• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বৰপেটাত নিম্নমানৰ খাদ্য যোগান ধৰাক লৈ ভোটগ্ৰহণত নিয়োজিত বিষয়া-কৰ্মচাৰীৰ অসন্তুষ্টি

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
April 22, 2019 10:29 pm
barpeta

ফটো : নৰ্থ-ইষ্ট নাও

567
VIEWS
Share on FacebookShare on Twitter

কাইলৈ অনুষ্ঠিত হ’ব লগা তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে বৰপেটা জিলাৰ ১২১৪টা কেন্দ্ৰৰ বাবে নিয়োজিত প্ৰায় ৬১০০ গৰাকী বিষয়া-কৰ্মচাৰী আজি বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ পৰা ভোটগ্ৰহণ কেন্দ্ৰসমূহলৈ ৰাওনা হয়।

উল্লেখ্য যে নিৰ্বাচনক লৈ জিলা প্ৰশাসনে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা বুলি দাবী কৰিছিল যদিও বিষয়া-কৰ্মচাৰীসকলে কেন্দ্ৰসমূহলৈ ৰাওনা হোৱাৰ পূৰ্বে এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় মাধৱ চৌধুৰী মহাবিদ্যালয়ত। ভোটগ্ৰহণ কাৰ্যত জড়িত বিষয়া-কৰ্মচাৰীক জিলা প্ৰশাসনে নিম্ন মানৰ খাদ্য যোগান ধৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে একাংশ কৰ্মচাৰীয়ে।

জিলা প্ৰশাসনে কোনো সুপৰিকল্পিত ব্যৱস্থা নোলোৱাৰ বাবেই বিষয়া-কৰ্মচাৰীসকলে খোৱাৰ বাবে দীঘল-দীঘল শাৰী পাতিব লগীয়া হোৱাৰ লগতে ঘণ্টা ঘণ্টা সময় অপেক্ষা কৰিব লগীয়া হয় বুলি একাংশ ক্ষুভিত বিষয়াই মন্তব্য কৰে।

ইয়াৰ উপৰি খাদ্যৰ নামত আলুৰ বাকলি নুগুচোৱা তৰকাৰী, আধা সিজা ভাত আৰু আধা সিজা মাছ যোগান ধৰে বিষয়া-কৰ্মচাৰীসকলক।

জিলা প্ৰশাসনৰ এনে অপৰিপক্ক কাৰ্যই এতিয়া ভোটগ্ৰহণত জড়িত বিষয়া-কৰ্মচাৰীসকলৰ মাজত বিশেষভাৱে চৰ্চিত হোৱা পৰিলক্ষিত হৈছে।

Recent News

ভাৰত-পাক উত্তেজনাঃ কিয় আইএনএছ বিক্ৰান্তক ভাৰতৰ ‘সাগৰীয় দুৰ্গ’ বুলি গণ্য কৰা হয়?

ভাৰত-পাক উত্তেজনাঃ কিয় আইএনএছ বিক্ৰান্তক ভাৰতৰ ‘সাগৰীয় দুৰ্গ’ বুলি গণ্য কৰা হয়?

জি-৭ ৰ যৌথ বিবৃতিঃ ভাৰত-পাকিস্তানক উত্তেজনা হ্ৰাস কৰিবলৈ আহ্বান

জি-৭ ৰ যৌথ বিবৃতিঃ ভাৰত-পাকিস্তানক উত্তেজনা হ্ৰাস কৰিবলৈ আহ্বান

ৰাজ্যৰ বাহিৰত অধ্যয়নৰত অসমৰ শিক্ষাৰ্থীৰ বাবে চৌবিশ ঘন্টাৰ হেল্প লাইন নম্বৰ মুকলি

ৰাজ্যৰ বাহিৰত অধ্যয়নৰত অসমৰ শিক্ষাৰ্থীৰ বাবে চৌবিশ ঘন্টাৰ হেল্প লাইন নম্বৰ মুকলি

স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠানৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা প্ৰত্যাহাৰৰ দাবী অসম নাগৰিক সমাজৰ

স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠানৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা প্ৰত্যাহাৰৰ দাবী অসম নাগৰিক সমাজৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd