• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰথমবাৰৰ বাবে শিৱসাগৰ জিলাৰ ছটা ভোটগ্ৰহণ কেন্দ্ৰ পৰিচালনা কৰিব মহিলাই

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
April 9, 2019 7:23 am
sivasagar district administration pressmeet

ফটো : নৰ্থ-ইষ্ট নাও

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি শিৱসাগৰ জিলা উপায়ুক্ত ডাঃ এছ লক্ষ্মণনৰ সঞ্চালনত সোমবাৰে জিলা উপায়ুক্ত কাৰ্যালয়ৰ চুকাফা সভা কক্ষত এখন সংবাদ মেল অনুষ্ঠিত হয়।

সংবাদ মেলত জিলা উপায়ুক্ত গৰাকীয়ে কয়, ‘শিৱসাগৰ, থাওৰা আৰু আমগুৰি বিধান সভা সমষ্টিত মুঠ ৫০৬ টা ভোট গ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে। থাওৰাত ১৪৪ টা,  আমগুৰিত ১৬৬ টা আৰু শিৱসাগৰত ১৯৬ টা। প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত একোজনকৈ প্ৰিজাইডিং অফিচাৰ আৰু তিনি জনকৈ পুলিং অফিচাৰ নিযোগ কৰা হৈছে’।

Apply Now

তেওঁ লগতে কয়, ‘সমগ্ৰ ভোট গ্ৰহণ প্ৰক্ৰিয়াটোত পৰোক্ষ আৰু প্ৰত্যক্ষ ভাৱে সৰ্বমুঠ পাঁচ হাজাৰ কৰ্মচাৰী নিয়োগ কৰা হৈছে। ১১ এপ্ৰিলৰ পুৱা ৭ বজাৰ পৰা বিয়লি ৫ বজালৈ ভোটদান প্ৰক্ৰিয়া অনুষ্ঠিত হ’ব। বিদ্যুতৰ সমস্যা থকা মুঠ ১৫৫ টা ভোটগ্ৰহণ কেন্দ্ৰত অস্থায়ী ভাৱে বিদ্যুতৰ ব্যৱস্থা কৰাৰ লগতে ৪০ টা ভোট গ্ৰহণ কেন্দ্ৰত অনলাইনভাৱে ভোটাৰৰ গতিবিধি চাবৰ বাবে চি চি টিভিৰ ব্যৱস্থা কৰা হৈছে’।

ভোটদান প্ৰক্ৰিয়াৰ বাবে ৬০০ টা ই ভি এম মেচিনৰ ব্যৱস্থা কৰাৰ লগতে জৰুৰী কালীন প্ৰয়োজন হোৱাকৈ ১২৬ টা ই ভি এম মেচিনৰ ব্যৱস্থা কৰি ৰখা হৈছে। নিৰ্বাচনত নিয়োজিত কৰ্মচাৰী তথা ই ভি এম মেচিন অনা নিয়া কৰিবৰ বাবে সৰু ডাঙৰ ৫০০ খন বাহনৰ ব্যৱস্থা কৰা হৈছে বুলি জিলা উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে।

আনহাতে শিৱসাগৰ জিলা নিৰ্বাচনী বিষয়া জগদীশ ব্ৰহ্মই কয় যে,  এইবাৰ প্ৰথমবাৰৰ বাবে ৬ টা ভোটগ্ৰহণ কেন্দ্ৰ সম্পূৰ্ণ ৰূপে মহিলাৰ দ্বাৰা পৰিচালিত হ’ব। থাওৰা সমষ্টিৰ ৭০ আৰু ৭১ নং ভোটগ্ৰহণ কেন্দ্ৰ, শিৱসাগৰ সমষ্টিৰ ৩৮ আৰু ৩৯ নং ভোট গ্ৰহণ কেন্দ্ৰ আৰু আমগুৰি সমষ্টিৰ ৯৯ নং আৰু ১০০ নং সমষ্টি কেইটা মহিলাৰ দ্বাৰা পৰিচালিত হ’ব।

আনহাতে শিৱসাগৰ জিলা আৰক্ষী অধীক্ষক অমিতাভ সিনহাই কয় যে শিৱসাগৰ আৰক্ষী জিলাৰ অন্তৰ্গত ৬৭৮ টা ভোটগ্ৰহণ কেন্দ্ৰ আছে আৰু ইয়াৰ ভিতৰত ৮৪ টা কেন্দ্ৰ স্পৰ্শকাতৰ। প্ৰতিটো ভোটদান কেন্দ্ৰত এজন কনিষ্টবল আৰু এগৰাকী গৃহৰক্ষী জোৱান নিয়েগ কৰা হৈছে। স্পৰ্শকাতৰ কেন্দ্ৰ সমুহত আৰক্ষীৰ লগতে অৰ্ধ সামৰিক বাহিনী নিয়োগ কৰা হ’ব বুলি আৰক্ষী অধীক্ষক গৰাকীয়ে জানিবলৈ দিয়ে।

জিলাখনত স্বচ্চ নিকা আৰু শান্তিপূৰ্ণ নিৰ্বাচন অনুষ্ঠিত কৰিবৰ বাবে সকলো পক্ষকে আহ্বান জনায় জিলা উপায়ুক্ত গৰাকীয়ে। যি কোনো পৰিস্থিতিৰ বাবে পোনপটীয়াকৈ যোগাযোগ কৰিবৰ বাবে ট’ল ফ্ৰী নম্বৰ ১৯৫০ আৰু ০৩৭৭২ ২২৩৩৯৭ অথবা ৮৪৭১৮৬৪৩৫৫ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনায় জিলা নিৰ্বাচনী বিষয়া তথা শিৱসাগৰ জিলা উপায়ুক্ত ডাঃ এছ লক্ষ্মণনে।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

August 31, 2026 9:33 pm
৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

August 31, 2026 8:26 pm
দিল্লীত চলন্ত বাছত পুনৰ নিৰ্ভয়াকাণ্ডৰ দৰে জঘন্য ঘটনা: চালক আৰু কণ্ডাক্টৰৰ কামনাৰ বলি ১৭ বছৰীয়া কিশোৰী

দিল্লীত চলন্ত বাছত পুনৰ নিৰ্ভয়াকাণ্ডৰ দৰে জঘন্য ঘটনা: চালক আৰু কণ্ডাক্টৰৰ কামনাৰ বলি ১৭ বছৰীয়া কিশোৰী

August 31, 2026 7:33 pm
উপেক্ষিত হৈও ইতিহাস ৰচিলে মহম্মদ ছামীয়ে! পেছাদাৰী ক্ৰিকেটত দখল কৰিলে ৯০০ উইকেট

উপেক্ষিত হৈও ইতিহাস ৰচিলে মহম্মদ ছামীয়ে! পেছাদাৰী ক্ৰিকেটত দখল কৰিলে ৯০০ উইকেট

August 31, 2026 6:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

August 31, 2026 9:33 pm
৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

August 31, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd