• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নৰেন্দ্ৰ মোদী প্ৰধান মন্ত্ৰী হোৱাৰ গেৰাণ্টি নাই!

সুব্ৰমনিয়ন স্বামীৰ হিচাপত নিৰ্বাচনত এন দি এ’ই সংখ্যাগৰিষ্ঠতা লাভ কৰিব, কিন্তু বিজেপিৰ আসন সংখ্যা ২৩০তকৈ কমিলে মোদীৰ প্ৰধান মন্ত্ৰিত্বত চৰকাৰ গঠনৰ নিশ্চিতি নাই।

এন ই নাও নিউজ by এন ই নাও নিউজ
May 2, 2019 6:38 pm
No guarantee in Modi becoming PM once again

ফাইল ফটো। উৎস : ইণ্টাৰনেট।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২৩ মে’ত বিজেপি নেতৃত্বাধীন এন দি এ’ ক্ষমতালৈ আহিলেও নৰেন্দ্ৰ মোদীয়েই প্ৰধান মন্ত্ৰী হোৱাৰ কোনো গেৰাণ্টি নাই।

নাগৰিকত্ব বিধেয়কৰ বিৰোধী বা বিজেপিৰ প্ৰতি সমৰ্থন নথকা সত্ত্বেও, কেন্দ্ৰত মোদী-নেতৃত্বৰ চৰকাৰৰ আশাৰে চলিত সাধাৰণ নিৰ্বাচনত বিজেপিক ভোট দিয়া অসম আৰু উত্তৰ-পূবৰ বহুজনকে হতাশ কৰিব পৰা এই ইংগিত দিছে সুব্ৰমনিয়ন স্বামীয়ে।

Apply Now

“ই (পঢ়ক– মোদীৰ প্ৰধান মন্ত্ৰিত্ব) নিৰ্ভৰ কৰিব আন সহযোগীসকলৰ ওপৰত— অতিৰিক্ত ৩০ বা ৪০—যদি তেওঁলোকে নালাগে বোলে, আমি তেওঁক গ্ৰহণ কৰিব নোৱাৰো,” হাফিংতন প’স্ত–ৰ সৈতে এক সাক্ষাৎকাৰত মন্তব্য স্বামীৰ।

তীক্ষ্ণ বিশ্লেষণী ক্ষমতাৰ বাবে জনাজাত, হাৰ্ভাৰ্দ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ আৰু অধ্যাপক স্বামী বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্য্যনিৰ্বাহক সদস্য।

স্বামীৰ হিচাপত নিৰ্বাচনত এন দি এ’ই সংখ্যাগৰিষ্ঠতা লাভ কৰিব, কিন্তু বিজেপিৰ আসন সংখ্যা ২৩০তকৈ কমিলে মোদীৰ প্ৰধান মন্ত্ৰিত্বত চৰকাৰ গঠনৰ নিশ্চিতি নাই।

“পাটনায়কে মুকলিকৈ (gone on record) কৈছে যে তেওঁ (মোদী) দ্বিতীয় এটা কাৰ্য্যকালৰ বাবে যোগ্য নহয়,” অ’ড়িছাৰ মুখ্য মন্ত্ৰী তথা বিজু জনতা দলৰ মুৰব্বী নবীন পাটনায়কলৈ আঙুলিয়াই স্বামীৰ মন্তব্য।

লগত আছে বি এছ পি নেত্ৰী মায়াৱতী আৰু সমাজৱাদী পাৰ্টিৰ প্ৰসংগ। চলিত নিৰ্বাচনত ঐক্যবদ্ধভাৱে অৱতীৰ্ণ উত্তৰ প্ৰদেশত পূৰ্বে শাসন চলোৱা দুয়োটা দলৰে সমৰ্থন বিজেপিলৈ অহাৰ সম্ভাৱনা খোলা ৰাখিছে স্বামীয়ে।

“বি এচ পি আহিব পাৰে আৰু মই আচৰিত নহওঁ যদি তেওঁ (মায়াৱতীয়ে) নেতৃত্ব (প্ৰধান মন্ত্ৰী)ত পৰিৱৰ্তন বিচাৰে,” স্বামীয়ে কয়।

৮০খন আসন থকা উত্তৰ প্ৰদেশৰ প্ৰভাৱশালী দল দুটাৰ ভূমিকা এইবাৰ চৰকাৰ গঠনত গুৰুত্বপূৰ্ণ হ’ব পাৰে। কিন্তু বিজেপিৰ প্ৰতি সমৰ্থনৰ চৰ্তৰূপে তেওঁলোকে মোদীক প্ৰধান মন্ত্ৰীৰূপে নিবিচাৰিব পাৰে, স্বামীৰ ইংগিত।

“মূলায়ম সিং য়াদৱ আমাৰ সৈতে আহিব।…আৰু আমি যদি মায়াৱতীক আনিব লাগে, তেওঁ মনৰ কথা এতিয়ালৈকে মুকলি কৰা নাই।…তেওঁলোকে সমৰ্থন কৰিব পাৰে, কিন্তু মই নাজানো তেওঁলোকে কি চৰ্ত ৰাখে। তেওঁলোকে নিশ্চিতভাৱে চৰ্ত ৰাখিব, এনেয়েইটো নাহে,” স্বামীৰ মত।

নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ সৈতে দল দুটাই বিজেপি-বিৰোধী “মহাগটবন্ধন”ৰ আলোচনা কৰিছিল। কিন্তু মূৰকত সমাজৱাদী আৰু বি এচ পিৰ মিত্ৰতা হোৱাৰ বিপৰীতে কংগ্ৰেছে অকলেই উত্তৰ প্ৰদেশত নিৰ্বাচন খেলাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

Tags: নিৰ্বাচন ২০১৯
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd