• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হিমন্ত বিশ্বৰ ‘সাম্প্ৰদায়িক’ মন্তব্যৰ বিৰুদ্ধে মুখ্য নিৰ্বাচনী আয়ুক্তলৈ পত্ৰ বিৰোধী দলপতিৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 20, 2019 8:04 pm
D4lccbeW4AAokga-750x375

শনিবাৰে ভৱানীপুৰত হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী সভাত ভাষণ দিছে। ফটো : টুইটাৰ

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কংগ্ৰেছ নেতা তথা বিৰোধী দলপতি দেবব্ৰত শইকীয়াই বিজেপি নেতা তথা ৰাজ্যৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা ‘সাম্প্ৰদায়িক’ মন্তব্যৰ বিৰুদ্ধে দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্তৰ কাষ চাপিছে।

শনিবাৰে মুখ্য নিৰ্বাচনী আয়ুক্তলৈ লিখা এখন পত্ৰত শইকীয়াই একাংশ স্থানীয় স্থানীয় বাতৰিকাকতত প্ৰকাশিত এটা বাতৰিৰ প্ৰসংগ উল্লেখ কৰিছে। বাতৰিটোত প্ৰকাশ পোৱা মতে শৰ্মাই বিভিন্ন নিৰ্বাচনী সভাত কৈছে, ‘’বিজেপিক ‘লুঙী’ পিন্ধাসকলৰ ভোট নালাগে।‘

Apply Now

বাতৰি অনুসৰি শৰ্মাই লগতে কৈছে,’’ কংগ্ৰেছ যদি শাসনলৈ আহে, তেতিয়াহ’লে ‘লুঙী’ অসমৰ জাতীয় পোছাক হৈ পৰিব।‘’

অসম বিধানসভাৰ বিৰোধী দলপতি শইকীয়াই উল্লেখ কৰে যে স্কাৰ্টৰ দৰে কঁকালৰ তলত পিন্ধা ‘লুঙী’ মুছলমানসকলৰ প্ৰিয় পোছাক।

‘’ড০ শৰ্মাই লগতে মন্তব্য কৰে যে বিজেপি যদি পুনৰ ক্ষমতালৈ আহে, তেতিয়াহ’লে দলে ১৯৫১ চনৰ পৰা ১৯৭১ চনৰ মাজত অসমলৈ অহা সকলো মুছলমানৰ নাগৰিকত্ব কৰ্তন কৰিব,’’-শইকীয়াই এইদৰে অভিযোগ কৰে।

এটা বিশেষ সম্প্ৰদায়ক লক্ষ্য কৰি লোৱাটো ভাৰতীয় সংবিধানৰ মূল কাঠামোৰ পৰিপন্থী কয় কংগ্ৰেছ নেতাজনে।

অসমত অহা ২৩ এপ্ৰিলত লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। শইকীয়াই লগতে প্ৰকাশ কৰে যে ‘’এই ধৰণৰ সাম্প্ৰদায়িক নিৰ্বাচনী প্ৰচাৰে নিৰ্বাচন আয়োগে বান্ধি দিয়া নিৰ্বাচনী আচৰণ বিধিৰ নিৰ্দেশনা ১(১) আৰু ১(৩)ৰ সম্পূৰ্ণ উলংঘা কৰিছে।‘’

শইকীয়াই লগতে কয়,‘’তেওঁ (শৰ্মাই) দেখুওৱা ঘৃণাৰ বীজে অসম তথা সমগ্ৰ ভাৰততে প্ৰভাৱ পেলাব।‘’

কংগ্ৰেছ নেতাজনে মুখ্য নিৰ্বাচনী আয়ুক্তক মন্ত্ৰী শৰ্মাৰ বিৰুদ্ধে কঠোৰ কাৰ্যব্যৱস্থা গ্ৰহণ কৰাৰ আহ্বান জনায় যিটোৱে ‘’ আন কোনো ৰাজনৈতিক নেতাক সম্প্ৰদায়ৰ মাজত অবিশ্বাস তথা ঘৃণাৰ ভাৱ বিয়পোৱাত বাধা দিব আৰু তেতিয়া অসমৰ সাধাৰণ ৰাইজৰ মাজত শান্তি আৰু সম্প্ৰীতি অটুট ৰখাত সহায় হ’ব।‘’

Tags: নিৰ্বাচন ২০১৯
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

কংক্ৰিটৰ অৰণ্যত পৰিণত গুৱাহাটী : বিশ্ব পৰিৱেশ দিৱসত ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’ৰ গছপুলি ৰোপণ

কংক্ৰিটৰ অৰণ্যত পৰিণত গুৱাহাটী : বিশ্ব পৰিৱেশ দিৱসত ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’ৰ গছপুলি ৰোপণ

June 5, 2026 5:30 pm
ধৰিত্ৰীৰ বাবে আশাৰ ৰেঙণি : বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি পাইছে মেনগ্ৰোভ বন

ধৰিত্ৰীৰ বাবে আশাৰ ৰেঙণি : বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি পাইছে মেনগ্ৰোভ বন

June 5, 2026 5:08 pm
মানুহৰ দৰে চৰাইয়ো কৰে স্বমৈথুন : নতুন গৱেষণাত পোহৰলৈ আহিছে আচৰিত তথ্য

মানুহৰ দৰে চৰাইয়ো কৰে স্বমৈথুন : নতুন গৱেষণাত পোহৰলৈ আহিছে আচৰিত তথ্য

June 5, 2026 4:55 pm
গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

June 5, 2026 4:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কংক্ৰিটৰ অৰণ্যত পৰিণত গুৱাহাটী : বিশ্ব পৰিৱেশ দিৱসত ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’ৰ গছপুলি ৰোপণ

কংক্ৰিটৰ অৰণ্যত পৰিণত গুৱাহাটী : বিশ্ব পৰিৱেশ দিৱসত ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’ৰ গছপুলি ৰোপণ

June 5, 2026 5:30 pm
ধৰিত্ৰীৰ বাবে আশাৰ ৰেঙণি : বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি পাইছে মেনগ্ৰোভ বন

ধৰিত্ৰীৰ বাবে আশাৰ ৰেঙণি : বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি পাইছে মেনগ্ৰোভ বন

June 5, 2026 5:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd