• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ঘূৰ্ণী বতাহ ‘ফেনি’ৰ বাবে উত্তৰ পূৰ্বাঞ্চলত বাতিল কৰা হৈছে ৭৯ খন বিমানৰ উৰণ

অনুপ শৰ্মা by অনুপ শৰ্মা
May 4, 2019 5:32 pm
Cyclone-Heavy-Rain-1140x570

প্ৰতিনিধিত্বমূলক ফটো। উৎস : খৱৰ নৰ্থইষ্ট

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ঘূৰ্ণী বতাহ ‘ফেনি’ৰ বিধ্বংসী প্ৰভাৱৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ আঞ্চলিক বিমানবন্দৰসমূহত বিমানৰ যাত্ৰা ব্যাহত হৈ পৰিছে। ভাৰতীয় বিমান প্ৰাধিকৰণৰ বিষয়াই এই কথা জানিবলৈ দিছে।

উত্তৰ-পূৰ্বাঞ্চলৰ সকলোবোৰ বিমানবন্দৰ সুচল হৈ আছে যদিও বেয়া বতৰৰ বাবে এয়াৰলাইনছসমূহে সংযোগী বিমানসমূহৰ চলাচল বাতিল কৰিছে। উত্তৰ-পূৰ্বাঞ্চলৰ সকলোবোৰ বিমানবন্দৰ স্বাভাৱিক চলাচলৰ বাবে মুকলি ৰখা হৈছে।

Apply Now

ভাৰতীয় বিমান প্ৰাধিকৰণৰ বিষয়াই কয় যে গুৱহাটী বিমানবন্দৰৰ পৰা উৰিবলগীয়া তথা অৱতৰণ কৰিবলগীয়া মুঠ ৫৯ খন বিমানৰ যাত্ৰা বাতিল কৰা হৈছে। আগৰতলা বিমানবন্দৰতো আঠখন বিমানৰ যাত্ৰা বাতিল কৰা হৈছে।

একেদৰে ডিমাপুৰ, লীলাবাৰী আৰু ডিব্ৰুগড় বিমানবন্দৰতো প্ৰতিটোতে দুখনকৈ বিমানৰ যাত্ৰা বাতিল কৰা হৈছে। আনহাতে, ইম্ফল বিমানবন্দৰত ছয়খন বিমানৰ যাত্ৰা বাতিল কৰা হৈছে।

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত শনিবাৰৰ ৰাতিপুৱাৰে পৰা মজলীয়া বৰষুণ দেখা গৈছে। ৰাজ্য চৰকাসমূহে ‘ফেনি’ৰ ফলত হ’ব পৰা যিকোনো আকস্মিক পৰিস্থিতিৰ বাবে পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰিছে।

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ বিষয়াই লগতে জানিবলৈ দিছে যে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ পৰা আহিবলগীয়া কিছুমান ৰে’ল আৰু উত্তৰ-পূৰ্বাঞ্চললৈ আহি থকা মালবাহী ৰে’লৰ যাত্ৰা ‘ফেনি’ৰ সতৰ্কতাৰ বাবে বাতিল কৰা হৈছে।

ইপিনে, অসম চৰকাৰেও যোৰহাটৰ পৰা মাজুলী, গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটী, ধুবুৰী আদিৰ ফেৰীসেৱাকে ধৰি প্ৰধান জলপথসমূহত ফেৰীসেৱা বাতিল কৰিছে।

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ বিষয়াই জানিব দিয়ে যে বৰষুণৰ ফলত কিছুমান নদীৰ জলস্তৰ বৃদ্ধি পোৱাৰ লগতে বানপানীৰ আশংকা বৃদ্ধি পাইছে।

আনহাতে, গুৱাহাটীৰ বতৰ বিজ্ঞান কেন্দ্ৰ বিষয়াই ইতিপূৰ্বে সনিবাৰ আৰু দেওবাৰে অঞ্চলটোত প্ৰবল বৃষ্টিপাতৰ লগতে প্ৰচণ্ড ধুমুহা হোৱাৰো আগজাননী দিছিল।

অনুপ শৰ্মা

অনুপ শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

June 5, 2026 7:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd