• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সোমবাৰে বেংককলৈ ৰাওনা হ’ব তিনিবাৰৰ এছিয়ান পদক বিজয়ী বক্সাৰ শিৱ থাপা

এছিয়ান বক্সিং চেম্পিয়নশ্বিপত চতুৰ্থটো পদক জয়ৰ সুৱৰ্ণ সুযোগ শিৱ থাপাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 14, 2019 10:01 pm
shivathapal

বক্সাৰ শিৱ থাপা

838
VIEWS
Share on FacebookShare on Twitter

এছিয়ান বক্সিং চেম্পিয়নশ্বিপৰ বক্সিং ৰিঙত প্ৰতিপক্ষ খেলুৱৈক ধৰাশায়ী কৰি অভিলেখ সংখ্যক চতুৰ্থবাৰৰ বাবে পদক জয়ৰ লক্ষ্য লৈ ১৫ এপ্ৰিল অৰ্থাৎ সোমবাৰে বেংককলৈ ৰাওনা হ’ব অসমৰ ষ্টাৰ বক্সাৰ শিৱ থাপা। বেংককত অহা ১৯-২৮ এপ্ৰিললৈকে চলিব লগীয়া এছিয়াৰ সৰ্ববৃহৎ বক্সিং প্ৰতিযোগিতাখনৰ বাবে ভাৰতীয় পুৰুষ দলত স্থান লাভ কৰিছে শিৱ থাপাই।

প্ৰতিযোগিতাখনত থাপাই ৬০ কিলোগ্ৰাম শাখাত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিব। থাপাই ইতিপূৰ্বে এছিয়ান বক্সিং চেম্পিয়নশ্বিপত তিনিটাকৈ পদক লাভ কৰি থৈছে। বক্সাৰগৰাকীয়ে ২০১৩ চনত সোণ, ২০১৫ত ব্ৰঞ্জ আৰু ২০১৭ চনত ৰূপৰ পদক লাভ কৰিছিল।

খেলুৱৈগৰাকীৰ বৰ্তমানৰ ছন্দলৈ চালে আগন্তুক চেম্পিয়নশ্বিপত পদক জয়ৰ পূৰ্ণ সম্ভাৱনা আছে। কিয়নো অলপতে ফিনলেণ্ডৰ হেলচিংকিত অনুষ্ঠিত হোৱা ৩৮সংখ্যক জিবি বক্সিং টুৰ্ণামেণ্টত অসমৰ এইগৰাকী প্ৰতিভাৱান বক্সাৰে ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল।

বেংককলৈ যোৱাৰ পূৰ্বে প্ৰতিভাৱান বক্সাৰ তথা অৰ্জুন বঁটা বিজয়ী শিৱ থাপাই আজি সংবাদ মাধ্যমৰ জৰিয়তে ৰাজ্যবাসীক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ লগতে প্ৰতিযোগিতাখনত যাতে ভাল প্ৰদৰ্শন কৰিব পাৰে তাৰ বাবে ৰাজ্যবাসীৰ পৰা আশীৰ্বাদ বিচাৰে।

উল্লেখ্য যে উক্ত প্ৰতিযোগিতাখনত অসমৰ আৰু এগৰাকী বক্সাৰে অংশ গ্ৰহণ কৰিব। ভাৰতীয় মহিলা বক্সিং দলত স্থান লাভ কৰা বক্সাৰগৰাকী হ’ল লাভলিনা বৰগোহাঁই।

Recent News

পাকিস্তানত নিহত ভাৰতত একাধিক আক্ৰমণৰ মাষ্টাৰমাইণ্ড লস্কৰৰ সন্ত্ৰাসবাদী ছইফুল্লাহ খালিদ

পাকিস্তানত নিহত ভাৰতত একাধিক আক্ৰমণৰ মাষ্টাৰমাইণ্ড লস্কৰৰ সন্ত্ৰাসবাদী ছইফুল্লাহ খালিদ

১০০ দিনৰ কামত ৭৫ কোটি টকাৰ দুৰ্নীতি! গুজৰাটত গ্ৰেপ্তাৰ বিজেপি মন্ত্ৰীৰ পুত্ৰ

১০০ দিনৰ কামত ৭৫ কোটি টকাৰ দুৰ্নীতি! গুজৰাটত গ্ৰেপ্তাৰ বিজেপি মন্ত্ৰীৰ পুত্ৰ

কংগ্ৰেছে মুকলি কৰিব অসমৰ অৰ্থনৈতিক দুৰ্দশাৰ ছবি; বিজেপিৰ ‘ট্ৰাবল ইঞ্জিন’ শাসন ব্যৱস্থাক সমালোচনা

কংগ্ৰেছে মুকলি কৰিব অসমৰ অৰ্থনৈতিক দুৰ্দশাৰ ছবি; বিজেপিৰ ‘ট্ৰাবল ইঞ্জিন’ শাসন ব্যৱস্থাক সমালোচনা

গুৱাহাটীত ৫৫ হাজাৰ পিএমএৱাই-জি ঘৰৰ গৃহপ্ৰৱেশৰ ভাৰ্চুৱেল অনুষ্ঠানত অংশগ্ৰহণ কৰিলে কেন্দ্ৰীয় মন্ত্ৰী  শিৱৰাজ সিং চৌহানে

গুৱাহাটীত ৫৫ হাজাৰ পিএমএৱাই-জি ঘৰৰ গৃহপ্ৰৱেশৰ ভাৰ্চুৱেল অনুষ্ঠানত অংশগ্ৰহণ কৰিলে কেন্দ্ৰীয় মন্ত্ৰী  শিৱৰাজ সিং চৌহানে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd