• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসমলৈ আহি মেগছেছে বঁটা বিজয়ী ৰাজিন্দৰ সিঙে কি ক’লে?

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
May 12, 2019 1:30 pm
ntpc-water-1140x570

মেগছেছে বঁটা বিজয়ী ৰাজিন্দৰ সিঙক এন টি পি চিৰ সম্বৰ্দ্ধনা। ফটো : নৰ্থইষ্ট নাও

631
VIEWS
Share on FacebookShare on Twitter

বঙাইগাঁৱৰ এন টি পি চিয়ে ‘এমিনেন্ট স্পীকাৰ চিৰিজ’( প্ৰসিদ্ধ ব্যাক্তিৰ বক্তৃতা শিতান)ৰ অধীনত ইয়াৰ কৰ্মচাৰীসকলৰ উদ্দেশ্যে ভাষণ ৰখাৰ লগতে পৰিয়ালৰ সদস্যসকলৰ সৈতে ভাৱ বিনিময় কৰাৰ বাবে এইবাৰ ৰমন মেগছেছে বঁটা বিজয়ী বিশিষ্ট সমাজকৰ্মী ৰাজিন্দৰ সিঙক আমন্ত্ৰণ কৰি আনিছিল।

‘ৱাটাৰ গান্ধী’ হিচাপে অধিক পৰিচিত সিঙে সমাজৰ উত্তৰ পুৰুষৰ বাবে জল ব্যৱস্থাপনাৰ দিশত জৰুৰী প্ৰয়োজনীয়তাৰ বিষয়ে বক্তৱ্য ৰাখে। ৰাজিন্দৰ সিঙে ভূমি জল হ্ৰাস পোৱা আৰু ভাৰতৰ নদীসমূহলৈ অহা সংকটৰ বিষয়ে আগবঢ়োৱা এক চিত্তাকৰ্ষক বক্তৱ্যই উপস্থিত দৰ্শকসকলৰ বাবে প্ৰেৰণাদায়ক তথা আলোকসন্ধানী ৰূপত ধৰা দিয়ে।

তেওঁ তেওঁৰ ৰাজস্থানৰ অভিযানৰ বিষয়ে উল্লেখ কৰি তাত কেনেকৈ মৰুভূমি উৰ্বৰ সেউজ ভূমিলৈ ৰূপান্তৰিত হৈছে তাৰো বৰ্ণনা দাঙি ধৰে।

বঙাইগাঁৱৰ এন টি পি চিৰ মুখ্য মহা প্ৰৱন্ধক চন্দন চক্ৰৱৰ্তীয়ে ৰাজিন্দৰ সিঙক সম্বৰ্ধনা জনোৱাৰ লগতে সমাজখনৰ প্ৰতি তেওঁৰ সামগ্ৰিক বৰঙণিৰ বিষয়ে বিবৰি কয়।

অনুষ্ঠানত কোম্পানীটোৰ সকলো জ্যেষ্ঠ ব্যৱস্থাপক বিষয়া, কৰ্মচাৰী, চি আই এছ এফৰ লগতে বঙাইগাঁৱ এন টি পি চিৰ সমূহ পৰিয়ালৰ সদস্য উপস্থিত থাকে।

Recent News

ভাৰ্চুৱেল শুনানিৰ সময়ত বিয়েৰত চুমুক! অধিবক্তাৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু

ভাৰ্চুৱেল শুনানিৰ সময়ত বিয়েৰত চুমুক! অধিবক্তাৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘পেছাৰ বাবে প্ৰস্তুতি’ শীৰ্ষক অনুষ্ঠানৰ সামৰণি

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘পেছাৰ বাবে প্ৰস্তুতি’ শীৰ্ষক অনুষ্ঠানৰ সামৰণি

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বিৰোধী দলবোৰক একত্ৰিত কৰিবলৈ উদ্যোগী ছোনিয়া গান্ধী

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বিৰোধী দলবোৰক একত্ৰিত কৰিবলৈ উদ্যোগী ছোনিয়া গান্ধী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd