• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেমেৰাত ধৰা পৰিল আৰক্ষী বিষয়াক বিজেপি প্ৰাৰ্থীয়ে দিয়া হত্যাৰ ভাবুকি!

এন ই নাও নিউজ by এন ই নাও নিউজ
April 15, 2019 11:06 am
BJP-2-750x375

বিজেপি প্ৰাৰ্থী প্ৰতিমা ভৌমিকৰ মনোনয়ন দাখিলৰ ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পশ্চিম ত্ৰিপুৰা লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী প্ৰতিমা ভৌমিকে যোৱা ১১ এপ্ৰিলত অনুষ্ঠিত হোৱা নিৰ্বাচনৰ ভোটগ্ৰহণত ব্যাপক ৰিগিং আৰু হিংসাৰ সৈতে জড়িত থকাৰ প্ৰমাণ পোহৰলৈ আহিছে।

‘ত্ৰিপুৰা ইনফ’ৱে’ প্ৰকাশ কৰা এটি চাঞ্চল্যকৰ ভিডিঅ’ত বিজেপিৰ লোকসভাৰ প্ৰাৰ্থীজনে আৰক্ষীয়ে বিজেপিৰ উন্মত্ত সমৰ্থকৰ দ্বাৰা সংঘটিত কৰা ৰিগিং তথা হিংসা প্ৰতিৰোধ কৰিবলৈ চেষ্টা কৰাৰ বাবে এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াক কেনেকৈ চৰম পৰিণতিৰ ভাবুকি দিছে সেয়া দেখা গৈছে।

Apply Now

ভিডিঅ’ ফুটেজটোত বিজেপি প্ৰাৰ্থীগৰাকীয়ে ত্ৰিপুৰা আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (নগৰাঞ্চল) কিৰন কুমাৰক হত্যাৰ ভাবুকি দিয়া দেখা গৈছিল।

‘ত্ৰিপুৰা ইনফ’ৱে’ প্ৰকাশ কৰা ভিডিঅ’টোত ভৌমিকে কোৱা স্পষ্টকৈ শুনা গৈছে যে ‘তেৰেকো হাম অভি মাৰ ডালেংগে’(মই এতিয়াই তোক মাৰি পেলাম)।

আছুতীয়া প্ৰতিবেদনটোত লগতে দাবী কৰা হৈছে যে ভৌমিকে ডিজিপিৰ পৰা আৰম্ভ কৰি আৰক্ষী অধীক্ষকলৈকে উচ্চ পৰ্যায়ৰ আৰক্ষী বিষয়াক তেওঁৰ চোৰাং কাৰবাৰৰ চক্ৰটোক সহযোগ নকৰিলে হত্যাৰ ভাবুকি দিয়াৰ লগতে তেওঁলোকৰ পৰিয়ালৰ সদস্য তথা সন্তানক অপহৰণ কৰাৰ মুকলিকৈ ভাবুকি দিয়ে।

প্ৰতিবেদনত অভিযোগ কৰা হৈছে যে ভৌমিকে বিপ্লৱ দেব চৰকাৰৰ পৃষ্ঠপোষকতাত ত্ৰিপুৰাত এটা চোৰাং ড্ৰাগছ কাৰবাৰৰ চক্ৰ চলাই আছে।

প্ৰতিবেদনটোত লগতে অভিযোগ কৰা হৈছে যে ভৌমিক আৰু ৰাজ্যখনৰ মুখ্য মন্ত্ৰী দেবে যোৱা ১১ এপ্ৰিলত অনুষ্ঠিত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত যৌথভাৱে ব্যাপক ৰিগিঙৰ ব্যৱস্থা কৰাৰ লগতে বিৰোধী নেতা-কৰ্মীসকলৰ বিৰুদ্ধে নৃশংস আক্ৰমণ চলাইছিল।

‘ত্ৰিপুৰা ইনফ’ৱে’ৰ জিম্মাত থকা ভিডিঅ’টো যোৱা ১২ এপ্ৰিলৰ পুৱতি নিশা ৩ বজাত শ্বুট কৰা বুলি  দাবী কৰিছে য’ত আগৰতলাৰ উপকণ্ঠ অঞ্চলৰ চানমাৰি এলেকাত বিজেপি প্ৰাৰ্থীগৰাকীয়ে ত্ৰিপুৰা আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (নগৰাঞ্চল) কিৰন কুমাৰক ভাবুকি দিছিল। বাতৰি অনুসৰি, কুমাৰে ভৌমিকৰ হৈ একাংশ অপৰাধীয়ে চলোৱা সংগঠিত হিংসা তথা লুটপাত বন্ধ কৰাৰ বাবে ব্যস্ত হৈ আছিল।

এইবাৰ লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱা বিজেপি প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে হত্যাকে ধৰি ব্যাপক অপৰাধৰ অভিযোগ আছে।

প্ৰতিবেদনটোত লগতে অভিযোগ কৰা হৈছে যে বিপ্লৱ দেবে মুখ্য মন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত এবছৰৰ ভিতৰতে ভৌমিকৰ বিশাল ড্ৰাগছৰ চোৰাং সাম্ৰাজ্যই অধিক বিস্তাৰ লাভ কৰিছে।

Tags: নিৰ্বাচন ২০১৯
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd