• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ধুমুহাত মৃত্যুহোৱাসকলৰ পৰিয়াললৈ আৰু আহতসকললৈ সাহায্য ঘোষণা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 17, 2019 5:15 pm
17-04-19 Guwahati- strom hit latashil bihu pandal (11)

গুৱাহাটীত ধুমুহাৰ তাণ্ডৱৰ পাছৰ দৃশ্য।

2.4k
VIEWS
Share on FacebookShare on Twitter

মঙলবাৰে মধ্যপ্ৰদেশ, ৰাজস্থান, মণিপুৰকে ধৰি বিভিন্ন ৰাজ্যত ধুমুহা আৰু প্ৰবল বৃষ্টিপাতৰ ফলত বহু লোকে প্ৰাণ হেৰুওৱাৰ লগতে আন বহুসংখ্যক লোক আঘাতপ্ৰাপ্ত হয়। দেশৰ বিভিন্ন প্ৰন্তৰ লগতে অসমৰো বহুকেইখন জিলাক পুৱতি নিশা অহা প্ৰচণ্ড ধুমুহা বতাহে কোবাই লৈ যায়।

দেশৰ বিভিন্ন ৰাজ্যত ধুমুহা আৰু বৰষুণৰ ফলত মৃত্যু হোৱা লোক সকলৰ পৰিয়াললৈ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২ লাখ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰাৰ লগতে আহত সকললৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰে।

মোডীয়ে আজি টুইটাৰ যোগে এই কথা ঘোষণা কৰে। প্ৰধান মন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুজিৰ পৰা মৃত্যু হোৱা আৰু ক্ষতিগ্ৰস্থ লোকসকললৈ সাহায্যসমূহ প্ৰদান কৰা হ’ব।

উল্লেখযোগ্য যে, অসমৰ নগাঁও জিলাৰ বিভিন্ন ঠাইৰ লগতে আন আন ঠাইতো বুধবাৰে নিশা অহা প্ৰৱল ধুমুহাৰ ফলত কিছুসংখ্যক লোক আহত হয়।এতিয়ালৈ আহত লোকৰ সঠিক সংখ্যা জানিব পৰা হোৱা নাই।

গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত ধুমুহাই গছ-গছনি ভাঙ-ছিঙি তচনচ কৰাৰ লগতে বিহু মণ্ডপ আৰু ৰাজনৈতিক দলৰ কাৰ্য্যালয় সমূহৰ ব্যাপক ক্ষতিসাধন কৰে।

Recent News

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd