• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বোকাখাতৰ জুৱাৰ আড্ডাত প্ৰাক্তন সেনা জোৱানৰ গুলী ফুটাই সন্ত্ৰাস : তিনিজনক গ্ৰেপ্তাৰ

উত্তম শইকীয়া by উত্তম শইকীয়া
April 20, 2019 6:40 pm
2.1k
VIEWS
Share on FacebookShare on Twitter

বোকাখাত আৰক্ষীয়ে আজি এক অভিযান চলাই পিষ্টলসহ প্ৰাক্তন সেনা জোৱান মোহন কছাৰীৰ লগতে ৰাজা সূত্ৰধৰ আৰু ইন্দুপৱন শইকীয়া নামৰ দুজন লোকক গ্ৰেপ্তাৰ কৰে। ইয়াৰে ৰাজা সূত্ৰধৰ বোকাখাতৰ আৰু ইন্দুপৱন কাজিৰঙাৰ চেপেনাকোবোৱা গাঁৱৰ নিৱাসী বুলি জানিব পৰা গৈছে।

ঘটনাৰ বিৱৰণি মতে বোকাকাতৰ কৈলাখাতত নিয়মিতভাৱে বহা জুৱাৰ আড্ডাত শুকুৰবাৰে অৰ্থাৎ ১৯ এপ্ৰিলৰ নিশা প্ৰাক্তন সেনা জোৱানজনে গুলী ফুটাই সন্ত্ৰাসৰ সৃষ্টি কৰে। বোকাখাতৰ কৈলাখাতত নিয়মিতভাৱে বহা এই জুৱাৰ থলীত জুৱাৰীৰ পৰা ধন লুটাৰ স্বাৰ্থতে ধৃত প্ৰাক্তন সেনা জোৱান মোহন কছাৰীয়ে গুলী ফুটাই সন্ত্ৰাস সৃষ্টি কৰে।

ফলত আজি বোকাখাত আৰক্ষীয়ে আজি অভিযান চলাই প্ৰাক্তন সেনা জোৱানজনৰ লগতে আন দুজন জুৱাৰীকো আটক কৰে। ইফালে সেনা জোৱানজনৰ বাহিৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা আন দুজন জুৱাৰী অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সদস্য বুলি জানিব পৰা গৈছে আৰু ইয়াকে লৈ বোকাখাতত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

 

Recent News

ৰেপো ৰেট ৫০ বেছিছ পইণ্ট হ্ৰাস কৰাৰ কথা ঘোষণা ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাৰ  

ৰেপো ৰেট ৫০ বেছিছ পইণ্ট হ্ৰাস কৰাৰ কথা ঘোষণা ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাৰ  

সৰিয়হৰ ডুলিতে ভূত! গ্ৰাহকৰ একাউণ্ট প্ৰতাৰণা মহিলা বেংক বিষয়াৰ; লুটিলে ৪ কোটিৰো অধিক

সৰিয়হৰ ডুলিতে ভূত! গ্ৰাহকৰ একাউণ্ট প্ৰতাৰণা মহিলা বেংক বিষয়াৰ; লুটিলে ৪ কোটিৰো অধিক

পদপিষ্ট হোৱাৰ ঘটনা: ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ শীৰ্ষ বিষয়া আৰু ইভেণ্ট মেনেজমেণ্ট কোম্পানী ৩ জনক গ্ৰেপ্তাৰ

পদপিষ্ট হোৱাৰ ঘটনা: ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ শীৰ্ষ বিষয়া আৰু ইভেণ্ট মেনেজমেণ্ট কোম্পানী ৩ জনক গ্ৰেপ্তাৰ

যৌন শোষণৰ ক’লা অধ্যায় জেফ্ৰি এপষ্টেইনৰ ফাইলত ড’নাল্ড ট্ৰাম্পৰ নাম- বিস্ফোৰক অভিযোগ এলন মাস্কৰ

যৌন শোষণৰ ক’লা অধ্যায় জেফ্ৰি এপষ্টেইনৰ ফাইলত ড’নাল্ড ট্ৰাম্পৰ নাম- বিস্ফোৰক অভিযোগ এলন মাস্কৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd