• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চাবুৱাত নৈশ বাছে মহতিয়ালে বিহু দলক; এজনৰ থিতাতে মৃত্যু

এন ই নাও নিউজ by এন ই নাও নিউজ
April 20, 2019 10:30 am
night super bus

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ।

803
VIEWS
Share on FacebookShare on Twitter

ডিব্ৰুগড় জিলাৰ চাবুৱাত শুকুৰবাৰে নিশা সংঘটিত শোকাবহ পথ দুৰ্ঘটনাত এজন লোকৰ থিতাতে মৃত্যু হোৱাৰ লগতে আন এজন লোক গুৰুতৰভাবে আহত হয়।

নিহত লোকজনৰ চাবুৱাৰে কুশল বৰুৱা বুলি চিনাক্ত কৰা হয়। গুৰুতৰভাবে আহত হয় পল্লৱ কুমাৰ দাস নামৰ লোকজন।

ঘটনাৰ বিবৰণী অনুসৰি, চাবুৱাত এটা বিহুৱা দলে ঘৰে ঘৰে বিহু গাই থাকোতে এঘৰৰ পৰা বিহু গাই ওলাই অহা অৱস্থাত বিধায়ক বিনোদ হাজৰিকাৰ বাসগৃহৰ সমীপতে তীব্ৰ বেগী নৈশ বাছ এখনে বিহুৱা দলটোক খুন্দা মাৰে। গাড়ীখনৰ খুন্দাত দলটোৰ কুশল বৰুৱা নামৰ সদস্যজনৰ থিতাতে মৃত্যু হোৱাৰ লগতে একেলগে আহি থকা পল্লৱ বৰুৱাই কোনোমতে বাচিবলৈ সক্ষম হয় যদিও গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হয়। আঘাতপ্ৰাপ্ত পল্লৱক শংকতজনক অৱস্থাত ডিব্ৰুগড়ত থকা অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয়।

আনহাতে, দুৰ্ঘটনাটোক কেন্দ্ৰ কৰি চাবুৱাত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। দুৰ্ঘটনা সংঘটিত কৰিয়ে গাড়ীখনৰ চলক আৰু হেণ্ডিম্যানজনে পলায়ন কৰে।

উল্লেখযোগ্য যে, দুৰ্ঘটনাটোত মৃত্যু হোৱা আৰু আহত হোৱা কুশল বৰুৱা আৰু পল্লৱ কুমাৰ বৰুৱা বিজেপিৰ কৰ্মী আছিল। কৰ্মীজনৰ মৃত্যুত চাবুৱা বিজেপিৰ কৰ্মকৰ্তাসকলৰ মাজত শোকৰ ছাঁ পৰে।

Recent News

১ জুনৰ পৰা গুৱাহাটীত নালাগে দুচকীয়া আৰু তিনিচকীয়া বাহনৰ পাৰ্কিং মাচুল; অনুজ্ঞাপত্ৰতো পৰিৱৰ্তন

১ জুনৰ পৰা গুৱাহাটীত নালাগে দুচকীয়া আৰু তিনিচকীয়া বাহনৰ পাৰ্কিং মাচুল; অনুজ্ঞাপত্ৰতো পৰিৱৰ্তন

ভাৰতত নিষিদ্ধ ৪টা বাংলাদেশী টিভিৰ ইউটিউব চেনেল

ভাৰতত নিষিদ্ধ ৪টা বাংলাদেশী টিভিৰ ইউটিউব চেনেল

পাকিস্তানৰ আক্ৰমণত নিহত জম্মু-কাশ্মীৰৰ ৰাজৌৰীৰ অতিৰিক্ত উপ আয়ুক্ত

পাকিস্তানৰ আক্ৰমণত নিহত জম্মু-কাশ্মীৰৰ ৰাজৌৰীৰ অতিৰিক্ত উপ আয়ুক্ত

মচলা খাওক আৰু সুস্থ ৰাখক লিভাৰ আৰু ছাল

মচলা খাওক আৰু সুস্থ ৰাখক লিভাৰ আৰু ছাল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd