• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নৱ কুমাৰ শৰণীয়াই নিজৰ নিৰাপত্তাৰ বাবেহে সাংসদ হয় : হিমন্ত বিশ্ব শৰ্মা

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
April 19, 2019 8:21 pm
587
VIEWS
Share on FacebookShare on Twitter

কোকৰাঝাৰৰ কালিপুখুৰীত আজি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ ৫ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰমিলাৰাণী ব্ৰহ্মৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। এই নিৰ্বাচনী প্ৰচাৰ সভাত মন্ত্ৰী কেশৱ মহন্ত, ফণীভূষণ চৌধুৰী আৰু চন্দন ব্ৰহ্মও উপস্থিত থাকে।

নিৰ্বাচনী সভাত মন্ত্ৰী হিমন্তই কোকৰাঝাৰৰ নিৰ্দলীয় প্ৰাৰ্থী নৱ কুমাৰ শৰণীয়াক তীব্ৰ সমালোচনা কৰে। হিমন্তই কয় যে নৱ কুমাৰ শৰণীয়াই নিৰ্বাচন অহাৰ লগে লগে জনজাতিকৰণৰ কথা কয় আৰু ক্ষমতাত আহিলে পাহৰি যায়।

মন্ত্ৰী হিমন্তই শৰণীয়াই অনুসূচিত জনজাতিৰ সমস্যা সমাধান কৰিব নোৱাৰে বুলি উল্লেখ কৰি নৱ কুমাৰে জনসাধাৰণক নিৰাপত্তা প্ৰদান কৰিব নোৱাৰে বুলিও কয়। যিহেতু নৱ কুমাৰ শৰণীয়াই নিজে বিভিন্ন আৰক্ষী থানাত ৰুজু হৈ থকা গোচৰত গ্ৰেপ্তাৰ হোৱাৰ ভয় খাই আছে।  তাৰোপৰি নৱ কুমাৰ শৰণীয়াই কেৱল নিজৰ নিৰাপত্তাৰ বাবেহে সাংসদ হয় বুলিও উল্লেখ কৰে।

বিজেপি মিত্ৰজোঁটৰ চৰকাৰ হ’লেহে অনুসূচিত জনজাতিৰ সমস্যা সমাধান হ’ব। নিৰ্বাচনী প্ৰচাৰ সভাত মন্ত্ৰী হিমন্তই কোচ ৰাজবংশীক জনজাতিকৰণ কৰা হ’ব বুলি উল্লেখ কৰি মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰমিলাৰাণী ব্ৰহ্মক ভোট দিবলৈ আহ্বান জনায়।

Tags: নিৰ্বাচন ২০১৯

Recent News

তিনিচুকীয়াৰ বাগানত সংঘটিত নাবালিকা বলাৎকাৰ কাণ্ডৰে জড়িতক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ ৰ’জলীনা তিৰ্কী, মীৰা বৰঠাকুৰৰ

তিনিচুকীয়াৰ বাগানত সংঘটিত নাবালিকা বলাৎকাৰ কাণ্ডৰে জড়িতক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ ৰ’জলীনা তিৰ্কী, মীৰা বৰঠাকুৰৰ

ছিন্নাস্বামী ষ্টেডিয়ামত RCB জিকাৰ আনন্দ পৰিণত হ’ল কাৰুণ্যলৈ : পদস্পিষ্ট হৈ নিহত ১১ জন লোক, আহত বহুজন

ছিন্নাস্বামী ষ্টেডিয়ামত RCB জিকাৰ আনন্দ পৰিণত হ’ল কাৰুণ্যলৈ : পদস্পিষ্ট হৈ নিহত ১১ জন লোক, আহত বহুজন

নাকচ কৰা হ’ল বিশেষ অধিৱেশনৰ দাবী : ঘোষণা কৰা হ’ল গ্ৰীষ্মকালিন অধিৱেশনৰ দিন

নাকচ কৰা হ’ল বিশেষ অধিৱেশনৰ দাবী : ঘোষণা কৰা হ’ল গ্ৰীষ্মকালিন অধিৱেশনৰ দিন

চিন্তাত পৰিছে পাকিস্তান! ব্ৰহ্মোছতকৈয়ো দ্ৰুত আৰু অধিক বিপজ্জনক ক্ষেপণাস্ত্ৰ নিৰ্মাণ কৰিব ভাৰতে

চিন্তাত পৰিছে পাকিস্তান! ব্ৰহ্মোছতকৈয়ো দ্ৰুত আৰু অধিক বিপজ্জনক ক্ষেপণাস্ত্ৰ নিৰ্মাণ কৰিব ভাৰতে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd