• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 24, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শিলচৰত সিদ্ধু।। “১ নম্বৰৰ মিছলীয়া” মোদীক ওফৰাবলৈ আহ্বান

অপৰ্ণা লস্কৰ by অপৰ্ণা লস্কৰ
April 13, 2019 9:35 am
Assam: Overthrow Modi govt, Sidhu appeals to people at Silchar

শিলচৰত সিদ্ধুৰ প্ৰচাৰ, শুকুৰবাৰে।

913
VIEWS
Share on FacebookShare on Twitter

প্ৰধান মন্ত্ৰী মোদীক “১ নম্বৰ মিছলীয়া” বুলি অভিহিত কৰি বিজেপি চৰকাৰক ওফৰাবলৈ আহ্বান জনাইছে শিলচৰত কংগ্ৰেছৰ প্ৰচাৰ চলাবলৈ অহা পঞ্জাবৰ কেবিনেট মন্ত্ৰী তথা প্ৰাক্তন ক্ৰিকেটাৰ নভজোত সিং সিদ্ধুৱে।

বিদেশৰ বেংকত জমা থকা ভাৰতীয় ক’লা টকা দেশলৈ আনি দৰিদ্ৰ লোকৰ বেংক একাউণ্টত ১৫লাখকৈ ভগাই দিয়াৰ ‘‘মোদী প্ৰতিশ্ৰুতি”ৰ উল্লেখেৰে এই মন্তব্য কৰিছে কংগ্ৰেছৰ তাৰকা প্ৰচাৰকজনে।

“না ক’লা টকা ঘূৰাই আনি দুখীয়া লোকৰ একাউণ্টত ১৫লাখকৈ দিলে না ডেকা ল’ৰা-ছোৱালীক বছৰি ২কোটি চাকৰি দিলে। আপোনালোকে দেখিছে কংগ্ৰেছে দেশক চাৰিজন গান্ধী দিছে—মহাত্মা গান্ধী, ইন্দিৰা গান্ধী, ৰাজীৱ গান্ধী আৰু এতিয়া ৰাহুল গান্ধী, আৰু সেইদৰে আামি পালো তিনিজন মোদী। নীৰৱ মোদী, ললিত মোদী আৰু শেষৰজন নৰেন্দ্ৰ মোদী— যি আটাইতকৈ বেছি মিছলীয়া,” শিলচৰৰ ইতাখোলাত প্ৰাৰ্থী সুস্মিতা দেবৰ হৈ বিশাল নিৰ্বাচনী সভাত এই মোদীক এই আক্ৰমণ সিদ্ধুৰ।

নিজৰ ২২ মিনিটজোৰা ভাষণত কেইবাটাও চায়েৰিৰেও উপস্থিত ৰাইজক আমোদ দিয়ে প্ৰাক্তন তাৰকা ক্ৰিকেটাৰজনে।

দেশৰ লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্য্যায়ত ভোটগ্ৰহণ হ’ব লগা শিলচৰত অহা ২৩ এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হ’ব।

Tags: নিৰ্বাচন ২০১৯

Recent News

অসমৰ খিলঞ্জীয়া ৰাইজৰ ভূমি বৃহৎ পুঁজিপতি গোষ্ঠীক হস্তান্তৰ কৰণক লৈ ৰাজ্য জুৰি অব্যাহত আছে প্ৰতিবাদ

অসমৰ খিলঞ্জীয়া ৰাইজৰ ভূমি বৃহৎ পুঁজিপতি গোষ্ঠীক হস্তান্তৰ কৰণক লৈ ৰাজ্য জুৰি অব্যাহত আছে প্ৰতিবাদ

আলফা (স্বাধীন)ৰ নেতা ৰূপম অসমক বহুকেইটা গোচৰত জেৰাৰ বাবে জিম্মাত লৈছে নিয়াই

আলফা (স্বাধীন)ৰ নেতা ৰূপম অসমক বহুকেইটা গোচৰত জেৰাৰ বাবে জিম্মাত লৈছে নিয়াই

বিজেপিয়ে বড়ো নেতাক ‘ৰিম’ট কণ্ট্ৰ’ল’ হিচাপে ব্যৱহাৰ কৰাৰ অভিযোগ এপিচিচিৰ সভাপতি গৌৰৱ গগৈয়ৰ

বিজেপিয়ে বড়ো নেতাক ‘ৰিম’ট কণ্ট্ৰ’ল’ হিচাপে ব্যৱহাৰ কৰাৰ অভিযোগ এপিচিচিৰ সভাপতি গৌৰৱ গগৈয়ৰ

বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনৰ ৮১খন নতুন গাঁৱৰ সীমা নিৰ্ধাৰণৰ আদেশত অনুমোদন অসমৰ ৰাজ্যপালৰ

বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনৰ ৮১খন নতুন গাঁৱৰ সীমা নিৰ্ধাৰণৰ আদেশত অনুমোদন অসমৰ ৰাজ্যপালৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd