• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পশ্চিম বংগত হিমন্ত বিশ্ব শৰ্মাক তৃণমূল কংগ্ৰেছ কৰ্মীৰ ভয়ংকৰ আক্ৰমণ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 7, 2019 9:31 pm
D5-MJ45UYAEQp94

পশ্চিম বংগত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কনভয়ত আক্ৰমণ। ফটো : টুইটাৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পশ্চিম বংগত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যোৱা অসমৰ বিত্ত মন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা ড০  হিমন্ত বিশ্ব শৰ্মা আজি সন্ধিয়া তৃণমূল কংগ্ৰেছ কৰ্মীৰ ভয়ংকৰ আক্ৰমণৰ সন্মুখীন হৈছে। ৰাজ্যখনৰ পশ্চিম মেদিনীপুৰৰ কান্থি লোকসভা সমষ্টিৰ খেজুৰিত তৃণমূল কংগ্ৰেছৰ সমৰ্থকে হিমন্ত বিশ্ব শৰ্মাৰ লগতে তেওঁৰ সৈতে থকা বিজেপি নেতা-কৰ্মীসকলৰ ওপৰত বেয়াকৈ আক্ৰমণ চলায়।

তৃণমূল কংগ্ৰেছৰ সমৰ্থকৰ আক্ৰমণত বহু বিজেপি কৰ্মী আহত হোৱা বুলি জানিব পৰা গৈছে। উন্মত্ত আক্ৰমণকাৰীসকলে হিমন্ত বিশ্ব শৰ্মাৰ বাহনখনৰ পিছৰ গ্লাছখন ভাঙি পেলায়।

Apply Now

তৃণমূলৰ উগ্ৰ সমৰ্থকসকলে পশ্চিমবংগৰ বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ ঘোষ আৰু হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিজেপিৰ কৰ্মীসকলক বহু সময় ঘেৰাও কৰি ৰাখে। তৃণমূল সমৰ্থকসকলে দুয়োপিনৰ পৰা পথ অৱৰোধ কৰি ৰখাৰ সময়ত পশ্চিমবংগৰ আৰক্ষীৰ লোকসকলে কোনো তৎপৰতা প্ৰদৰ্শন কৰাৰ বিপৰীতে ঘটনাটো নিৰৱে লক্ষ্য কৰি থাকে।

আনহাতে, তৃণমূলৰ উগ্ৰ সমৰ্থকসকলে হিমন্ত বিশ্ব শৰ্মাকে ধৰি আবদ্ধ হৈ থকা বিজেপি নেতা-কৰ্মীসকলক উদ্ধাৰ কৰাত আৰক্ষীকো বাধা দিয়ে। তেওঁলোকে বিজেপিৰ নেতাসকলক উদ্দেশ্যি অশ্ৰাব্য গালি গালাজ কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে।

ঘটনাৰ বহু সময়ৰ পাছত আৰক্ষীৰ লোকসকলে ক্ৰমে ঘটনাস্থলীৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ লগতে আবদ্ধ হৈ পৰা বিজেপিৰ দলটোক উদ্ধাৰ কৰি লৈ যায়। তৃণমূল সমৰ্থকে কমেও ২০খনতকৈয়ো অধিক মটৰ চাইকেল ভঙি চূৰমাৰ কৰে।

তৃণমূল কৰ্মীৰ আক্ৰমণত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই  শৰীৰত কোনো আঘাত পোৱা নাই বুলি জানিব পৰা গৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd