• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘আপোনালোকে মোক ঘৃণা কৰে’

“বিজেপি বাৰ্তা” উন্মোচনৰ পিছত সাংবাদিকৰ সৈতে কথা-বতৰাত মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ।

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 1, 2019 4:50 pm
01-05-19 Guwahati ‘You hate me’: Himanta Biswa Sarma to Assam scribes
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বুধবাৰে গুৱাহাটীত সাংবাদিকৰ প্ৰশ্নত স্পষ্টৰূপত বিৰক্ত হোৱা দেখা গ’ল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক।

বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্য্যালয়ত উপস্থিত সাংবাদিকসকলক উদ্দেশ্যি “আপোনালোকে মোক ঘৃণা কৰে” বুলি মন্তব্য কৰি নিজৰ স্পষ্ট বিৰক্তি প্ৰকাশ কৰে মন্ত্ৰীজনে।

Apply Now

“আপোনালোকৰ মোৰ প্ৰতি থকা এয়া ঘৃণাৰ প্ৰতিফলন। মই আপোনালোকক কি কৰোঁ বেলেগ কথা,” বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্য্যালয়ত দলটোৰ মুখপত্ৰ “অসমীয়া বিজেপি বাৰ্তা” উন্মোচনৰ পিছত সাংবাদিকক শৰ্মাৰ মন্তব্য।

মন্ত্ৰী শৰ্মাৰ সাংবাদিকৰ ওপৰত খৰ্গহস্ততাৰ কাৰণ আছিল চলিত সাধাৰণ নিৰ্বাচন আৰু অসম বিজেপিৰ অভ্যন্তৰীণ সংঘাতকেন্দ্ৰিক এক প্ৰশ্ন।

অসমত এইবাৰ বিজেপিৰ আসন কমিলে তাৰ দায় হিমন্ত বিশ্বকে ধৰি ৰঞ্জিত দাস আৰু ৰাষ্ট্ৰীয় নেতা ৰাম মাধৱে ল’ব লাগিব বুলি টিকেট-বঞ্চিত সাংসদ আৰ পি শৰ্মাই কৰা শেহতীয়া মন্তব্যৰ প্ৰতিক্ৰিয়া জানিব খুজিছিল এগৰাকী সাংবাদিকে।

“আপোনালোকে কি এইবিলাক কথা কয়! আপোনালোকে এনেকুৱাধৰণৰ কথা নিৰ্বাচনৰ আগত কৈয়ে থাকে। মোৰ মুখখনত ৰাতিপুৱাই ৰাতিপুৱাই আপোনালোকৰ কাৰণে মোৰ মুখৰ পৰা বেয়া কথা শুনিলে ভাল পাব নেকি?” উত্তৰ হিমন্ত বিশ্বৰ।

শৰ্মাই কয়, এইধৰণৰ প্ৰশ্ন সোধাৰ “নৈতিক অধিকাৰ” সাংবাদিকসকলে কেতিয়াবাই হেৰুৱাই পেলাইছে।

“আপোনালোকৰ আগৰ হে’ডলাইনৰ বাবে ৰাইজৰ ওচৰত ক্ষমা খুজিলে নে? ২০০১, ২০০৬ আৰু ২০১১ৰ হে’ডলাইনৰ বাবে এবাৰোটো আপোনালোকে ৰাইজৰ ওচৰত ক্ষমা নুখুজিলে,” শৰ্মাৰ মন্তব্য।

শৰ্মাই একপ্ৰকাৰে প্ৰকাশ কৰে যে এইধৰণৰ বাতৰিবোৰ “অসত্য আৰু বেয়া”, আৰু সেয়ে বাতৰিবোৰৰ বাবে সাংবাদিকে ৰাইজৰ ওচৰত ক্ষমা খুজিব লাগে।

“আমি মন্ত্ৰীবিলাকে ৰাইজৰ দৰমহা খাওঁ, গতিকে ৰাইজৰ প্ৰতি আমাৰ দায়বদ্ধতা থাকে। আপোনালোকৰ দৰমহা বিলাকো মানুহৰ তেজ আৰু পৰিশ্ৰমৰ পইচাৰ পৰা অহা। যেতিয়া অন্য ব্যক্তিৰ দ্বাৰা পৰিচালিত হৈ নিউজ প্ৰচাৰ কৰে, পাছত সেয়া ভুল বুলি প্ৰমাণিত হয়, তেতিয়া ৰাইজক কেবল আৰু পে’পাৰৰ পইচাবোৰ ঘূৰাই দিব লাগে,” শৰ্মাই কয়।

Tags: নিৰ্বাচন ২০১৯
কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ৰেপো ৰেট অপৰিৱৰ্তিত! EMI হ্ৰাস কৰাৰ আশাত চেঁচা পানী, কিয় সতৰ্ক স্থিতি গ্ৰহণ কৰিলে RBI-য়ে?

ৰেপো ৰেট অপৰিৱৰ্তিত! EMI হ্ৰাস কৰাৰ আশাত চেঁচা পানী, কিয় সতৰ্ক স্থিতি গ্ৰহণ কৰিলে RBI-য়ে?

June 5, 2026 11:51 am
ব্ৰিটেইনত ২৩ বছৰীয়া বিবাহ বিচ্ছেদৰ যুঁজৰ অন্তত ভাৰতীয় মহিলাই লাভ কৰিলে ৮৫ কোটি টকা

ব্ৰিটেইনত ২৩ বছৰীয়া বিবাহ বিচ্ছেদৰ যুঁজৰ অন্তত ভাৰতীয় মহিলাই লাভ কৰিলে ৮৫ কোটি টকা

June 5, 2026 10:22 am
‘উচ্চ অৰ্হতা নিম্ন পদৰ বাবে নহয়’, উচ্চ শিক্ষা লুকুৱাই ৰখাক লৈ ক্ষুব্ধ উচ্চতম ন্যায়ালয়

‘উচ্চ অৰ্হতা নিম্ন পদৰ বাবে নহয়’, উচ্চ শিক্ষা লুকুৱাই ৰখাক লৈ ক্ষুব্ধ উচ্চতম ন্যায়ালয়

June 5, 2026 9:42 am
কেবিনেটত এলাগী মৰান-মটকৰ প্ৰতিনিধি; ডিব্ৰুগড়-তিনিচুকীয়াত ৪৮ ঘণ্টীয়া বন্ধৰ আহ্বান

কেবিনেটত এলাগী মৰান-মটকৰ প্ৰতিনিধি; ডিব্ৰুগড়-তিনিচুকীয়াত ৪৮ ঘণ্টীয়া বন্ধৰ আহ্বান

June 5, 2026 8:46 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰেপো ৰেট অপৰিৱৰ্তিত! EMI হ্ৰাস কৰাৰ আশাত চেঁচা পানী, কিয় সতৰ্ক স্থিতি গ্ৰহণ কৰিলে RBI-য়ে?

ৰেপো ৰেট অপৰিৱৰ্তিত! EMI হ্ৰাস কৰাৰ আশাত চেঁচা পানী, কিয় সতৰ্ক স্থিতি গ্ৰহণ কৰিলে RBI-য়ে?

June 5, 2026 11:51 am
ব্ৰিটেইনত ২৩ বছৰীয়া বিবাহ বিচ্ছেদৰ যুঁজৰ অন্তত ভাৰতীয় মহিলাই লাভ কৰিলে ৮৫ কোটি টকা

ব্ৰিটেইনত ২৩ বছৰীয়া বিবাহ বিচ্ছেদৰ যুঁজৰ অন্তত ভাৰতীয় মহিলাই লাভ কৰিলে ৮৫ কোটি টকা

June 5, 2026 10:22 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd