• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চিবিএছ‌ইৰ বিজ্ঞান শাখাত ৯৭.৪ শতাংশ নম্বৰেৰে উজলিল নগাঁও কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্র উদ্দীপ্ত‌

বিদ্যুৎজ্যোতি বৰা by বিদ্যুৎজ্যোতি বৰা
May 3, 2019 10:25 pm
ndex

সুখ্যাতিৰে উত্তীৰ্ণ হোৱা নগাঁও কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্ৰ উদ্দীপ্ত কুমাৰ বৰা (মাজৰজন)। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নগাঁও কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্ৰ উদ্দীপ্ত কুমাৰ বৰাই সদ্য ঘোষিত চি বি এছ ই ৰ বিজ্ঞান শাখাৰ দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত ৯৭.৪ শতাংশ নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হৈ উত্তৰ-পূৰ্বাঞ্চলৰ গুৱাহাটী মণ্ডললৈ গৌৰৱ কঢ়িয়াই আনিছে।

মুঠ ৫০০ নম্বৰৰ ভিতৰত ৪৮৭ নম্বৰ লাভ কৰি উদ্দীপ্ত‌ই নগাঁও জিলাৰ ভিতৰতে বিজ্ঞান শাখাত সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁ ইংৰাজীত ৯৭, গণিতত ৯৭, পদাৰ্থ বিজ্ঞান ত ৯৬, ৰসায়ন বিজ্ঞানত ৯৭ আৰু শাৰীৰিক শিক্ষা বিষয়ত ১০০ নম্বৰ লাভ কৰিছে।

Apply Now

উদ্দীপ্ত চামগুৰি বিলপাৰ নিবাসী বন বিষয়া প্ৰণব কুমাৰ বৰা আৰু পূৰবী বৰাৰ সন্তান। ভৱিষ্যতে এগৰাকী দক্ষ মেকানিকেল অভিযন্তা হোৱাৰ সপোন আগত ৰাখি উদ্দীপ্ত‌ই নিজৰ অধ্যৱসাই চলাই আহিছে।

নগাঁও কেন্দ্ৰীয় বিদ্যালয়ৰ পৰা জিলাৰ ভিতৰতে সৰ্বাধিক নম্বৰ লাভ কৰা ছাত্ৰ জনে বিদ্যালয়ত নিয়মীয়া পাঠ গ্ৰহণ কৰাৰ লগতে নগাঁও চহৰত থকা দাচৱানী শিক্ষা প্ৰতিষ্ঠানত নিয়মীয়াকৈ ক’চিং কৰিছিল।

মেধাৱী ছাত্ৰ উদ্দীপ্ত‌ই দশম শ্ৰেণীৰ পৰীক্ষাত মিছা কেন্দ্ৰীয় বিদ্যালয়ৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল। এই বৰ্ষৰ এপ্ৰিল মাহত অনুস্থিত জে ই ই মেইনছ পৰীক্ষাতো উদ্দীপ্ত‌ই ৯৫.৯৬ শতাংশ নম্বৰ লাভ কৰি নিজৰ মেধাৰ প্ৰদৰ্শন আগবঢ়াবলৈ সক্ষম হৈছে।

নগাঁও কেন্দ্ৰীয় বিদ্যালয়ত অধ্যয়নৰত ছাত্র উদ্দীপ্ত‌ৰ সফলতাই বিদ্যালয় খনৰ ছাত্র-ছাত্ৰীৰ লগতে শিক্ষাগুৰু সকলকো আনন্দিত কৰি তুলিছে। বৃহস্পতিবাৰে পৰীক্ষাৰ ফলাফল ঘোষণা হোৱাৰ পাছতে উদ্দীপ্তৰ চামগুৰিৰ বাসগৃহত বহু শুভাকাংক্ষী উপস্থিত হৈ শিক্ষাৰ্থীগৰাকীক শুভেচ্ছা জ্ঞাপন কৰে।

বিদ্যুৎজ্যোতি বৰা

বিদ্যুৎজ্যোতি বৰা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

June 5, 2026 4:07 pm
স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

June 5, 2026 3:52 pm
যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

June 5, 2026 3:21 pm
পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

June 5, 2026 2:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

June 5, 2026 4:07 pm
স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

June 5, 2026 3:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd