• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উত্তৰ-পূৰ্বাঞ্চলৰ দুখন খ্ৰীষ্টান অধ্যুষিত ৰাজ্যৰ নিৰ্বাচনৰ পূৰ্বে মোহন ভাগৱতে দোহাৰিলে-ভাৰত এখন হিন্দু ৰাষ্ট্ৰ

মহেশ ডেকা by মহেশ ডেকা
January 21, 2018 8:09 pm
আৰএছএছৰ মুৰব্বী মোহন ভাগৱত

আৰএছএছৰ মুৰব্বী মোহন ভাগৱত

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা ফেব্ৰুৱাৰীত উত্তৰ-পূৰ্বাঞ্চলৰ দুখন খ্ৰীষ্টান অধ্যুষিত ৰাজ্যত বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ মাজতে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতে দেওবাৰে গুৱাহাটীত দোহাৰে যে ভাৰত এখন হিন্দু ৰাষ্ট্ৰ আৰু ভাৰতত বাস কৰা প্ৰতিগৰাকী লোকেই হিন্দু।

‘’ ভাৰত আৰু হিন্দুত্ব অংগাংগীভাৱে জড়িত। হিন্দুত্বক বাদ দি আমি ভাৰতৰ কথা ভাৱিব নোৱাৰো। ভাৰতত বিভিন্ন ভাষা আছে, ইয়াত বিভিন্ন পৰম্পৰা আৰু জীৱন যাত্ৰাৰ ধৰণ আছে কিন্তু এই সকলোবোৰৰেই মূলতে আছে এটা দৰ্শন আৰু সেয়া হৈছে হিন্দুত্ব যিয়ে আমাক ঐক্যবদ্ধ কৰি ৰাখিছে,’’-খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত লুইতপৰীয়া হিন্দু সমাৱেশত ভাষণ দি ভাগৱতে এইদৰে কয়।

Apply Now

উত্তৰ-পূৰ্বাঞ্চলৰ দুখন খ্ৰীষ্টান অধ্যুষিত ৰাজ্য মেঘালয় আৰু নাগালেণ্ডত অহা ২৭ ফেব্ৰুৱাৰীত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।

মেঘালয়ৰ ৮৩ শতাংশ জনসংখ্যা হৈছে খ্ৰীষ্টান আৰু নাগালেণ্ডৰ ৯০ শতাংশ লোকেই নিজকে খ্ৰীষ্টান বুলি পৰিচয় দিয়ে।

তথ্য অনুসৰি মেঘালয়ত মাত্ৰ ১১ শতাংশ লোকহে হিন্দু আৰু নাগালেণ্ডত হিন্দুৰ সংখ্যা মাত্ৰ ৭ শতাংশ।

আৰএছএছৰ মুৰব্বী গৰাকীৰ ‘হিন্দু ৰাষ্ট্ৰ’ৰ উক্তিয়ে এই দুখন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনত কেনে প্ৰভাৱ পেলায় সেয়া এতিয়াই স্পষ্ট নহয় যদিও ভাগৱতৰ মন্তব্য নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া এই দুখন ৰাজ্যৰ খ্ৰীষ্টান লোকসকলে সহজভাৱে গ্ৰহণ কৰিব বুলি আশা কৰিব নোৱাৰি।

আৰএছএছৰ ৰাজনৈতিক শাখা বিজেপিয়ে ত্ৰিপুৰাৰ লগতে নাগালেণ্ড আৰু মেঘালয়ত ক্ষমতা লাভৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিছে।

উত্তৰ পূৰ্বাঞ্চলত অসম, অৰুণাচল প্ৰদেশ আৰু মণিপুৰকে ধৰি তিনিখন ৰাজ্যত বিজেপি ইতিমধ্যে ক্ষমতাত আছে।

‘’হিন্দুসকলে সত্যত বিশ্বাস কৰে, কিন্তু বিশ্বই শক্তিক সন্মান কৰে। আমাৰ সংগঠনত শক্তি আছে। সংঘৰ শক্তি কাকো ভয় দেখুৱাবলৈ বা দমন কৰিবলৈ নহয়, এয়া সমাজৰ বিকাশৰ বাবেহে,’’-তেওঁ কয়।

ভাগৱতে কয় যে ভাৰতত বৈচিত্ৰতাৰ মাজত একতা আছে আৰু দেশৰ জনসাধাৰণৰ বাবে এয়া এক ডাঙৰ উপহাৰ।

সকলো বৈচিত্ৰ্যকে গ্ৰহণ তথা সন্মান কৰক। এইটোৱে জীৱনত মানৱতাক তুলি ধৰিব। বৈচিত্ৰতাৰ মাজত একতাৰ এই উপহাৰ আমাক আমাৰ জন্মভূমিয়ে দিছে,’’-তেওঁ কয়।

পকিস্তানৰ সৈতে ভাৰতৰ সম্পৰ্কৰ কথা উল্লেখ কৰি আৰএছএছৰ মুৰব্বীগৰাকীয়ে কয় যে ভাৰতে পাকিস্তানৰ সৈতে শত্ৰুতা পাহৰি গৈছিল,  কিন্তু পাকিস্তানে পাহৰা নাই।

মহেশ ডেকা

মহেশ ডেকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

June 5, 2026 4:07 pm
স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

June 5, 2026 3:52 pm
যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

June 5, 2026 3:21 pm
পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

June 5, 2026 2:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

June 5, 2026 4:07 pm
স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

June 5, 2026 3:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd