• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰকৃতিৰো ৰোষত বিজেপি; ধুমুহাই মণ্ডপ তচনচ কৰাৰ পিছত হাইলাকান্দিৰ সভা বাতিল সোণোৱালৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 15, 2019 5:35 pm
Sonowal-1-750x375

বৃহস্পতিবাৰে নতুন দিল্লীত মুখ্য মন্ত্রী সোণোবালৰ সংবাদমেল। ফটো : ইউ টিউবৰ সৌজন্যত

1.2k
VIEWS
Share on FacebookShare on Twitter

বিহুৰ বতৰতো নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰখা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আজিৰ এখন সভা বাতিল কৰিব লগীয়া হয় প্ৰকৃতিৰ ৰোষৰ বাবে। হাইলাকান্দিৰ কাটলিচেৰা বিধানসভাৰ সমষ্টিৰ অন্তৰ্গত বৰ্নাপুৰ চাহ বাগিচাত অনুষ্ঠিত হ’ব লগীয়া সভাখনত সোণোৱাল ১০ বজাত উপস্থিত হোৱাৰ আছিল।

কি্ন্তু সভাৰ প্ৰাক মুহূৰ্তত অহা এজাক ধুমুহাই সভাৰ বাবে নিৰ্মাণ কৰা মণ্ডপকে ধৰি সমস্তবোৰ তচনচ কৰি পেলায়।

প্ৰকৃতিৰ ৰোষৰ পিছত সভাৰ স্থান পৰিদৰ্শন কৰি বিজেপিৰ স্থানীয় আয়োজকসকলে মুখ্য মন্ত্ৰীৰ কাৰ্য্যসূচীৰ দায়িত্বত থকা বিষয়ববীয়াৰ সৈতে আলোচনা কৰে আৰু সভাখন বাতিল কৰে।

শিলচৰত ধুমুহাই উৰুৱাই নিলে আৰক্ষীৰ অস্থায়ী শিবিৰ

ইপিনে শিলচৰতো আজি পুৱাই অহা এজাক বিধ্বংসী ধুমুহাৰ ফলত আৰক্ষীৰ এটা অস্থায়ী শিবিৰ ভাগি পৰে। পেৰেড গ্ৰাউণ্ডত স্থাপন কৰা অস্থায়ী শিবিৰটোৰ ভিতৰত সেই সময়ত থকা কেইবাজনো জোৱানৰ প্ৰাণ কথমপি ৰক্ষা পৰে।

জানিব পৰামতে,  নিৰ্বাচনত নিয়োজিত আৰক্ষী জোৱানসকলক এই শিবিৰত ৰখা হৈছিল। কিন্তু নিম্নমানৰ সামগ্ৰীৰে নিৰ্মাণ কৰা বুলি অভিযোগ উঠা শিবিৰটো আজি ভাগি পৰাত ক্ষুভিত হৈছে জোৱানসকল। ঘটনাটোত তেওঁলোকৰ বহুতো সা-সমগ্ৰী নষ্ট হয়।

Recent News

পাটনাত নৃশংস হত্যাকাণ্ড: ঘৰৰ সন্মুখতে বিশিষ্ট ব্যৱসায়ী তথা বিজেপি নেতাক গুলীয়াই হত্যা

পাটনাত নৃশংস হত্যাকাণ্ড: ঘৰৰ সন্মুখতে বিশিষ্ট ব্যৱসায়ী তথা বিজেপি নেতাক গুলীয়াই হত্যা

অসম, মহাৰাষ্ট্ৰ আৰু উত্তৰ-পূবত ফাৰ্মাচী কলেজৰ উৎকোচৰ গোচৰ; চিবিআইৰ জালত মণ্টু পেটেল

অসম, মহাৰাষ্ট্ৰ আৰু উত্তৰ-পূবত ফাৰ্মাচী কলেজৰ উৎকোচৰ গোচৰ; চিবিআইৰ জালত মণ্টু পেটেল

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

জয়ৰ গোন্ধ পাইছে ভাৰতে! ছিৰাজ-আকাশ দীপৰ দুৰ্দান্ত বলিঙেৰে ইংলেণ্ডক নিয়ন্ত্ৰণ গীল বাহিনীৰ

জয়ৰ গোন্ধ পাইছে ভাৰতে! ছিৰাজ-আকাশ দীপৰ দুৰ্দান্ত বলিঙেৰে ইংলেণ্ডক নিয়ন্ত্ৰণ গীল বাহিনীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd