• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বকোৰ বৃদ্ধ দম্পতীক ডাইনী সন্দেহত কৰা অত্যাচাৰ সন্দৰ্ভত চৰকাৰ-প্ৰশাসনক সমালোচনা মানৱ অধিকাৰ কৰ্মীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 13, 2019 5:38 pm
human right activist

মানৱ অধিকাৰ কৰ্মী দিব্যজ্যতি শইকীয়া

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কামৰূপ (গ্ৰাম্য) জিলাৰ বকোত লুইন্দ চাংমা (৭০) আৰু  প্ৰীতিলা চাংমা নামৰ এহাল বৃদ্ধ দম্পতীক ডাইনী সন্দেহত স্থানীয় গাঁওবাসীয়ে নিৰ্মম ভাবে অত্যাচাৰ কৰা ঘটনা সন্দৰ্ভত মানৱ অধিকাৰ কৰ্মী দিব্যজ্যোতি শইকীয়াই চৰকাৰ-প্ৰশাসনক কঠোৰ সমালোচনা কৰে।

সমগ্ৰ ঘটনাটোৰ  সন্দৰ্ভত সামাজিক সংগঠন ব্ৰাদাৰ্ছৰ সচিব প্ৰধান, ডাইনী তথা অন্ধবিশ্বাস বিৰোধী নেতা, মানৱ অধিকাৰ কৰ্মী দিব্যজ্যোতি শইকীয়াই কয় যে বিগত ২০০৯ বৰ্ষৰ পৰা ডাইনী তথা অন্ধবিশ্বাস প্ৰতিৰোধৰ বাবে এখন আইনৰ হকে যুঁজ দি ২০১৫ চনত উক্ত ডাইনী তথা অন্ধবিশ্বাস প্ৰতিৰোধী বিধেয়ক অসম বিধানসভাত গৃহীত কৰাৰ পাছত এক দীঘলীয়া সংগ্ৰামৰ অন্তত ২০১৮ বৰ্ষৰ ১৩ জুনত ৰাষ্ট্ৰপতিয়ে বিধেয়কখনত অনুমোদন জনাই আইনত পৰিণত কৰে।

Apply Now

পৰৱৰ্তী সময়ত অসমৰ গৃহ বিভাগে ২০১৮ চনৰ ১ অক্টোৱৰত আইনখন বলৱৎ কৰাৰ বাবে নিৰ্দেশনা জাৰি কৰে। মানৱ অধিকাৰ কৰ্মী দিব্যজ্যোতি শইকীয়াই প্ৰেছ বিজ্ঞপ্তিটোত কয় যে, আইনখন বলবৎ হোৱাৰ পাছত যিধৰণে ডাইনী তথা অন্ধবিশ্বাস প্ৰতিৰোধী আইন সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষই সজাগতা অভিযান চলাব লাগিছিল সেয়া আজিপৰ্যন্ত কাৰ্য্যত পৰিণত হোৱা নাই।

ৰাজ্য চৰকাৰৰ বিয়াগোম স্বাস্থ্য, শিক্ষা আৰু সমাজ কল্যাণ বিভাগে এতিয়াও ৰাজ্যৰ বহু গ্ৰাম্য অঞ্চলত প্ৰকৃত পক্ষক এই সম্পৰ্কে স্পৰ্শ কৰিব পৰা নাই। নীল আৰু অভিজিতৰ হাত্যাকাণ্ডৰ পৰৱৰ্তী পৰ্য্যায়ত মুখ্য মন্ত্ৰীয়ে উৰা বাতৰি তথা অন্ধবিশ্বাস আদিৰ বিৰুদ্ধে ক্ষীপ্ৰতাৰে নিজ নিজ বিভাগক সজাগতা অভিযান চলাবলৈ নিৰ্দেশ দিছিল যদিও আজিলৈ বিভাগ সমূহে তেনেধৰণৰ কোনো সজাগতা অনুষ্ঠান আয়োজন নকৰিলে বুলিও শইকীয়াই উল্লেখ কৰে।

আনহাতে, বকো থানাৰ অন্তৰ্গত দগাঁৱত সংঘটিত অন্ধবিশ্বাসৰ নামত ঘটা উক্ত ঘটনাত জড়িত এজনো ব্যক্তিক আজি তৃতীয় দিনাও আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম নোহোৱা কথাটোক মানৱ অধিকাৰ কৰ্মীগৰাকীয়ে কঠোৰ সমালোচনা কৰি এনে ধৰণৰ ঘটনাই মানৱ অধিকাৰউলংঘন কৰে আৰু এই মানৱ অধিকাৰ উলংঘনৰ বাবে বিভাগীয়-চৰকাৰী কৰ্তৃপক্ষ দায়ী বুলি অভিযোগ কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

September 1, 2026 8:44 pm
ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

September 1, 2026 7:40 pm
তেওঁলোকে ভাৰতত ছোনীয়া গান্ধীৰ স্মৃতিকথা প্ৰকাশ কৰিবলৈ নিদিয়ে

তেওঁলোকে ভাৰতত ছোনীয়া গান্ধীৰ স্মৃতিকথা প্ৰকাশ কৰিবলৈ নিদিয়ে

September 1, 2026 6:45 pm
‘Legaltech Revolution: Artificial Intelligence and the Future of Justice’ গ্ৰন্থ উন্মোচন

‘Legaltech Revolution: Artificial Intelligence and the Future of Justice’ গ্ৰন্থ উন্মোচন

September 1, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

September 1, 2026 8:44 pm
ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

September 1, 2026 7:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd