• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডিটেনশ্যন কেম্পৰ গোচৰৰ পৰা আঁতৰিবলৈ অস্বীকাৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 2, 2019 8:22 pm
RanjanGogoi

দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ। ফাইল ফটো

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে বৃহস্পতিবাৰে অসমৰ ডিটেনশ্যন কেম্পৰ গোচৰৰ পৰা নিজকে অঁতৰাই ৰাখিবলৈ অস্বীকাৰ কৰিছে।

প্ৰাক্তন আমোলা তথা অধিকাৰ কৰ্মী হৰ্ষ মান্দেৰে গোচৰটোৰ শুনানিৰ পৰা মুখ্য ন্যায়াধীশ গগৈক অঁতৰাই ৰখাটো বিচাৰি দাখিল কৰা এখন আবেদন অগ্ৰাহ্য কৰি উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠখনে আবেদনকাৰীৰ নাম নথিৰ পৰা প্ৰত্যাহাৰ কৰে আৰু আইন সেৱা প্ৰাধিকাৰীক গোচৰটোৰ আবেদনকাৰী হিচাপে নিযুক্তি দিয়ে।

Apply Now

‘’আমি কাকো প্ৰতিষ্ঠানটোত বাধাৰ সৃষ্টি কৰাৰ অনুমতি নিদিওঁ,’’- গোচৰটোৰ শুনানিৰ পৰা নিজকে অঁতৰাই নিবলৈ অস্বীকাৰ কৰি মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে এইদৰে কয়।

আবেদনকাৰী মান্দেৰৰ পূৰ্বৰ উকীল তথা সৰ্বোচ্চ আদালতখনৰ জ্যেষ্ঠ অধিবক্তা প্ৰশান্ত ভূষণক গোচৰটোৰ বিধি উপদেষ্টা হিচাপে নিযুক্তি দিয়া হৈছে।

মান্দেৰে প্ৰতিষ্ঠানটোৰ বৃহৎ স্বাৰ্থত, ন্যায়ৰ স্বাৰ্থত লেখ আবেদনৰ শুনানিৰ পৰা মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক অঁতৰাই ৰখাৰ দাবী জনাই আবেদন দাখিল কৰিছিল।

তেওঁ লগতে জানিবলৈ দিছিল যে তেওঁ আৰু গোচৰটোত অধিবক্তা প্ৰশান্ত ভূষণৰ আইনী সেৱা গ্ৰহণ নকৰে।

তেওঁ দাখিল কৰা আবেদনত তেওঁ আন্তৰ্জাতিক মানৱ অধিকাৰৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় সংবিধানৰ আধাৰত কেৱল ইয়াৰ নাগৰিকৰ বাবেই নহয়, লগতে সকলো মানুহৰ বাবে মানৱ অধিকাৰ নিশ্চিত কৰা ইয়াৰ নিজস্ব পৰম্পৰা বৰ্তাই ৰখাৰ বাবে উচ্চতম ন্যায়ালয়ৰ একাগ্ৰতা, মানৱতা আৰু দায়বদ্ধতা বিচাৰিছিল।

তেওঁৰ মতে, আদালতত বিষয়টো যেতিয়া শুনানিৰ বাবে আহিছিল দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ মন্তব্য আৰু মৌখিক বিচাৰে আবেদনকাৰীৰ মনত এক গভীৰ আশংকাৰ সৃষ্টি কৰিছিল যে আবেদনৰ ফলাফলত এক পক্ষপাতিত্বমূলক প্ৰভাৱ পৰা সম্ভাৱনা আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm
প্ৰসংগ CJPক হাৰাশাস্তি : চৰকাৰী পদক্ষেপেও বিৰোধীৰ মাজত বিভাজন অনাত সহায় কৰিব পাৰে!

প্ৰসংগ CJPক হাৰাশাস্তি : চৰকাৰী পদক্ষেপেও বিৰোধীৰ মাজত বিভাজন অনাত সহায় কৰিব পাৰে!

September 30, 2026 5:30 pm
নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদৰ প্ৰস্তুতি! দিল্লীত মেগা ৰেলী কৰিব ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদৰ প্ৰস্তুতি! দিল্লীত মেগা ৰেলী কৰিব ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

September 30, 2026 3:11 pm
শক্তি সংকটৰ পাছত এতিয়া খাদ্যৰ হাহাকাৰ! যুদ্ধৰ প্ৰভাৱত জুৰুলা হ’ব দৰিদ্ৰ ৰাষ্ট্ৰ

শক্তি সংকটৰ পাছত এতিয়া খাদ্যৰ হাহাকাৰ! যুদ্ধৰ প্ৰভাৱত জুৰুলা হ’ব দৰিদ্ৰ ৰাষ্ট্ৰ

September 30, 2026 12:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm
প্ৰসংগ CJPক হাৰাশাস্তি : চৰকাৰী পদক্ষেপেও বিৰোধীৰ মাজত বিভাজন অনাত সহায় কৰিব পাৰে!

প্ৰসংগ CJPক হাৰাশাস্তি : চৰকাৰী পদক্ষেপেও বিৰোধীৰ মাজত বিভাজন অনাত সহায় কৰিব পাৰে!

September 30, 2026 5:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd