• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মোদীৰ পাঁচ বছৰীয়া শাসনকালক ‘অত্যন্ত পীড়াদায়ক তথা ধ্বংসাত্মক’ আখ্যা মনমোহন সিঙৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 5, 2019 9:11 pm
Modi-Manmohan_1555034822318

ফটো : লাইভ মিন্ট ডটকমৰ সৌজন্যত

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰাক্তন প্ৰধান মন্ত্ৰী ড০ মনমোহন সিঙে দেওবাৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পাঁচ বছৰীয়া কৰ্যকালটোক ‘’অত্যন্ত পীড়াদায়ক তথা ধ্বংসাত্মক’’ বুলি অভিহিত কৰিছে।

ড০ সিঙে কয় যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰস্থানৰ বাট দেখুৱাই দিয়া উচিত কিয়নো তেওঁৰ পাঁচ বছৰীয়া কাৰ্যকালটো দেশৰ যুৱসকল, কৃষক, ব্যৱসায়ী আৰু প্ৰতিটো গণতান্ত্ৰিক প্ৰতিষ্ঠানৰ বাবে ‘’অত্যন্ত পীড়াদায়ক তথা ধ্বংসাত্মক’’ হিচাপে বিবেচিত হৈছে।

Apply Now

অসমৰ পৰা ৰাজ্যসভাত প্ৰতিনিধিত্ব কৰা ড০ সিঙে সংবাদ প্ৰতিষ্ঠানক দিয়া এক সাক্ষাৎকাৰত কয় যে জনসাধাৰণে ‘’সৰ্বাংগীণ বিকাশত বিশ্বাস নকৰা আৰু কেৱল বিবাদৰ জৰিয়তে ইয়াৰ ৰাজনৈতিক অস্তিত্ব বৰ্তাই ৰখাৰ বাবে চিন্তিত হৈ থকা’’ শাসনকালক উৎখাত কৰাৰ সিদ্ধান্ত লৈছে।

ড০ সিঙে অভিযোগ কৰে যে বিগত পাঁচ বছৰত দুৰ্নীতিৰ পৰিমান ‘’অকল্পনীয় মাত্ৰা’’ চুইছেগৈ। তেওঁ লগতে বিমুদ্ৰাকৰণ সম্ভৱত: স্বাধীন ভাৰতৰ আটাইতকৈ ‘’বৃহৎ কেলেংকাৰি’’ আছিল বুলিও কয়।

প্ৰাক্তন প্ৰধান মন্ত্ৰী গৰাকীয়ে লগতে প্ৰধান মন্ত্ৰী মোদীৰ পাকিস্তান সন্দৰ্ভত নীতিক ‘’ফটা জোলোঙা’ বুলি উল্লেখ কৰি ইয়াক অনিমন্ত্ৰিতভাৱে পাকিস্তানলৈ যোৱাৰ পৰা আৰম্ভ কৰি সন্ত্ৰাসবাদী আক্ৰমণৰ তদন্তৰ সৈতে সম্পৰ্কিত ‘প্ৰছন্ন’ আই এছ আইক পাঠানকোটৰ বিমান ঘাটিলৈ আমন্ত্ৰণ কৰালৈকে এলানি ‘লুটি বাগৰ মৰা’ কাৰ্যৰ সমষ্টি বুলি অভিহিত কৰে।

তেওঁ কয় যে জনসাধাৰণে এই চৰকাৰখনৰ কামকাজত অতিষ্ঠ হৈ ভিতৰি ইয়াৰ বিৰুদ্ধে এক জনমত গঠন কৰিছে।

প্ৰাক্তন প্ৰধান মন্ত্ৰী গৰাকীয়ে কয় যে মোদী চৰকাৰৰ পাঁচ বছৰ শাসন তথা দায়বদ্ধতাৰ ব্যৰ্থতাৰ এক দুৰ্ভাগ্যজনক কাহিনী।

‘’২০১৪ চনত মোদীজীয়ে ‘অচ্ছে দিন’ৰ প্ৰতিশ্ৰুতিৰে ক্ষমতালৈ আহিছিল। তেওঁৰ পাঁচ বছৰীয়া কাৰ্যকালটো দেশৰ যুৱ, কৃষক, ব্যৱসায়ী আৰু প্ৰতিটো গণতান্ত্ৰিক প্ৰতিষ্ঠানৰ বাবে ‘’অত্যন্ত পীড়াদায়ক তথা ধ্বংসাত্মক,’’-তেওঁ কয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm
প্ৰসংগ CJPক হাৰাশাস্তি : চৰকাৰী পদক্ষেপেও বিৰোধীৰ মাজত বিভাজন অনাত সহায় কৰিব পাৰে!

প্ৰসংগ CJPক হাৰাশাস্তি : চৰকাৰী পদক্ষেপেও বিৰোধীৰ মাজত বিভাজন অনাত সহায় কৰিব পাৰে!

September 30, 2026 5:30 pm
নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদৰ প্ৰস্তুতি! দিল্লীত মেগা ৰেলী কৰিব ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদৰ প্ৰস্তুতি! দিল্লীত মেগা ৰেলী কৰিব ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

September 30, 2026 3:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd