• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰথম পৰ্য্যায়ৰ ভোটগ্ৰহণ : বোকাখাত মহকুমাত ১, ৪১,০০৭জন ভোটাৰ, ১৮১টা ভোটগ্ৰহণ কেন্দ্ৰ

উত্তম শইকীয়া by উত্তম শইকীয়া
April 10, 2019 7:16 am
Bokakhat Polling
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লোকসভাৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে সাজু হৈ উঠিছে বোকাখাত মহকুমা প্রশাসন৷ নিৰ্বাচনৰ বাবে গঠন কৰা বিভিন্ন কোষৰ জৰিয়তে নির্বাচনৰ কাম-কাজ ইতিমধ্যে সম্পূর্ণ কৰি তুলিছে বোকাখাত মহকুমা প্ৰশাসনে।

প্রিজাইডিং-প’লিং বিষযা আৰু মাইক্ৰ অৱজাৰভাৰসকলৰ প্ৰশিক্ষণ প্রদান কার্য ইতিমধ্যেই সম্পূর্ণ কৰিছে প্ৰশাসনে।

Apply Now

মহকুমা প্ৰশাসনে জনোৱা মতে বোকাখাত নির্বাচনী জিলাৰ ১৮১টা ভোটগ্রহণ কেন্দ্ৰৰ বাবে ১৭টা ছেক্টৰত বিভক্ত কৰি ১৭গৰাকী ছেক্টৰ বিষযাক দায়িত্ব দিয়াৰ উপৰি ব্ৰহ্মপুত্ৰৰ মাজৰ লহৰে  চাপৰিত ১গৰাকী ছাবছেক্টৰ বিষযাক নিযুক্তি দিয়া হৈছে।

বোকাখাত নির্বাচনী জিলাৰ বাবে ২০৮গৰাকী প্রিজাইডিং ৬২৪ গৰাকী প’লিং বিষযা আৰু ১১গৰাকী মাইক্ৰ অৱজাৰভাৰ নিযুক্তি দিয়া হৈছে। উল্লেখযোগ্য যে, বোকাখাত নিৰ্বাচনী জিলাত ১৬টা ভোটগ্রহণ কেন্দ্র কেৱল মহিলা বিষযাৰ দ্বাৰা পৰিচালিত হ’ব। ইয়াৰ উপৰি ২টা ভোটগ্রহণ কেন্দ্র ম’ডেল ভোটগ্রহণ কেন্দ্র হিচাপে গঠন কৰা হৈছে।

বোকাখাত নিৰ্বাচনী জিলাৰ বাবে বিভিন্ন ভোটগ্রহণ কেন্দ্ৰলৈ বিষযা-কৰ্মচাৰীসকল যাবৰ বাবে সৰু-বৰ প্রায় ২০০খন গাড়ী অধিগ্রহণ কৰিছে মহকুমা প্ৰশাসনে।

আনহাতে এইবাৰ নিৰ্বাচনত ই ভি এমৰ লগত নতুনকৈ সংযোজন হোৱা ভি পি পেট সম্পর্কতো বোকাখাত নিৰ্বাচনী জিলাৰ অন্তৰ্গত বিভিন্ন এলেকাত সজাগতা সভা অনুষ্ঠিত কৰি ভোটাৰক প্রশিক্ষণ প্রদান কৰিছে প্ৰশাসনে।

উল্লেখ্য যে কাইলৈ অথাৎ ১০ এপ্রিল,২০১৯ তাৰিখে পুৱা ৮-০০ বজাৰ পৰা বিভিন্ন ভোটগ্রহণ কেন্দ্ৰলৈ যাবলগীয়া প্রিজাইডিং আৰু প’লিং বিষযাসকলক নিবার্চনৰ সা-সামগ্ৰী মহকুমাধিপতি কার্যালয় চৌহদত বিতৰণ কৰিব প্ৰশাসনে।

প্ৰশাসনৰ তথ্য মতে, ১১ নং-কলিয়াবৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ৯৩ নং-বোকাখাত বিধানসভা সমষ্টিৰ মুঠ ১৮১টা ভোটগ্রহণ কেন্দ্রত নিবার্চন অনুষ্ঠিত হব। ইয়াৰে ৮টা ভোটগ্রহণ কেন্দ্ৰ নগৰাঞ্চলত আৰু ১৭৩টা গ্ৰাম্যাঞ্চলত অৱস্থিত। বোকাখাতৰ মুঠ ভোটাৰৰ সংখ্যা ১,৪১,০০৭গৰাকী। ইয়াৰে পুৰুষ ভোটাৰ হৈছে ৭১,৩৯৯ জন আৰু মহিলা ভোটাৰ হৈছে  ৬৯, ৬০৮গৰাকী ।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am
প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

June 6, 2026 7:48 am
ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

June 6, 2026 7:22 am
জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am
প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

June 6, 2026 7:48 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd