• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মাৰ্ঘেৰিটাত বিজেপি কৰ্মী পুলকেশ মহন্তক হত্যাৰ চেষ্টাৰে ঘৰলৈ লক্ষ্য কৰি গুলীচালনা

এন ই নাও নিউজ by এন ই নাও নিউজ
April 24, 2019 3:21 pm
BJP worker

মাৰ্ঘেৰিটাৰ বিজেপি কৰ্মী পুলকেশ মহন্ত

1.1k
VIEWS
Share on FacebookShare on Twitter

মঙলবাৰে অসমৰ চৈধ্যটা লোককসভা সমষ্টিৰ বাবে তিনিটা পৰ্য্যায়ত অনুষ্ঠিত হোৱা নিৰ্বাচনৰ সামৰণি পৰে। নিৰ্বাচনৰ সামৰণিৰ দিনাই মাৰ্ঘেৰিটাত অচিনাক্ত দুৰ্বৃত্তই বিজেপিৰ এগৰাকী কৰ্মীক হত্যাৰ চেষ্টা কৰি কৰ্মীজনৰ ঘৰলৈ লক্ষ্যকৰি গুলীচালনা কৰে।

ঘটনাৰ বিবৰণী অনুসৰি মঙলবাৰে নিশা মাৰ্ঘেৰিটাৰ ১নং লাজুমগাঁৱৰ বিজেপি কৰ্মী পুলকেশ মহন্তৰ ঘৰলৈ অচিনাকী অস্ত্ৰধাৰীৰ দল এটাই গুলীচালনা কৰে। সৌভাগ্যক্ৰমে এই গুলী চালনাৰ ঘটনাত বিজেপি কৰ্মীজনৰ অথবা পৰিয়ালৰ কোনো লোক হতাহত হোৱা নাই।

ইতিমধ্যে মাৰ্ঘেৰিটা আৰক্ষীয়ে বিজেপি কৰ্মীগৰাকীৰ অভিযোগৰ ভিত্তিত ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। ৰাজনৈতিক শত্ৰুতাৰ বাবে এনে আক্ৰমণ সংঘটিত কৰা হৈছে বুলি সন্দেহ প্ৰকাশ কৰা হয়। আৰক্ষীৰ তদন্তত সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

উল্লেখযোগ্য যে, অচিনাকী দুৰ্বিত্তৰ গুলীচালনাত পুলকেশ মহন্তৰ ব্যক্তিগত বাহনখন ক্ষতিগ্ৰস্ত হয়। ৰাজ্যত বিজেপি কৰ্মীৰ ওপৰত আক্ৰমণ কোনো নতুন কথা নহয়। নব্বৈৰ দশকতো বিজেপি কৰ্মীসকল দুৰ্বিত্তৰ এনেধৰণৰ আক্ৰমণৰ সন্মুখিন হৈছিল।

Recent News

জিম নে যোগাসন? স্বাস্থ্য ৰক্ষাৰ বাবে বেছি উপযোগী কি?

জিম নে যোগাসন? স্বাস্থ্য ৰক্ষাৰ বাবে বেছি উপযোগী কি?

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd