• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

তৃতীয় পৰ্য্যায়ত আবেলি ৫ বজালৈকে ভোটদানৰ হাৰ ৭১.৪৭ শতাংশ

আবেলি ৫ বজা পৰ্য্যন্ত সৰ্বাধিক ভোটদানৰ হাৰ ধুবুৰীত

এন ই নাও নিউজ by এন ই নাও নিউজ
April 23, 2019 5:36 pm
Musalpur_Polling Station_3

তৃতীয় পৰ্য্যায়ৰ ভোটগ্ৰহণত মুছলপুৰ ভোটকেন্দ্ৰৰ এটা দৃশ্য। ২৩ এপ্ৰিল, ২০১৯-অত। ফটো : য়ু বি।

720
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ ১৪খন আসনৰ বাকী থকা চাৰিখন আসনৰ বাবে আজি সম্পন্ন হোৱা ভোটগ্ৰহণত ভোটাৰৰ আশানুৰূপ সঁহাৰি দেখা গৈছে। দুই এটা সৰু-সুৰা অভিযোগৰ বাদে ভোটগ্ৰহণ এই পৰ্য্যন্ত শান্তিপূৰ্ণ।

বিহু পাতলিল; বতৰো ভাল। গতিকে বতৰ আৰু সময়ৰ অনুকূল হোৱা বাবে প্ৰায়বোৰ ভোটকেন্দ্ৰতে ভোটাৰক অসন্তুষ্টি নোহোৱাকৈ দীঘল শাৰীত অপেক্ষা কৰা দেখা গ’ল।

Musalpur_Polling Station
তৃতীয় পৰ্য্যায়ৰ ভোটগ্ৰহণত মুছলপুৰ ভোটকেন্দ্ৰৰ এটা দৃশ্য। ২৩ এপ্ৰিল, ২০১৯-অত। ফটো : য়ু বি।

নিৰ্বাচন আয়োগৰ ৫ বজাৰ আপডেইট মতে, তৃতীয় পৰ্য্যায়ত ভোটগ্ৰহণ হোৱা চাৰিটা সমষ্টি ক্ৰমে, ধুবুৰী, কোকৰাঝাৰ, বৰপেটা আৰু গুৱাহাটীৰ ভিতৰত আবেলি ৫ বজা পৰ্য্যন্ত ধুবুৰীত সৰ্বাধিক ভোট পৰিছে।

ধুবুৰীত হাৰ ৭৮.৯৪ শতাংশ, কোকৰাঝাৰত ৭০.৩১ শতাংশ, বৰপেটাত ৭২.৪৭ শতাংশ আৰু গুৱাহাটীত ৬৫.২৮ শতাংশ। গড় ভোটদানৰ হাৰ ৭১.৪৭ শতাংশ।

প্ৰথম পৰ্য্যায়ৰ ৫টা সমষ্টিৰ ভোটদানৰ হাৰ আছিল ৭৮.২৩ শতাংশ আৰু দ্বিতীয় পৰ্য্যায়ৰ ৫টা সমষ্টিৰ এই হাৰ আছিল ৭৭.৬৭ শতাংশ।

তৃতীয় পৰ্য্যায়ৰ উপৰোক্ত হাৰ অধিক বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।

Recent News

অলপ বেছি বয়সত বিবাহ সুখী জীৱনৰ চাবিকাঠি; কৈছে বিশেষজ্ঞসকলে

অলপ বেছি বয়সত বিবাহ সুখী জীৱনৰ চাবিকাঠি; কৈছে বিশেষজ্ঞসকলে

মানসিক স্বাস্থ্যৰ অৱনতিৰ সৈতে জড়িত ভিটামিনৰ অভাৱ! কি কয় বিশেষজ্ঞই?

মানসিক স্বাস্থ্যৰ অৱনতিৰ সৈতে জড়িত ভিটামিনৰ অভাৱ! কি কয় বিশেষজ্ঞই?

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd