• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হাত খুলি খৰচ কৰোতে সাৱধান : মে’ মাহৰ পৰা মুঠি টান নকৰিলে হ’ব পাৰে সংকট

এন ই নাও নিউজ by এন ই নাও নিউজ
April 29, 2019 5:18 pm
16_03_2019-18_gas_sub_19050405

প্ৰতিনিধিত্বমূলক ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শীঘ্রেই আপোনাৰ বাজেটক প্ৰভাৱিত কৰিব পৰা কিছু পৰিৱৰ্তনৰ খবৰে আপোনাৰ দৈনন্দিন খৰচৰ হিচাপত হাতৰ মুঠি টান কৰিব পাৰে। অহা ১ মে’ৰ পৰাই সংঘটিত হ’বলগীয়া এনে কেইটামান পৰিৱৰ্তনৰ বিষয়ে জানি থোৱা ভাল আপুনিও। কিয়নো আপোনাৰ বাজেটৰ জমা খৰচৰ সন্তুলন ৰক্ষা কৰিবলৈ হ’লে এনে পৰিৱৰ্তনবোৰৰ প্ৰতি সজাগ হোৱাটো অত্যন্ত জৰুৰী।

অহা ১ মে’ত প্ৰতিমাহৰ দৰে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ নতুন নিৰিখ জাৰি কৰা হ’ব। এপ্ৰিল মাহত ৰাজসাহায্যবিহীন চিলিণ্ডাৰৰ মূল্য ৫ টকা বৃদ্ধি কৰাৰ বিপৰীতে ৰাজসাহায্যযুক্ত চিলিণ্ডাৰৰ মূল্য ২৫ পইচাকৈ বৃদ্ধি পাইছিল। নিৰ্বাচনকালীন সময়তে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ নিৰিখ কিমান বৃদ্ধি হ’ব সেয়া অৱশ্যেই লক্ষ্যণীয় হ’ব যদিও এই পৰিৱৰ্তনৰ প্ৰতি আপুনি সাজু থকাটো প্ৰয়োজন।

Apply Now

ৰে’ল যাত্ৰাৰ বাবে আগ্ৰহী যাত্ৰীসকলে অহা ১মে’ৰ পৰা এক নতুন সুবিধা লাভ কৰিব। ৰে’লৰ চাৰ্ট প্ৰস্তুত হোৱাৰ চাৰি ঘণ্টা আগলৈকে আপোনাৰ বৰ্ডিং ষ্টেশ্যন সলনি কৰাৰ সুযোগ লাভ কৰিব। এতিয়া যাত্ৰাৰ সময়তে টিকট বুক কৰোতে আপুনি নিৰ্বাচন কৰা বৰ্ডিং ষ্টেশ্যনটো সলনি কৰাটো সহজ হৈ পৰিব। অৱশ্যে, যাত্ৰাৰ সময়ত বৰ্ডিং ষ্টেশ্যনত সালসলনিৰ বাবে টিকট বাতিল কৰোতে আপুনি টকা উভতাই নাপাব।

অহা মে’ মাহৰ পৰাই দেশৰ আগশাৰীৰ বেংক সেৱা ভাৰতীয় ষ্টেট বেংকে এক নতুন নিয়ম বলবৎ কৰিবলৈ আগবাঢ়িছে। এছ বি আয়ে মে’ মাহৰ পৰা ডিপ’জিট আৰু ঋণৰ হাৰ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ বেঞ্চমাৰ্কৰ সৈতে সমান কৰি দিয়া হ’ব। ইয়াৰ ফলত আৰ বি আই ৰেপ’ ৰেটৰ পৰিৱৰ্তন হ’লে গ্ৰাহকৰ জমা আৰু ঋণৰ হাৰতো পৰিৱৰ্তন আহিব। এনে নিয়মৰ ফলত গ্ৰাহকে নিজৰ ছেভিংছ একাউন্টত ৰখা ধনৰ সুত পূৰ্বৰ তুলনাত ক’মকৈ পাব। জানিব পৰা মতে, এই নিয়ম এক লাখ টকাৰ ওপৰৰ জমা ধনৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ’ব।

একেদৰে পঞ্জাৱ নেশ্যনেল বেংকে তেওঁলোকৰ ডিজিটেল ৱালেট পিএনবি কিটি মে’ৰ পৰা বন্ধ কৰি দিব। পিএনবিয়ে তেওঁলোকৰ গ্ৰাহকসকলক জনাই দিছে যে গ্ৰাহকসকলে পিএনবি কিটিত ৰখা ধন ৩০ এপ্ৰিলৰ ভিতৰত খৰচ কৰিব পাৰে অথবা আইএমপিএছৰ যোগেদি নিজৰ বেংক একাউন্টলৈ ট্ৰেন্সফাৰ কৰক। ১মে’ৰ পৰা পিএনবি কিটিৰ সলনি বিকল্প ৱালেটৰ ব্যৱহাৰ কৰিব লাগিব। আনহাতে, ৱালেটত থকা ধন সময়মতে উলিয়াই নল’লে আপুনি অসুবিধাতো পৰিব পাৰে।

ইয়াৰ মাজতে বিমান যাত্ৰীসকলৰ বাবে ভাল খৱৰটো হ’ল যে এয়াৰ ইম্ডিয়াৰ টিকট বাতিল কৰোতে আপুনি এতিয়া আৰু কোনো অতিৰিক্ত ধন ভৰিব নালাগে। টিকট বুক কৰাৰ ২৪ ঘন্টাৰ ভিতৰত টিকট বাতিল বা সালসলনিৰ ক্ষেত্ৰত এয়াৰ ইণ্ডিয়াই কোনো অতিৰিক্ত কৰ আৰোপ নকৰে।

হয়, অচিৰেই আৰু এনে আৰু বহু পৰিৱৰ্তনে হয়তো আপোনাৰ দৈনন্দিন জীৱনৰ হিচাপ নিকাচৰ ক্ষেত্ৰত হাত ধৰি চলিবলৈ বাধ্য কৰিব। কিয়নো আৰ্থিক ক্ষেত্ৰত দেশৰ বৰ্তমান পৰিস্থিতিটোৱে বিভিন্ন প্ৰতিষ্ঠানসমূহক নতুন সূত্ৰ প্ৰয়োগৰ বাবে প্ৰৰোচিত কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ফ্ৰান্সক পৰাস্ত কৰি আইভৰি কোষ্টৰ চমক; কোনোমতে ৰক্ষা পৰিল স্পেইনও, বিশ্বকাপৰ পূৰ্বে অঘটন?

ফ্ৰান্সক পৰাস্ত কৰি আইভৰি কোষ্টৰ চমক; কোনোমতে ৰক্ষা পৰিল স্পেইনও, বিশ্বকাপৰ পূৰ্বে অঘটন?

June 5, 2026 1:12 pm
জালুকবাৰীত মাজনিশা অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ চাৰিজনে; ভষ্মীভূত একাধিক ঘৰ

জালুকবাৰীত মাজনিশা অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ চাৰিজনে; ভষ্মীভূত একাধিক ঘৰ

June 5, 2026 12:27 pm
ৰেপো ৰেট অপৰিৱৰ্তিত! EMI হ্ৰাস কৰাৰ আশাত চেঁচা পানী, কিয় সতৰ্ক স্থিতি গ্ৰহণ কৰিলে RBI-য়ে?

ৰেপো ৰেট অপৰিৱৰ্তিত! EMI হ্ৰাস কৰাৰ আশাত চেঁচা পানী, কিয় সতৰ্ক স্থিতি গ্ৰহণ কৰিলে RBI-য়ে?

June 5, 2026 11:51 am
ব্ৰিটেইনত ২৩ বছৰীয়া বিবাহ বিচ্ছেদৰ যুঁজৰ অন্তত ভাৰতীয় মহিলাই লাভ কৰিলে ৮৫ কোটি টকা

ব্ৰিটেইনত ২৩ বছৰীয়া বিবাহ বিচ্ছেদৰ যুঁজৰ অন্তত ভাৰতীয় মহিলাই লাভ কৰিলে ৮৫ কোটি টকা

June 5, 2026 10:22 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফ্ৰান্সক পৰাস্ত কৰি আইভৰি কোষ্টৰ চমক; কোনোমতে ৰক্ষা পৰিল স্পেইনও, বিশ্বকাপৰ পূৰ্বে অঘটন?

ফ্ৰান্সক পৰাস্ত কৰি আইভৰি কোষ্টৰ চমক; কোনোমতে ৰক্ষা পৰিল স্পেইনও, বিশ্বকাপৰ পূৰ্বে অঘটন?

June 5, 2026 1:12 pm
জালুকবাৰীত মাজনিশা অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ চাৰিজনে; ভষ্মীভূত একাধিক ঘৰ

জালুকবাৰীত মাজনিশা অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ চাৰিজনে; ভষ্মীভূত একাধিক ঘৰ

June 5, 2026 12:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd