• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মেঘালয়ৰ গাৰো পাহাৰত উদ্ধাৰ অসমৰ ব্যৱসায়ীৰ মৃতদেহ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 12, 2019 12:11 pm
Assam buisnessman murdered in meghalay

মেঘালয়ত মৃত্যু হোৱা নূৰ আজিজ। উৎস-ইণ্টাৰনেট

516
VIEWS
Share on FacebookShare on Twitter

মেঘালয়ৰ গাৰো পাহাৰত আজি উদ্ধাৰ হয় দেওবাৰৰ পৰা অপহৃত হৈ থকা অসমৰ ব্যৱসায়ী নুৰ আজিজৰ মৃতদেহ। পূৱ গাৰো পাহাৰ জিলাৰ খেৰাপাৰা পাহাৰত উদ্ধাৰকৰা হয় অপহৃত ব্যৱসায়ীগৰাকীৰ মৃতদেহ।

উল্লেখযোগ্য যে, দেওবাৰে মেঘালয়ৰ উগ্ৰপন্থী সংগঠনে মানকাচাৰৰ দুই ব্যৱসায়ী ৰবিউল ইছলাম আৰু নুৰ আজিজক অপহৰণ কৰিছিল। বুধবাৰে অপহৃত ৰবিউল ইছলামৰ মৃতদেহ উদ্ধাৰ হৈছিল। ইছলামৰ মৃতদেহ উদ্ধাৰৰ পাছত মানকাচাৰ ব্যৱসায়ী সংস্থাই মেঘালয় আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে কিন্তু এই প্ৰতিবাদৰ পাছতে আনজন অপহৃত ব্যৱসায়ী নুৰ আজিজৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ মানকাচাৰ অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

উল্লেখযোগ্য যে,  এতিয়াও মেঘালয়ৰ গাৰো উগ্ৰপন্থীৰ কবলত ৩ জন অসমৰ ব্যৱসায়ী আছে। আনহাতে, অসমৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলে সীঘ্ৰে মেঘালয় চৰকাৰক বন্দী হৈ থকা তিনিজন ব্যৱসায়িক মুকলি কৰি অনাৰ বাবে ব্যৱস্থা গ্ৰহণৰ দাবী জনাই।

মেঘালয় চৰকাৰে উগ্ৰপন্থীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰিলে চুবুৰীয়া ৰাজ্যখনৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধৰো হুংকাৰ দিছে বিভিন্ন দল সংগঠনৰ লগতে অসমৰ ব্যৱসায়ীসকলে।

Recent News

শিক্ষাই দেখুৱাব জীৱনৰ বাট! প্ৰেৰণা এনজিঅ’ আৰু দিল্লীৰ কালিবাৰীৰ উদ্যোগত পথৰ শিশুসকলক শিক্ষামূলক সামগ্ৰী বিতৰণ

শিক্ষাই দেখুৱাব জীৱনৰ বাট! প্ৰেৰণা এনজিঅ’ আৰু দিল্লীৰ কালিবাৰীৰ উদ্যোগত পথৰ শিশুসকলক শিক্ষামূলক সামগ্ৰী বিতৰণ

নগাঁৱৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা কিশোৰী গুৱাহাটীত উদ্ধাৰ

নগাঁৱৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা কিশোৰী গুৱাহাটীত উদ্ধাৰ

‘Yellow Glow Water’ ট্ৰেণ্ডক লৈ সকলো উদ্বাউল হৈ পৰিছে, কথাটো কি জানেনে? আঁৰত কি আছে?

‘Yellow Glow Water’ ট্ৰেণ্ডক লৈ সকলো উদ্বাউল হৈ পৰিছে, কথাটো কি জানেনে? আঁৰত কি আছে?

অসম কংগ্ৰেছৰ প্ৰচাৰত ৫ হাজাৰ ইছলামিক দেশৰ ছ’চিয়েল মিডিয়া একাউণ্ট জড়িত থকাৰ অভিযোগ! তুংগত উঠিছে হিমন্ত বিশ্ব শৰ্মা আৰু কংগ্ৰেছৰ মাজৰ বাক-বিতণ্ডা

অসম কংগ্ৰেছৰ প্ৰচাৰত ৫ হাজাৰ ইছলামিক দেশৰ ছ’চিয়েল মিডিয়া একাউণ্ট জড়িত থকাৰ অভিযোগ! তুংগত উঠিছে হিমন্ত বিশ্ব শৰ্মা আৰু কংগ্ৰেছৰ মাজৰ বাক-বিতণ্ডা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd