• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ক’ল’ন বক্সিং বিশ্বকাপত ফাইলাও বসুমতাৰীয়ে নিশ্চিত কৰিলে পদক

এন ই নাও নিউজ by এন ই নাও নিউজ
April 12, 2019 9:45 am
Pwilao Basumatary

ফাইলাও বসুমতাৰী(ৰঙা জাৰ্চি পৰিহিত)। ফটো উৎস : ইণ্টাৰনেট

439
VIEWS
Share on FacebookShare on Twitter

ক’ল’নত অনুষ্ঠিত হৈ থকা বক্সিং বিশ্বকাপ (Cologne Boxing World Cup)ৰ  ছেমিফাইনেলত প্ৰৱেশ কৰি ভাৰতৰ হৈ পদক নিশ্চিত কৰিছে অসমৰ প্ৰতিভাসম্পন্ন মহিলা বক্সাৰ ফাইলাও বসুমতাৰীয়ে। এই খবৰে স্বাভাৱিকতে অসমৰ ক্ৰীড়া সমাজক উৎফুল্লিত কৰি তুলিছে।

৬৪ কিলোগ্ৰাম শাখাত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা ফাইলাওৱে প্ৰতিযোগিতাখনৰ ছেমিফাইনেলত প্ৰৱেশ কৰা সূত্ৰে তেওঁ ৰূপ নাইবা ব্ৰঞ্জৰ পদক লাভ কৰাতো নিশ্চিত হৈ পৰিছে।

উল্লেখ্য যে চলিত বছৰৰ ফেব্ৰুৱাৰি মাহত বুলগেৰিয়াৰ ছ’ফিয়াত অনুষ্ঠিত হোৱা ৭০ সংখ্যক ষ্ট্ৰেঞ্জা স্মৃতি বক্সিং প্ৰতিযোগিতাত ফাইলাও বসুমতাৰীয়ে ইটালীৰ প্ৰতিপক্ষ খেলুৱৈক পৰাস্ত কৰি ব্ৰঞ্জৰ পদক অৰ্জন কৰিছিল।

ইফালে অহা ১৬ এপ্ৰিলৰ পৰা বেংককত অনুষ্ঠিত হ’ব লগীয়া এছিয়ান বক্সিং চেম্পিয়নশ্বিপৰ বাবেও অসমৰ এইগৰাকী প্ৰতিভাৱান বক্সাৰ ফাইলু বসুমতাৰীক ৬৪ কেজি শাখাৰ বাবে ৰিজাৰ্ভত ৰখা হৈছে।

আনহাতে অহা ২৭ এপ্ৰিলত অন্ত পৰিব লগীয়া এছিয়ান বক্সিং প্ৰতিযোগিতাখনত ভাৰতীয় মহিলা দলত স্থান লাভ কৰিবলৈ সক্ষম হৈছে অসমৰ আন এগৰাকী প্ৰতিভাশালী মহিলা বক্সাৰ লাভলিনা বৰগোহাঁই।

Recent News

১০ মিনিটৰ বাবে আসনত নাছিল কোনো পাইলট, মাজ আকাশত সংকটত ২০০ যাত্ৰী, শেষত কি হ’ল?

১০ মিনিটৰ বাবে আসনত নাছিল কোনো পাইলট, মাজ আকাশত সংকটত ২০০ যাত্ৰী, শেষত কি হ’ল?

পাকিস্তানৰ প্ৰতিৰক্ষা বাজেটৰ ওপৰত সন্দেহ! আইএমএফৰ কঠোৰ চৰ্ত আৰোপ

পাকিস্তানৰ প্ৰতিৰক্ষা বাজেটৰ ওপৰত সন্দেহ! আইএমএফৰ কঠোৰ চৰ্ত আৰোপ

NIAৰ জালত মণিপুৰৰ হিংসাত্মক কাণ্ডৰ সৈতে জড়িত নিষিদ্ধ সংগঠনৰ সদস্য

NIAৰ জালত মণিপুৰৰ হিংসাত্মক কাণ্ডৰ সৈতে জড়িত নিষিদ্ধ সংগঠনৰ সদস্য

হায়দৰাবাদৰ চাৰমিনাৰৰ সমীপৰ অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ড; ৮ টা শিশুকে ধৰি ১৭ জনৰ মৃত্যু

হায়দৰাবাদৰ চাৰমিনাৰৰ সমীপৰ অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ড; ৮ টা শিশুকে ধৰি ১৭ জনৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd