• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিষিদ্ধ হ’ল ‘টাইট ফিটিং’ আৰু ‘উত্তেজক’পোছাক : কোনে দিলে এই নিৰ্দেশ?

পিন্ধিব নোৱাৰিব টাইট জিন্স আৰু পুৰুষে পিন্ধা চেণ্ডেল!

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 29, 2019 7:56 pm
SSUhS

প্ৰতিনিধিত্বমূলক ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চিকিৎসা প্ৰতিষ্ঠানৰ চৌহদত নিষেধাজ্ঞা টাইট ফিটিং আৰু উত্তেজক পোছাক পৰিধানত। শিক্ষক, বিষয়া কৰ্মচাৰী সকলোৰে বাবে প্ৰযোজ্য হ’ল এই নিষেধাজ্ঞা। যোৱা ২৬ এপ্ৰিলৰ দিনা শ্ৰীমন্ত শংকৰদেৱ য়ুনিভাৰচিটী অৱ হেল্থ চায়েন্সৰ উপাচাৰ্য্য ড০ দীপিকা ডেকাই এক জাননীযোগে জাৰি কৰিছে এই নিৰ্দেশনা।

উল্লেখ্য যে, চিকিৎসা প্ৰতিষ্ঠানৰ ভিতৰত এক সুস্থ বাতাবৰণ সৃষ্টি কৰাৰ উদ্দেশ্যে ‘উত্তেজক’ কাপোৰ পিন্ধাৰ ক্ষেত্ৰত নিষেধাজ্ঞা অনা বুলি জাননীৰ প্ৰথমতে উল্লেখ কৰিছে উপাচাৰ্য্যগৰাকীয়ে। লগতে ছাত্ৰ ছাত্ৰীসকলৰ লগত শিক্ষকৰ সু-সম্পৰ্ক বজাই ৰাখিবৰ বাবে সাজ-পোছাকৰ ক্ষেত্ৰত অনা হৈছে এই নিষেধাজ্ঞা।

Apply Now
WhatsApp-Image-2019-04-29-at-16.14.31
উপাচাৰ্য ড০ দীপিকা ডেকাই জাৰি কৰা জাননীখন।

ইপিনে, ডেকাই জাৰি কৰা এই নিৰ্দেশনা অনুসৰি বিশ্ববিদ্যালয়ৰ চৌহদত নিষিদ্ধ ১৬ বিধ কাপোৰ। তাৰ ভিতৰত পাৰ্টী অথবা বনভোজ খাবলৈ পিন্ধি যোৱা কাপোৰ, টি-চাৰ্ট, টাইট ফিটিং, উত্তেজক কাপোৰ(মাইক্ৰ’ মিনিছ, গ’জী, ফ্লিমছি, ট্ৰাইপাৰেন্ট, লেগিংছ, ব্যায়াম কৰোঁতে পিন্ধা টাইট কাপোৰ, চুটী কাপোৰ, পুৰুষে পিন্ধা চেণ্ডেল) আৰু বহু মূল্যৰ জাক-জমকীয়া আ-অলংকাৰ পৰিধান কৰাৰ ক্ষেত্ৰত আনিছে নিষেধাজ্ঞা।

অৱশ্যে ধৰ্মীয় ৰীতি-নীতি, প্ৰতিবন্ধী আৰু অন্যান্য অনুৰূপ পৰিস্থিতিৰ বাবে কেইবিধমান নিৰ্দিষ্ট সাজ-পোছাকক তালিকাৰ পৰা বাদ দিয়া হৈছে বুলি জাননীখনত উল্লেখ আছে।

জাননী মতে ‘ড্ৰেছ কোড’ ভংগকাৰীসকলৰ বিৰুদ্ধে গ্ৰহণ কৰা হ’ব শাস্তিমূলক ব্যৱস্থা।

এই জাননীৰ পাছতেই এই বিশ্ববিদ্যালয়ৰ অধীনৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ এজন কনিষ্ঠ চিকিৎসকে নৰ্থ ইষ্ট নাওৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ‘’এই ব্যৱস্থা অতি উত্তম, ইয়াক আমি আদৰণি জনাইছো। ঠাই ভেদে সাজ-পোছাকৰ পিন্ধন পদ্ধতি বেলেগ বেলেগ হ’ব লাগে। মহাবিদ্যালয়লৈ পিন্ধি অহা সাজ-পোছাক সদায় মাৰ্জিত হ’ব লাগে।‘’

উল্লেখযোগ্য যে, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু শিলচৰ চিকিৎসা মহাবিদ্যালয় এই বিশ্ববিদ্যালয়ৰ অধীনত আছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

June 7, 2026 8:17 pm
প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

June 7, 2026 8:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd