• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আছাম চায়েন্স এণ্ড টেকন’লজি য়ুনিভাৰ্ছিটিৰ ‘চি ই ই ২০১৯’পৰীক্ষাৰ ফলাফল ঘোষণা

এন ই নাও নিউজ by এন ই নাও নিউজ
May 10, 2019 1:26 pm
assam-cee-1140x570

ফটো : আগলা ছেম এডমিশ্যনৰ সৌজন্যত

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আছাম চায়েন্স এণ্ড টেকন’লজি য়ুনিভাৰ্ছিটিয়ে (এএছটিয়ু) ২০১৯ বৰ্ষৰ সাধাৰণ প্ৰৱেশ পৰীক্ষাৰ (ক’মন এন্ট্ৰেন্স এগজ্যামিনেশ্যন) ফলাফল শুকুৰবাৰে ঘোষণা কৰিছে।

প্ৰতিবছৰে ৰাজ্যিক পৰ্যায়ৰ ইঞ্জিনিয়াৰিং পৰীক্ষা অনুষ্ঠিত কৰি অহা পৰীক্ষা পৰিচালনা সংস্থা আছাম চায়েন্স এণ্ড টেকন’লজি য়ুনিভাৰ্ছিটিয়ে ২০১৯ বৰ্ষৰ চি ই ই পৰীক্ষাৰ ফলাফলসমূহ ইয়াৰ নিজা ৱেবছাইট astu.ac.in. ত প্ৰকাশ কৰিছে।

Apply Now

পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলে য়ুনিভাৰ্ছিটিখনৰ ৱেবছাইট astu.ac.in ত তেওঁলোকৰ পৰীক্ষাৰ প্ৰাপ্ত নম্বৰৰ তথ্য চাব পাৰিব।

আছাম চায়েন্স এণ্ড টেকন’লজি য়ুনিভাৰ্ছিটিয়ে যোৱা ২৮ এপ্ৰিলত ‘অসম চি ই ই ২০১৯’ পৰীক্ষা অনুষ্ঠিত কৰিছিল।

আছাম চায়েন্স এণ্ড টেকন’লজি য়ুনিভাৰ্ছিটিয়ে অসম চৰকাৰৰ অধীনৰ শিক্ষা প্ৰতিষ্ঠান তথা বিশ্ববিদ্যালয়ত বি টেক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে যোগ্যতা নিৰ্দ্ধাৰণকাৰী প্ৰাৰ্থীসকলৰ নিৰ্বাচিত তালিকা প্ৰকাশ কৰে।

পৰীক্ষাৰ্থীসকলে ৱেবছাইটত গৈ আছাম চি ই ই বা মেৰিট লিষ্ট থকা টেবত ক্লিক কৰি ফলাফল ল’ব পাৰিব। ইয়াত নিৰ্দেশনা কৰা পেইজত গৈ পৰীক্ষাৰ্থীসকলে তেওঁলোকৰ এপ্লিকেশ্যন নম্বৰ/ য়ুজাৰ নাম আৰু পাছৱৰ্ড ব্যৱহাৰ কৰি ‘ছাবমিট’ বুটনত ক্লিক কৰিব লাগিব।

এইখিনি কৰাৰ পাছতে ‘অসম চি ই ই ২০১৯’ পৰীক্ষাৰ ফলাফল আৰু মেধাৰ তালিকা ডিছপ্লে’ হ’ব য’ত পৰীক্ষাৰ্থীসকলে নিজৰ ফলাফল লাভ কৰিব।

পৰীক্ষাৰ্থীসকলে ‘অসম চি ই ই ২০১৯’ পৰীক্ষাৰ ফলাফলৰ কপি প্ৰিন্ট কৰি এটা লগত ৰাখিব লাগিব কিয়নো নামভৰ্তিৰ বাবে অনুষ্ঠিত হ’বলগীয়া ‘কাউন্সেলিং’ৰ বাবে ইয়াৰ প্ৰয়োজন হ’ব।

পৰীক্ষাৰ্থীসকলে লগতে ফৰ্ম এ, বি আৰু চি তিনিওখন ফৰ্ম পূৰ কৰি ৰাখিব লাগিব। ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকে পূৰ কৰা পছন্দ আৰু লাভ কৰা স্থান অনুসৰি নামভৰ্তিৰ আসন আগবঢ়োৱা হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd