• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 24, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰচাৰ চলোৱাৰ ক্ষেত্ৰত কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মাই মোক নকল কৰে : কুইন ওজা

এন ই নাও নিউজ by এন ই নাও নিউজ
April 14, 2019 6:43 am
57121043_1287686161400608_5159081919584927744_n

শনিবাৰে গুৱাহাটী সমষ্টিৰ ৰাণী সংমণ্ডলত প্ৰচাৰ চলোৱাৰ সময়ত বিজেপি প্ৰাৰ্থী কুইন ওজা। ফটো : ফেচবুক

734
VIEWS
Share on FacebookShare on Twitter

‘’গুৱাহাটীৰ কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মাই মোক নকল কৰে। ৰাইজৰ মাজত মই যেনেদৰে প্ৰচাৰ চলাইছো, ঠিক তাৰ পিছতে ববিতা শৰ্মাইও সেইদৰে প্ৰচাৰ চলাইছে।‘’ এই মন্তব্য গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কুইন ওজাৰ।

পশ্চিম গুৱাহাটী সমষ্টিৰ আগছিয়াৰ নিৰ্বাচনী সভাত শনিবাৰে এইদৰে মন্তব্য কৰে বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে।

আনহাতে, বিজেপি মিত্ৰজোঁটৰ প্ৰচাৰ দেখি কংগ্ৰেছ শংকিত হৈ পৰা বুলিও মন্তব্য কৰি ওজাই কয় যে ইয়াৰ বাবে ব্যাপক প্ৰচাৰ চলোৱাৰ পৰিৱৰ্তে ‘ববিতা শৰ্মাই মোক নকল কৰাত ব্যস্ত আছে’।

বিজেপি প্ৰাৰ্থীগৰাকীয়ে শনিবাৰে তেওঁৰ মাৰাথন নিৰ্বাচনী প্ৰচাৰত গুৱাহাটী সমষ্টিৰ কেইবাঠাইতো নিৰ্বাচনী প্ৰচাৰ চলায়।

নিৰ্বাচনী প্ৰচাৰত ওজাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সবল নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে সৰ্বস্তৰৰ ৰাইজৰ অকুণ্ঠ সমৰ্থন লাভ কৰিবলে সক্ষম হোৱা বুলি দাবী কৰে ৷ শনিবাৰে পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ অৰ্ন্তগত ৰাণী মণ্ডলৰ নিৰ্বাচনী সভাত ৰাজ্যিক সভাপতি ৰনজিৎ কুমাৰ দাস আৰু স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ন কলিতাৰ উপস্থিতিত ওজাই নিৰ্বাচনী প্ৰচাৰ চলায়।

বিজেপি প্ৰাৰ্থী গৰাকীয়ে দেশৰ সৰ্বাংগীন উন্নয়ন অব্যাহত ৰখাৰ স্বাৰ্থত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সমৰ্থন জনাই আগন্তুক নিৰ্বাচনত তেওঁক গুৱাহাটী সমষ্টিৰ পৰা জয়যুক্ত কৰাৰ বাবে আহ্বান জনায়।

Tags: নিৰ্বাচন ২০১৯

Recent News

ৰাষ্ট্ৰসংঘৰ বিশ্বব্যাপী বহনক্ষম উন্নয়ন লক্ষ্য ৰেংকিঙত প্ৰথমবাৰৰ বাবে শীৰ্ষ ১০০ত স্থান লাভ ভাৰতৰ!

ৰাষ্ট্ৰসংঘৰ বিশ্বব্যাপী বহনক্ষম উন্নয়ন লক্ষ্য ৰেংকিঙত প্ৰথমবাৰৰ বাবে শীৰ্ষ ১০০ত স্থান লাভ ভাৰতৰ!

হৃদৰোগত আক্ৰান্ত হৈ পৰলোকপ্ৰাপ্তি ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ দিলীপ দোশীৰ

হৃদৰোগত আক্ৰান্ত হৈ পৰলোকপ্ৰাপ্তি ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ দিলীপ দোশীৰ

ট্ৰাম্পৰ যুদ্ধবিৰতি চুক্তিৰ দাবী নাকচ ইৰাণৰ! পুনৰ আক্ৰমণ নহ’লে নতুন সংঘাতত লিপ্ত নহয় ইৰাণ

ট্ৰাম্পৰ যুদ্ধবিৰতি চুক্তিৰ দাবী নাকচ ইৰাণৰ! পুনৰ আক্ৰমণ নহ’লে নতুন সংঘাতত লিপ্ত নহয় ইৰাণ

পন্ত-ৰাহুলৰ শতকৰ পিছত ৩১ ৰানতে ৬ টা উইকেটৰ পতন ভাৰতৰ; জয়ৰ বাবে ইংলেণ্ডক লাগে আৰু ৩৫০ ৰান

পন্ত-ৰাহুলৰ শতকৰ পিছত ৩১ ৰানতে ৬ টা উইকেটৰ পতন ভাৰতৰ; জয়ৰ বাবে ইংলেণ্ডক লাগে আৰু ৩৫০ ৰান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd