• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘বিদেশীক আশ্ৰয় দিয়া আইনৰ কথা কোৱা কংগ্ৰেছৰ নাগৰিকত্ব বিধেয়ক বিৰোধিতা কৰাৰ অধিকাৰ নাই’

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 20, 2019 2:26 pm
WhatsApp Image 2019-04-20 at 12.56.49 PM

ৰাজ্যিক বিজেপিৰ কাৰ্য্যালয়ত জয়ন্ত মল্ল বৰুৱাৰ সংবাদমেল

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপিৰ মুখপাত্ৰ জয়ন্ত মল্ল বৰুৱাই আজি ৰাজ্যিক বিজেপিৰ কাৰ্য্যালয়ত এখন সংবাদমেল সম্বোধন কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত কংগ্ৰেছৰ স্থিতিক কঠোৰ সমালোচনা কৰি বিদেশীক আশ্ৰয় দিয়া আইনৰ কথা কোৱা কংগ্ৰেছৰ নাগৰিকত্ব বিধেয়ক বিৰোধিতা কৰাৰ অধিকাৰ নাই বুলি কয়।

জয়ন্ত মল্ল বৰুৱাই কয় যে, নিৰ্বাচনৰ সময়ত কংগ্ৰেছৰ মুখত নাগৰিকত্ব বিধেয়কৰ কথা বৰকৈ শুনিবলৈ পোৱা গৈছে কিন্তু তেওঁলোকৰ দলৰ ইস্তাহাৰত স্পষ্টকৈ আন্তঃৰাষ্ট্ৰীয় চুক্তিৰ সহায় লৈ হলেও নিৰ্যাতিত বিদেশীক আশ্ৰয় দিয়া আইন (Law of Asylum) কথা উল্লেখ আছে।

Apply Now
WhatsApp Image 2019-04-20 at 12.57.18 PM
কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰত উল্লেখ থকা আইন খনৰ কথা।

বিজেপিৰ মুখপাত্ৰ জনে সংবাদ মাধ্যমত কংগ্ৰেছৰ ইস্তাহাৰখনৰ কথা উনুকিয়াই কয় কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰৰ ১৬ নং ইছ্যুত উল্লেখ আছে যে ‘Congress promises to pass a law on Aslyum consistent with International treaties and convention’, তেনে ক্ষেত্ৰত কংগ্ৰেছে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰাৰ কোনো অধিকাৰ নাই।

কংগ্ৰেছক সমালোচনা কৰি বিজেপি নেতাগৰাকীয়ে কংগ্ৰেছে অসমখনক ৰোহিংগীয়াৰ ঘাটি কৰিব বিচাৰিছে নেকি নে সন্ত্ৰাসবাদৰ ঘাটি বনাব বিচাৰিছে উত্তৰ দিয়াৰ বাবে প্ৰত্যাহবান জনায়।

আনহাতে, কংগ্ৰেছে ইস্তাহাৰত উল্লেখ কৰা আন্তঃৰাষ্ট্ৰীয় আইনখন অষ্ট্ৰেলিয়াৰ দৰে দেশে বিৰোধিতা কৰিছে। ৰাষ্ট্ৰসংঘই এই আইনখন মানি ল’লে ভাৰত বৰ্ষই সকলো প্ৰান্তৰ পৰা অহা লোকক আইনী অধিকাৰ দিব লাগিব। কিন্তু নাগৰিকত্ব সংশোধনী বিধেয়কৰ সময়সীমা আছে ২০১৪চনৰ আগত ধৰ্মীয় নিৰ্যাতনৰ বলি হৈ অহা লোকসকলকহে ভাৰতত সংস্থাপন দিয়া হ’ব । ধৰ্মীয় নিৰ্যাতনৰ বলি হৈ আমাৰ দেশলৈ অহাসকলক আমি শৰণাৰ্থী বুলি ক’ব নিবিচাৰো, সেইসকলক সংস্থাপন দিয়াটো আমাৰ দায়িত্ব বুলি মুখপাত্ৰগৰাকীয়ে সংবাদমেলত উল্লেখ কৰে।

আকৌ, তৰুণ গগৈয়ে হিমন্ত বিশ্বৰ নৃত্যক লৈ কৰা সমালোচনাৰ উত্তৰ দি বৰুৱাই কয় যে তৰুণ গগৈয়ে সন্দিকৈ কলেজৰ ছোৱালীসকলৰ সৈতে নচাৰ কথা পাহৰি গ’ল নেকি বুলি কয়। তৰুণ গগৈয়ে বিজেপিৰ বিশাল পদযাত্ৰাক লৈ শংকিত হোৱাৰ বাবে প্ৰলাপ বকিবলৈ আৰম্ভ কৰিছে বুলি কটাক্ষ কৰে জয়ন্ত মল্ল বৰুৱাই।

Tags: নিৰ্বাচন ২০১৯
কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

Stay Connected

  • 117k Fans

Recent News

অসমৰ বান সাহায্যৰ বাবে বেদান্তৰ ৭ কোটি টকাৰ অনুদান : অনিল আগৰৱালক ধন্যবাদ মুখ্যমন্ত্ৰীৰ

অসমৰ বান সাহায্যৰ বাবে বেদান্তৰ ৭ কোটি টকাৰ অনুদান : অনিল আগৰৱালক ধন্যবাদ মুখ্যমন্ত্ৰীৰ

August 5, 2026 8:53 pm
নিপকোৱে এৰি দিলে দৈয়া বান্ধৰ পানী : নৈপৰীয়া লোকক সৰ্তক হ’বলৈ অনুৰোধ প্ৰশাসনৰ

নিপকোৱে এৰি দিলে দৈয়া বান্ধৰ পানী : নৈপৰীয়া লোকক সৰ্তক হ’বলৈ অনুৰোধ প্ৰশাসনৰ

August 5, 2026 8:34 pm
ঝাৰখণ্ডত স্কুলীয়া ছাত্ৰীক অপহৰণ আৰু দুদিন ধৰি ধৰ্ষণ! ঘটনা পোহৰলৈ অহাৰ লগে লগে অভিযুক্ত যুৱকক মৰিয়াই হত্যা ৰাইজৰ

ঝাৰখণ্ডত স্কুলীয়া ছাত্ৰীক অপহৰণ আৰু দুদিন ধৰি ধৰ্ষণ! ঘটনা পোহৰলৈ অহাৰ লগে লগে অভিযুক্ত যুৱকক মৰিয়াই হত্যা ৰাইজৰ

August 5, 2026 6:50 pm
চন্দ্ৰত খহি পৰিব স্পেচএক্সৰ ৰকেটৰ অংশ : নাছাই পৰ্যবেক্ষণ কৰিব এক বিৰল ঘটনা

চন্দ্ৰত খহি পৰিব স্পেচএক্সৰ ৰকেটৰ অংশ : নাছাই পৰ্যবেক্ষণ কৰিব এক বিৰল ঘটনা

August 5, 2026 5:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমৰ বান সাহায্যৰ বাবে বেদান্তৰ ৭ কোটি টকাৰ অনুদান : অনিল আগৰৱালক ধন্যবাদ মুখ্যমন্ত্ৰীৰ

অসমৰ বান সাহায্যৰ বাবে বেদান্তৰ ৭ কোটি টকাৰ অনুদান : অনিল আগৰৱালক ধন্যবাদ মুখ্যমন্ত্ৰীৰ

August 5, 2026 8:53 pm
নিপকোৱে এৰি দিলে দৈয়া বান্ধৰ পানী : নৈপৰীয়া লোকক সৰ্তক হ’বলৈ অনুৰোধ প্ৰশাসনৰ

নিপকোৱে এৰি দিলে দৈয়া বান্ধৰ পানী : নৈপৰীয়া লোকক সৰ্তক হ’বলৈ অনুৰোধ প্ৰশাসনৰ

August 5, 2026 8:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd