• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দিল্লীত গুৰুজনাৰ অংকীয়া ভাওনা প্ৰদৰ্শনেৰে ইতিহাস শিৱসাগৰৰ শিল্পীৰ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
May 3, 2019 7:13 am
IMG-20190502-WA0008

ফটো : নৰ্থ-ইষ্ট নাও

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিৱসাগৰৰ এজাক কিশোৰ কিশোৰীয়ে সুদুৰ দিল্লীৰ শ্ৰীৰাম চেন্টাৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি অংকীয়া ভাওনা প্ৰদৰ্শন কৰি উপস্থিত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়।

শিৱসাগৰ নাট্য সমাজ আৰু কলা বিহাৰ সংগীত বিদ্যালয়ৰ যুটীয়া উদ্যোগত তথা তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ সহযোগত নৱ প্ৰজন্মক আধ্যাত্মিক দিশৰ প্ৰতি আকৰ্ষিত কৰাৰ উদ্দেশ্যে দিল্লীৰ শ্ৰীৰাম চেন্টাৰত ৰুক্মিনী হৰণ অংকীয়া ভাওনা প্ৰদৰ্শন কৰে।

Apply Now

প্ৰায় দুঘন্টা সময় ব্ৰজাৱলী ভাষাত ৰুক্মিনী হৰণ ভাওনাখন সাবলিলভাৱে উপস্থাপন কৰি উপস্থিত কেইবা শতাধিক লোকৰ পৰা প্ৰশংসা বুটলিবলৈ সক্ষম হয়।

শিৱসাগৰৰ সমাজকৰ্মী তথা সাংস্কৃতিক কৰ্মী সৌৰভ চলিহাৰ নেতৃত্বত যোৱা প্ৰতিগৰাকী কলা কুশলীয়ে কৰা উন্নত মানদণ্ডৰ অভিনয়ৰ জৰিয়তে দিল্লীৰ গুৰগাঁও, নয়দা, দ্বাৰিকা, বসন্তকুঞ্জ আদিৰ পৰা অহা দৰ্শকৰ লগতে ৰাষ্ট্ৰীয় নাট্য একাডেমিৰ লগত জড়িত ব্যক্তি তথা অ’ এন জি চিৰ উচ্চ পদস্থ বিষয়াৰ পৰা ভূয়শী প্ৰশংসা বুটলিবলৈ সক্ষম হয়।

অসমীয়া বোলছবি জগতৰ জনপ্ৰিয় অভিনেতা প্ৰাঞ্জল শইকীয়াই অনুষ্ঠান উপভোগ কৰি কয় যে, দিল্লীৰ শ্ৰীৰাম চেন্টাৰত প্ৰতি নিশাই একোখন নাটক মঞ্চস্থ হয়। এই মঞ্চত প্ৰথমবাৰৰ বাবে অংকীয়া ভাওনা প্ৰদৰ্শন কৰা হয়। গুৰুজনাৰ এই সৃষ্টি প্ৰদৰ্শনৰ জৰিয়তে শ্ৰীৰাম চেন্টাৰৰ মঞ্চ পবিত্ৰ হৈ পৰিল বুলি প্ৰাঞ্জল শইকীয়াই মন্তব্য কৰে।

অনুষ্ঠানত বিশিষ্ট চিকিৎসক ডাঃ নিলমণি শৰ্মা, ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ প্ৰযোজনা প্ৰৱন্ধক পৰাগ শৰ্মা, সংগীত নাটক একাডেমিৰ উপসচিব ৰাজু দাস, অ’ এন জি চিৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ তথা পৰিচালন সঞ্চালক ডি কে চাৰফে, অ’ এন জি চি অৱসৰ প্ৰাপ্ত তৈলক্ষেত্ৰ সঞ্চালক অশোক বাৰ্মা, অ’এনজিচিৰ প্ৰাক্তন স্থলক্ষেত্ৰ সঞ্চালক অজিত হাজৰিকা উপস্থিত থাকে।

সৌৰভ চলিহাই আঁত ধৰা অনুষ্ঠানটোত মৃণালী মহন্ত চলিহাই ভাওনাখনিৰ সম্পৰ্কত বিস্তৃতভাৱে ব্যাখ্যা দাঙি ধৰে। ভাওনাখনি পৰিচালনা কৰে গোবিন মহন্ত আৰু মৃণালী মহন্ত চলিহাই। উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰীয়া পণ্ডিত ড০ ভবানন্দ বৰবায়নে বন্তি প্ৰজ্বলনেৰে ভাওনাখনিৰ শুভাৰম্ভ কৰে।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কোনো দূৰবীণ বা সঁজুলিৰ প্ৰয়োজন নাই! অক্টোবৰতে খালী চকুৰে আকাশত দেখা যাব উল্কাবৃষ্টি

কোনো দূৰবীণ বা সঁজুলিৰ প্ৰয়োজন নাই! অক্টোবৰতে খালী চকুৰে আকাশত দেখা যাব উল্কাবৃষ্টি

October 16, 2026 7:46 am
‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

October 15, 2026 8:11 pm
সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

October 15, 2026 7:40 pm
চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

October 15, 2026 6:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কোনো দূৰবীণ বা সঁজুলিৰ প্ৰয়োজন নাই! অক্টোবৰতে খালী চকুৰে আকাশত দেখা যাব উল্কাবৃষ্টি

কোনো দূৰবীণ বা সঁজুলিৰ প্ৰয়োজন নাই! অক্টোবৰতে খালী চকুৰে আকাশত দেখা যাব উল্কাবৃষ্টি

October 16, 2026 7:46 am
‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

October 15, 2026 8:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd