষ্ঠান নাই। সেইবাবে আজি মন্ত্ৰীজনক এজন জ্যেষ্ঠ নাগৰিকক মিছা কথা কোৱাৰ বাবে আমাৰ ঘৰৰ সন্মুখত তেখেতক স্বাগতম জনাই হাতত পেষ্টাৰ লৈ প্ৰতিবাদ কৰিলো।‘’

উল্লেখযোগ্য যে সুমেশ ডেকা সদৌ অসম ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলাৰ এগৰাকী প্ৰাক্তন সম্পাদক।

ইপিনে, হাজাৰ হাজাৰ জনতাৰ মাজত এজন ব্যক্তিয়ে এককভাৱে কৰা এই সাহসী প্ৰতিবাদে এতিয়া জিলাখনত ব্যাপক চৰ্চা লাভ কৰিছে আৰু প্ৰাক্তন আছু নেতাজনক ধন্যবাদ জ্ঞাপন কৰিছে।

Tags: নিৰ্বাচন ২০১৯
পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

June 6, 2026 7:48 am
ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

June 6, 2026 7:22 am
জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

June 6, 2026 7:48 am
ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

June 6, 2026 7:22 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd