• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এন আৰ চিৰ শুনানি প্ৰক্ৰিয়াক সমালোচনা প্ৰদেশ কংগ্ৰেছৰ : নাগৰিকক হাৰাশাস্তিৰ অভিযোগ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 13, 2019 9:17 am
Assam NRC-excluded Gorkhas not to visit Foreigner's Tribunal

প্ৰতিনিধিত্বমূলক ফটো

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী (এন আৰ চি) উন্নীতকৰণ প্ৰক্ৰিয়াৰ নামত প্ৰকৃত ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে।

এই সন্দৰ্ভত দেওবাৰে কংগ্ৰেছ বিধায়িনী দলৰ এটা প্ৰতিনিধি দলে এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক এখন স্মাৰক পত্ৰ দাখিল কৰে। তেওঁলোকে ৰাজ্যখনৰ বিভিন্ন স্থানত বহুলোকে অবাঞ্চিত হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া হোৱাৰ কথা উল্লেখ কৰি দাবী আৰু আপত্তিৰ শুনানি প্ৰক্ৰিয়াত ধৰ্মীয় তথা ভাষিক সংখ্যালঘুসকল বিশেষভাৱে হাৰাশাস্তিৰ সন্মুখীন হোৱাৰ অভিযোগ কৰে।

Apply Now

উল্লেখযোগ্য যে বিগত সপ্তাহৰ পৰা কিছুমান নাগৰিকৰ বিৰুদ্ধে উত্থাপিত আপত্তি সন্দৰ্ভত ৰাজ্যৰ এনআৰচি কৰ্তৃপক্ষই শুনানি গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। আপত্তি অনা ব্যক্তিজন শুনানিৰ সংশ্লিষ্ট স্থানত উপস্থিতি থাকিবলগীয়া হৈছে যদিও আপত্তিকাৰী অনুপস্থিত আছে আৰু আপত্তি প্ৰক্ৰিয়াৰ যথাযোগ্যতাৰ সন্দৰ্ভত প্ৰশ্ন উত্থাপিত হৈছে।

অসম বিধানসভাৰ বিৰোধী দলপতি দেবব্ৰত শইকীয়াই অভিযোগ কৰে যে দাবী আৰু আপত্তিৰ বাবে শুনানি গ্ৰহণ কৰিবলৈ বহু দূৰ দূৰণিৰ পৰা লোকসকলক মাতি অনাৰ ফলত মানসিক, শাৰীৰিক তথা আৰ্থিক হাৰাশাস্তি ভূগিবলগীয়া হৈছে।

শইকীয়াই লগতে উল্লেখ কৰে যে উচ্চতম ন্যায়ালয়ে ইয়াৰ ৪ এপ্ৰিল, ২০১৯’ৰ নিৰ্দেশত ৰাজ্যিক সমন্বয়কগৰাকীক দাবী-আপত্তিৰ শুনানিৰ সময়ত শুনানিত উপস্থিত হ’বলগীয়া ব্যক্তিগৰাকীয়ে যাতে কোনো অসুবিধাৰ সন্মুখীন নহয় সেয়া নিশ্চিত কৰিবলৈ নিৰ্দেশ দিছিল আৰু লগতে তেওঁলোকে যাতে বহু দূৰ ভ্ৰমণ কৰি আহিবলগীয়া নহয় সোয়াও নিশ্চিত কৰিবলৈ কৈছিল।

তেওঁ লগতে উল্লেখ কৰে যে আপত্তিকাৰী শুনানিত উপস্থিত নথকাই নহয়, তেওঁলোকৰ পৰিচয়ো প্ৰকাশ কৰা নাই।

শইকীয়াই লগতে কয় যে ধৰ্মীয় আৰু ভাষিক পৰিচয়ৰ ভিত্তিতনিৰীহ লোকক হাৰাশাস্তি কৰাৰ বাবেই কিছুমান ন্যস্ত স্বাৰ্থজড়িত শক্তিয়ে এইদৰে ভুৱা আপত্তি দাখিল কৰাৰ বাতৰি প্ৰকাশ পাইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd